Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dr Banikanta Kakati Award : ছাত্ৰ সমাজৰ পৰাই সমাজ সেৱক-শীৰ্ষ উদ্যোগপতি, ভাল ৰাজনীতিক ওলাব লাগিব : মন্ত্ৰী পীযুষ হাজৰীকা

তেজপুৰত ১০৫৭ গৰাকী ছাত্ৰ-ছাত্ৰীক ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰৰ অধীনত স্কুটী প্ৰদান

publisher by publisher
December 11, 2022
in Assam, India, News
Reading Time: 1 min read
0
Dr Banikanta Kakati Award : ছাত্ৰ সমাজৰ পৰাই সমাজ সেৱক-শীৰ্ষ উদ্যোগপতি, ভাল ৰাজনীতিক ওলাব লাগিব : মন্ত্ৰী পীযুষ হাজৰীকা
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Dr Banikanta Kakati Award :

শিক্ষা আহৰণৰ জৰিয়তে বিভিন্ন সেৱাৰ মাধ্যমেৰে সমাজৰ উন্নতিৰ হকে নিজকে আত্মনিয়োগ কৰিবলৈ অসমৰ ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনায় ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ।

ADVERTISEMENT

আজি প্ৰজ্ঞা ভাৰতী আঁচনিৰ অন্তৰ্ভুক্ত ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰ বিতৰণ উপলক্ষে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি তথা শোনিতপুৰ জিলাৰ অভিভাবক মন্ত্ৰী হিচাপে অংশগ্ৰহণ কৰি তেওঁ ছাত্ৰ সমাজ ব্যক্তিকেন্দ্ৰিক মানসিকতাৰ পৰিবৰ্তে সমাজকেন্দ্ৰিক মানসিকতা, চিন্তাধাৰাৰে পৰিচালিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

শোণিতপুৰ জিলাৰ কৃতীমান শিক্ষাৰ্থীসকলক স্কুটী প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই লগতে কয় যে অসমৰ স্কুল-কলেজ-বিশ্ববিদ্যালয়, আই আই টিত অধ্যয়ন কৰা শোনিতপুৰৰ সন্তানেও এদিন বিশ্ব অথবা দেশৰ সৰ্বশ্ৰেষ্ঠ বহুজাতিক প্ৰতিষ্ঠানৰ শীৰ্ষ পদত অধিষ্ঠিত হ’ব লাগিব ।

অসমীয়া জাতিৰ গৌৰৱ আনন্দৰাম বৰুৱা, ড° বাণীকান্ত কাকতিৰ দৰে মহান মনীষীৰ অতুলনীয় জীৱন পৰিক্ৰমা অতি প্ৰাঞ্জল ৰূপত উপস্থাপন কৰি বঁটা প্ৰাপক শিক্ষাৰ্থী সকলক উদ্দেশ্যি ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰীকাই কয় যে আমাৰ ছাত্ৰ সমাজৰ পৰাই সমাজ সেৱক, বিশিষ্ট উদ্যোগপতি তথা ভাল ৰাজনীতিক ওলাব লাগিব ।

বিশ্বৰ আগশাৰীৰ বহুজাতিক প্ৰতিষ্ঠান গুগল, টুইটাৰ, মাইক্ৰ ছফ্ট আদিৰ শীৰ্ষ পদত একাধিক ভাৰতীয় মূলৰ ব্যক্তিয়ে শুৱনি কৰিছিল বা কৰি আছে । তেওঁলোক ভাৰতৰ কোনোবা ৰাজ্যৰ শিক্ষানুষ্ঠানতে অধ্যয়ন কৰিছিল । সেয়েহে আমাৰ অসমৰ তথা তেজপুৰৰ ছাত্ৰ – ছাত্ৰীয়ে সেই স্থান পাব নোৱাৰাৰ কোনো যুক্তি নাই ।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক দূৰদৰ্শী চিন্তাৰে অসমৰ ছাত্ৰ সমাজক বিশ্বৰ বহল ক্ষেত্ৰলৈ আগুৱাই নিয়াৰ বাবেই এই অভিলাষী আঁচনিখন গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে শোনিতপুৰ জিলাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশৰ ওপৰত লাভ কৰা ১৮৯ গৰাকী ছাত্ৰ আৰু ৬০ শতাংশৰ ওপৰত লাভ কৰা ৮৬৮ গৰাকী ছাত্ৰীসহ মুঠ ১০৫৭ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰৰ অধীনত স্কুটী প্ৰদান কৰা হয় ।

আজিৰ এই অনুষ্ঠানত তেজপুৰ লোকসভাৰ সাংসদ পল্লবলোচন দাস, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, শোনিতপুৰৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ , তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, সমাজকৰ্মী বাতাছ ওৰাঙ প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি, অভিভাবক তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।

ইপিনে মন্ত্ৰী হাজৰীকাই আজি তেজপুৰ জলসম্পদ সংমণ্ডলৰ ১.৫৫ কোটি টকা ব্যয় সাপেক্ষ নবনিৰ্মিত স্থায়ী কাৰ্যালয় ভৱন আৰু তেজপুৰৰ কলিবাৰীত অনুসূচীত জাতি আৰু পিছপৰা জাতি কল্যাণ সঞ্চালকালয়ৰ পুঁজিৰে এছ অ’ পি ডি আঁচনিৰ অধীনত নিৰ্মিত ড° বি আৰ আম্বেদকাৰ ভৱনটোৰ উদ্বোধন কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dr Banikanta Kakati AwardHimanta Biswa SarmaPijush HazarikaScooty DistributionTEZPUR
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d