Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

    পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

    পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Fight In Court Over Same-Sex Marriage : সমলিংগৰ বিবাহক লৈ ন্যায়ালয়ত যুঁজ

স্বীকৃতি প্ৰদানৰ তীব্ৰ বিৰোধীতা কেন্দ্ৰৰ

publisher by publisher
April 20, 2023
in India, News
Reading Time: 3 mins read
0
Fight In Court Over Same-Sex Marriage : সমলিংগৰ বিবাহক লৈ ন্যায়ালয়ত যুঁজ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

Fight In Court Over Same-Sex Marriage :

সম লিংগৰ মাজত বৈবাহিক সম্পর্ক স্থাপন অভিজাত শ্রেণীৰ বিষয়। এই ভাষ্য কেন্দ্রীয় চৰকাৰৰ। সমকামী বিবাহক লৈ দেশৰ উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰৰ শুনানিত এনেদৰে নিজৰ স্থিতি প্রকাশ কৰে কেন্দ্ৰীয় চৰকাৰে। সমকামী বিবাহৰ বৈধতা বিচাৰি দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আবেদন।

ADVERTISEMENT

কেন্দ্রৰ এনে স্থিতিৰ বিপৰীতে সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়ে প্রতিক্রিয়া প্ৰকাশ কৰি আজি কয় যে সম লিংগ বিবাহক অভিজাত শ্ৰেণীৰ ধাৰণা বুলি ক’ব নোৱাৰি।

এই বিষয়টোক লৈ মহানগৰীয়া অঞ্চলৰ অধিকাংশ লোকে বন্ধ কুঠৰীৰ পৰা ওলাই আহি সৰৱ হোৱা বাবেই ইয়াক এনে আখ্যা দিব নোৱাৰি। কেন্দ্রীয় চৰকাৰৰ মতে সমকামী বিবাহৰ বৈধতা বিচাৰি দাখিল হোৱা আবেদনে ৰাষ্ট্ৰৰ মতামতক প্রতিফলিত নকৰে। ই নগৰীয়া অভিজাত মতামতহে।

এই ক্ষেত্ৰত মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয় যে এয়া মাত্ৰ নগৰীয়া অভিজাত ধাৰণা বুলি প্রতীয়মান কৰিবলৈ কেন্দ্ৰৰ হাতত কোনো তথ্য নাই। কেন্দ্ৰীয় চৰকাৰে এইদৰেও কয় যে এনে বিবাহৰ বৈধতাই সাধাৰণ নাগৰিকৰ কোনো হিত সাধন নকৰে। তদুপৰি এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰাটো সংসদৰে কাম।

আদালতে এনে বিষয়ত সিদ্ধান্ত গ্ৰহণৰ পৰা দূৰৈত থকা উচিত। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে সম লিংগ বিবাহৰ সন্দৰ্ভত দ্বিতীয়খন শপতনামা দাখিল কৰে। চৰকাৰে কয় যে এয়া কেৱল নগৰীয়া অভিজাত শ্রেণীৰ দৃষ্টিভংগী আৰু আবেদনকাৰীৰ উদ্দেশ্য হৈছে এনে বিবাহক কেৱল সামাজিক স্বীকৃতি প্রদান।

কেন্দ্রই কয় যে সকলো ধৰ্মতে বিবাহৰ এক সামাজিক মহত্ত্ব আছে। হিন্দুসকলৰ মতে, বিবাহ সংস্কাৰ, ইছলাম ধৰ্মৰ মতেও একে। সেয়ে এনে আবেদন খাৰিজ কৰা উচিত। প্ৰথমখন শপতনামাত কেন্দ্ৰীয় চৰকাৰে কয় যে জনপ্রতিনিধিয়ে এই বিষয়টোত গ্রামাঞ্চল, চহৰ, নগৰীয়া বাসিন্দা আৰু ধাৰ্মিক লোকসকলৰ পৰা মতামত গ্ৰহণ কৰিব। দেশৰ আইন আৰু পৰম্পৰাকো বিবেচনাৰ মাজত ৰাখিব লাগিব বুলি কেন্দ্রই কয়। এই একেখন নথিতে কেন্দ্ৰীয় চৰকাৰে বিষয়টো জনপ্ৰতিনিধিৰ ওপৰত এৰি দিব লাগে।

