Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

    বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AASU : আছু সাংগঠনিকভাৱে দুৰ্বল হৈছে নেকি

উদ্বিগ্ন প্ৰতিনিধিৰ প্ৰশ্ন নেতৃত্বক

publisher by publisher
November 21, 2022
in Assam, India, News
Reading Time: 3 mins read
0
AASU : আছু সাংগঠনিকভাৱে দুৰ্বল হৈছে নেকি
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

AASU Protest:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত আছুৰ উত্তাল প্রতিবাদ

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমর্থনত লক্ষীমপুৰত ২৪ ঘণ্টীয়া চকা বন্ধ

ADVERTISEMENT

AASU :

প্ৰাসংগিকতা শক্তিশালী হৈ থাকিলেও সাংগঠনিক দুর্বলতাই জৰ্জৰিত কৰিছে ৰাজ্যৰ অৰাজনৈতিক সর্ববৃহৎ ছাত্র সংগঠন সদৌ অসম ছাত্ৰ সন্থা (আছু)ক। এই সংশয়ৰ অগ্রাধিকাৰেৰে লখিমপুৰত কালি নিশাৰ পৰা অনুষ্ঠিত হৈছে সংগঠনটোৰ সাধাৰণ সভাৰ প্রতিনিধি সভা।

নিশা এই বাতৰি যুগুতোৱাৰ পৰলৈ প্ৰতিনিধি সভাত শাসক পক্ষৰ নানা কাৰচাজিত আছুৱে বিভিন্ন প্ৰত্যাহ্বান নেওচি আগবাঢ়িবলগীয়া হোৱাৰ কথা কে’বাজনো প্রতিনিধিয়ে উত্থাপন কৰে।

এনে পৰিস্থিতিৰ বাবে আছুৰো ক’ৰবাত দুর্বলতা আছে নেকি তাক চালিজাৰি চাবলৈ বিভিন্ন জিলাৰ পৰা সমবেত হোৱা একাংশ প্রতিনিধিয়ে পৰামৰ্শ আগবঢ়ায়।

ইয়াৰ পৰিপ্ৰেক্ষিতত আছুৱে চৰকাৰৰ অসম বিৰোধী পদক্ষেপবোৰক পূৰ্বে যি শক্তিশালী ৰূপত আগবঢ়াইছিল তাক অধিক শক্তিশালী কৰাৰ বিষয়েও সভাত চৰ্চা হয়। অসম চুক্তি আখৰে আখৰে ৰূপায়ণ, শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতেৰে অসমক অনুপ্ৰৱেশকাৰী মুক্তকৰণ, অসমৰ শিক্ষা ব্যৱস্থাত ৰাজ্যভাষাৰ লগতে অন্যান্য জনগোষ্ঠীয় ভাষাসমূহৰ চৰ্চাক অগ্ৰাধিকাৰ দিয়া, বৃহৎ নদীবান্ধৰ গ্ৰাসৰ পৰা অসমক সুৰক্ষিত কৰা, অসমৰ বৰ্তমানৰ পৰিসীমা সুৰক্ষিত ৰাখি আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান কৰা, অসমৰ ভাষা সংস্কৃতিৰ সুৰক্ষা নিশ্চিত কৰা আদি বিষয়সমূহতো প্রতিনিধি সভাত আলোচনা হয়।

লক্ষ্যণীয়ভাৱে আছু সাংগঠনিকভাৱে দুৰ্বল হৈছে নেকি? এই প্রশ্নই আজিৰ প্রতিনিধি সভাৰ আলোচনাত অন্যতম বিষয় হৈ পৰে।মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত আছুৰ পূৰ্বৰ প্ৰভাৱ তুলনামূলকভাৱে যথেষ্ট দুৰ্বল হোৱা বুলি কে’বাজনো
প্রতিনিধিয়ে মন্তব্য কৰে। এই দুৰ্বলতা আঁতৰাবলৈ আছুৰ কৰ্মপন্থাত সংশোধনী অনাৰ প্ৰস্তাৱো একাধিক প্রতিনিধিয়ে উত্থাপন কৰে।

এইক্ষেত্ৰত দুৰ্বলতাবোৰ বিচাৰি উলিয়াবলৈ বিশেষ বিশেষ লোকক দায়িত্ব অর্পণৰ প্ৰস্তাৱো উত্থাপিত হয়। ইয়াৰ মাজতে প্রতিনিধি সভাত সভাপতি দীপাংক কুমাৰ নাথে কয়, ‘অসমৰ স্বাভিমান ৰক্ষাত আছু আপোচবিহীনভাৱে দায়ৱদ্ধ আছিল, আছে আৰু চিৰদিন থাকিব।

উল্লেখ্য যে অসমৰ জাতীয় জীৱনৰ স’তে সংপৃক্ত বিভিন্ন সমস্যা সন্দৰ্ভত তথা আছুৰ ভৱিষ্যত কাৰ্যপন্থা নিৰূপণৰ লক্ষ্যৰে শনিবাৰৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত লখিমপুৰ পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হৈছে আছুৰ সাধাৰণ সভা।

দেওবাৰে দ্বিতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দলে বলে আহি সাধাৰণ সভাত অংশগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীৰ তথা আছুৰ নেতা-কর্মীয়ে। আজিৰ কাৰ্যসূচী অনুসৰি, পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে আছুৰ পতাকা উত্তোলন কৰে সভাপতি নাথে।

পতাকা উত্তোলন কৰি নাথে অতি কম দিনৰ ভিতৰতে সাধাৰণ সভাখন সূচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ ছাত্ৰ সন্থাৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে সমূহ লখিমপুৰবাসীৰ অকুণ্ঠ সহযোগিতাতে এই বৃহৎ সভাখন
সূচাৰুৰূপে অনুষ্ঠিত কৰিব পৰা গৈছে বুলি কয়।

