Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Manas National Park :মানাহৰ পৰ্যটন ইতিহাসত অভিলেখ

৩৪ খন বহিঃৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ,বিগত ৭ টা বছৰৰ তুলনাত সৰ্বোচ্চ ৰাজহ উপাৰ্জন

publisher by publisher
April 1, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Manas National Park :মানাহৰ পৰ্যটন ইতিহাসত অভিলেখ
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

মানাহত আৰক্ষীৰ সফল অভিযান: অস্ত্ৰ–বিস্ফোৰকসহ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

Manas National Park :

কালি ৰাজ্যখনৰ বিত্তীয় বৰ্ষটোৰ সামৰণি পৰাৰ পিছতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমণ ঘটা পৰ্যটকৰ সংখ্যাৰ লগতে পৰ্যটন উদ্যোগটোৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনে অৰ্জন কৰা ৰাজহৰ বিষয়ে সদৰি কৰা হৈছে ।

ADVERTISEMENT

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বন কাৰ্যালয়ৰ বন বিষয়া অভিনৱ বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ৩৪ খন বিদেশী ৰাষ্ট্ৰৰ পৰা মানাহলৈ আগমণ ঘটা ৭৯৯ গৰাকী পৰ্যটকৰ উপস্থিতিৰে ৰাষ্ট্ৰীয় উদ্যান খনে এইবেলি অভিলেখ সৃষ্টি কৰা বুলিও দাবী কৰিছে।

বিশ্বৰ চহকী ৫ খন ৰাষ্ট্ৰৰ পৰ্যটকৰ উপস্থিতিৰ ক্ষেত্ৰত ইংলেণ্ড প্ৰথম,আমেৰিকা দ্বিতীয়,ফ্ৰান্স তৃতীয়,আয়াৰলেণ্ড চতুৰ্থ আৰু ডেনমাৰ্কএ পঞ্চম স্থান লাভ কৰাৰ কথা প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

আনহাতে ঘৰুৱা পৰ্যটকৰ উপস্থিতিৰ ক্ষেত্ৰত গৃহ ৰাজ্য অসমে প্ৰথম স্থানত থকাৰ বিপৰীতে পশ্চিমবঙ্গ, মহাৰাষ্ট্ৰ,কৰ্ণাটক, মেঘালয় আৰু গুজৰাটএ ক্ৰমে দ্বিতীয়, তৃতীয়,চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰাৰ কথা বিজ্ঞপ্তিটোত জনোৱা হৈছে ।

অৱশ্যে দাদ্ৰা নগৰ হাভেলী,দমন আৰু দিউ দ্বীপ ৰাজ্যসমূহৰ পৰ্যটক এইবেলি অনুপস্থিত বুলিও বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

তদুপৰি বিত্তীয় বৰ্ষ সমাপ্তিৰ‌ অন্তিম দিনটোলৈকে অৰ্থাৎ কালি ৩১ মাৰ্চলৈকে বিগত সাতটা বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনে ১,৩৫,৮৪,৪৫০ (এক কোটি পয়ত্ৰিশ লাখ চৌৰাশী হাজাৰ চাৰিশ পঞ্চাশ)টকা ৰাজহ উপাৰ্জনেৰে আন এক অভিলেখ সৃষ্টিৰো বিজ্ঞপ্তিটোৰ জৰিয়তে দাবী কৰা হৈছে ।

আনহাতে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসিন্দা ব্যাঘ্ৰকুলৰ নিৰাপত্তা নিশ্চিতকৰণৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ বেঁকী নৈৰ সমীপৰ মঠনগুৰিৰ বন বিভাগৰ বাংল’ত পৰ্যটকৰ বাবে সচৰাচৰ থকা নিশা যাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এইবেলি জাৰি কৰা নিষেধাজ্ঞাই পৰ্যটকৰ আগমণৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাব বুলি একাংশ লোকে কৰা আশংকাক বিজ্ঞপ্তিটোৰ জৰিয়তে নুই কৰা হৈছে।

পৰ্যটকৰ সংখ্যা বৃদ্ধি আৰু ৰাজহ বৃদ্ধিৰ বিষয়টোত ‘মানচ একোমোডেশ্যন এণ্ড টুৰিজিম ছ’ছাইটি’ আৰু জীপ ছাফাৰী এচোছিয়েশ্যনৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত সক্ৰিয় বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে লোৱা ভূমিকাৰো শলাগ লোৱা হৈছে।

অৱশ্যে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অনলাইন ব্যৱস্থাৰে পৰ্যটকসকললৈ বুকিঙৰ সুবিধা প্ৰদান কৰাত পৰ্যটকসকলে অনলাইন বুকিঙ ব্যৱস্থাৰ সহায় লোৱাত পৰ্যটকৰ সংখ্যা বৃদ্ধিত ইতিবাচক প্ৰভাৱ পেলোৱা দেখা গৈছে।

তদুপৰি ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণৰ বাবে অধিক সংখ্যক পৰ্যটকেই জীপ ছাফাৰী ব্যৱস্থাটোক অগ্ৰাধিকাৰ দিয়াৰ পিছতে ক্ৰমান্বয়ে হাতী ছাফাৰী,নৌকা বিহাৰ আৰু হাতীৰ প্ৰতিপালন কৰা দৃশ্য প্ৰত্যক্ষ কৰা বিষয়টোক অগ্ৰাধিকাৰ দিয়া দেখা গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: High Revenue CalectionManas National ParkTurist
publisher

publisher

Related Posts

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d