সভাপতিজনে লগতে কয়, ‘অতি কম দিনৰ ভিতৰত এনে এখন আটকধুনীয়া সভা অনুষ্ঠিত কৰিব পৰাটো সকলোৱে বাবে গৌৰৱৰ বিষয়।’

সভাপতি নাথে লগতে কয়, ‘অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক সামৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পর্যায় পর্যন্ত শৈক্ষিক সমস্যাক সাঙুৰি ইয়াৰ সমাধান সূত্ৰ উলিওৱাটোৱে হ’ল এই সভাৰ মূল আলোচ্য বিষয় ৷

তদুপৰি অসম চুক্তি ছয় নম্বৰ দফা ৰূপায়ণ, কা বাতিল, এনআৰচি উন্নীতকৰণ আৰু বান-খহনীয়া সমস্যা, বৃহৎ নদী বান্ধ সমস্যা আদিকে ধৰি ৰাজ্যৰ বিভিন্ন সমস্যা সন্দৰ্ভত এই সাধাৰণ সভাত পুংখানুপুংখভাৱে আলোচনা কৰা হ’ব।’ ইয়াৰ পাছতে ছহিদ তৰ্পণ কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।

ছহিদ তৰ্পণ কৰি বৰুৱাই কয়,‘জাতিটোৰ জটিল সন্ধিক্ষণত আছুৱে জন্মলগ্নৰে পৰা জাতিৰ উন্নয়নৰ হকে মাত মাতি আহিছে আৰু এই সাধাৰণ সভাৰ পৰা আছুৰ ভৱিষ্যত কাৰ্যপন্থাৰ ৰূপৰেখা অংকিত কৰা হ’ব। বিভেদকামী চিন্তাধাৰাই যিমানেই অসম তথা অসমীয়া জাতি সত্তাক বিচ্ছিন্ন কৰিবলৈ চেষ্টা নচলাওক কিয়, আমি সকলোৱে একত্ৰিত হৈ আগবাঢ়ি গ’লে নিশ্চয় এখন সুন্দৰ অসম গঢ়িব পৰা যাব।’

বৰুৱাই লগতে কয় যে আছুৱে এই লক্ষ্য আগত ৰাখিয়েই আৰু এই বাৰ্তা আছুৰ সাধাৰণ সভাৰ পৰাই অসমৰ চুকে-কোণে বিয়পি গৈ ফুলে-ফলে জাতিষ্কাৰ হৈ এজোপা বটবৃক্ষলৈ ৰূপান্তৰিত হওক। দেওবাৰে আছুৰ সাধাৰণ সভাৰ দ্বিতীয় কাৰ্যসূচীৰ অন্যতম আকর্ষণ আছিল সমন্বয়ৰ বাৰ্তাৰে উলিওৱা জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰ বাৰেৰহনীয়া শোভাযাত্রা।

পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰৰ পৰা উলিওৱা সুদীৰ্ঘ শোভাযাত্রা উদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই। উদ্বোধনী ভাষণত ভট্টাচার্যই কয়, ‘এই শোভাযাত্ৰাৰ উদ্দেশ্য এয়ে যে আমি সকলো জাতি-জনগোষ্ঠীৰ কৃষ্টি- সংস্কৃতিক বিকশাই একেলগে আগবাঢ়ি যোৱাৰ প্ৰচেষ্টাতে আমি মূৰ তুলি থিয় দিব পাৰিম।’ লগতে তেওঁ কয়, ‘এই সাধাৰণ সভাত ছয় নম্বৰ দফা, সাংবিধানিক ৰক্ষা কবচকে ধৰি বিভিন্ন জাতীয় সমস্যা সন্দৰ্ভত চিন্তন, মন্থন কৰা হ’ব।

কাৰণ আমি এন্ধাৰ বিনাশি পোহৰৰ দিশে ধাৱমান হ’ব লাগিব।’ অসমত ইয়াৰ খিলঞ্জীয়া লোকৰ প্ৰভুত্ব থাকিব লাগিব আৰু তাৰ বাবে আছুৱে কাম কৰি আহিছে বুলি মন্তব্য কৰি ভট্টাচাৰ্যই কয়, ‘অসমৰ ৰাইজ আমাৰ অভিভাৱক। ৰাইজৰ অভিভাৱকত্বত আছুৱে অসমৰ খিলঞ্জীয়া লোকৰ প্ৰভুত্ব ৰক্ষাৰ বাবে কাম কৰি আছে আৰু কাম কৰি যাব।’ অভিনেতা নয়ন নীলিমে মুখ্য অতিথিৰূপে অংশ লোৱা শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়।

শোভাযাত্ৰাত বঙাইগাঁও, নগাঁও, বৰপেটা, নলবাৰী, ধুবুৰী, কামৰূপ হোজাই, কাৰ্বি আংলং, যোৰহাট, বিশ্বনাথ, দৰং, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আদি বিভিন্ন জিলাৰ পৰা অহা ছয় সহস্রাধিক ছাত্র প্রতিনিধিয়ে ‘জয় আই অসম’ ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASUdipankar nathGeneral ConferenceLAKHIMPURPresident
publisher

publisher

Related Posts

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান
India

এঘণ্টাত পাঁচ লক্ষ কোটিৰ লোকচান

September 29, 2026
বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে
Assam

বহু গুৰুত্বপূৰ্ণ কথাই স্পষ্ট নকৰিলে ছিংগাপুৰ নিৱাসী জুবিনৰ ঘনিষ্ঠ বন্ধুৱে

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

September 29, 2026
বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান
Assam

বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d