আন এক নথিত কেন্দ্রই কয় যে সম লিংগৰ বিবাহক আইনী স্বীকৃতি প্ৰদান কৰিলে পাৰ্ছনেল ল’ আৰু সামাজিক মূল্যবোধৰ মাজত থকা সংবেদনশীল সন্তুলন ধ্বংস হ’ব। তদুপৰি কয় যে প্রচলিত বিবাহ ব্যৱস্থাৰ সমতুল্য মর্যাদা যদিহে সম লিংগ বিবাহকো দিয়া হয় তেন্তে ইয়াৰ দ্বাৰা সাধাৰণ নাগৰিকৰ হিত সাধনত ক্ষতিকাৰক প্ৰভাৱ পৰিব।এনে বিবাহক যদিহে আইনী মান্যতা দিয়া হয় তেন্তে ইয়াৰ অৰ্থ হ’ব যে ন্যায়পালিকাই এখন আইন নতুনকৈ প্রস্তুত কৰিলে, এয়া আদালতৰ কাম নহয়।

মন কৰিবলগীয়া যে সম লিংগ বিবাহত অনুমতি প্ৰদানৰ সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই এইদৰেও কয় যে উচ্চতম ন্যায়ালয়ে ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৭৭ত অপৰাধমুক্ত কৰাৰ অৰ্থ এয়া নহয় যে আবেদনকাৰীয়ে সম লিংগৰ বিবাহতো মৌলিক অধিকাৰ দাবী কৰিব।

ভাৰতীয় বিবাহ ব্যৱস্থাৰ ধাৰণাৰ বিৰোধী সম লিংগ বিবাহ। কেন্দ্রই কয় যে সম লিংগৰ বিবাহৰ তুলনা ভাৰতীয় পৰিয়ালৰ পতি-পত্নী আৰু তেওঁলোকৰ সন্তানৰ ধাৰণাৰ স’তে তুলনা কৰিব নোৱাৰি। কেন্দ্রই এই কথাও কয় যে আইন মতে, সম লিংগ বিবাহক মান্যতা দিব নোৱাৰি কিয়নো ইয়াত পতি আৰু পত্নীৰ পৰিভাষা জৈৱিকভাৱে আখ্যায়িত কৰা হৈছে। এই মর্মে দুয়োকে আইনী অধিকাৰ দিয়া হৈছে।

সম লিংগ বিবাহত বিবাদপূর্ণ পৰিস্থিতিৰ উদ্ভৱ হ’লে পতি আৰু পত্নীক কিদৰে ভিন্নভাবে চিহ্নিত কৰিব পৰা যাব বুলিও কেন্দ্ৰৰ প্ৰশ্ন। তদুপৰি ইয়াক আইনী মর্যাদা দিলে শিশু দত্তক লোৱা, বিবাহ বিচ্ছেদ, ভৰণ-পোষণ আদি সম্পৰ্কীয় বিষয়বোৰত বহু জটিলতাই দেখা দিব। এই বিষয়বোৰ সম্পৰ্কীয় সকলোবোৰ বৈজ্ঞানিক ব্যৱস্থা পুৰুষ আৰু মহিলাৰ বিবাহৰ সম্পৰ্কৰ ওপৰতে আধাৰিত ।

ইপিনে, দেশৰ মুখ্য ন্যায়াধীশে আজি কয় যে ৰাষ্ট্ৰই এজন ব্যক্তিৰ নিয়ন্ত্ৰণ নথকা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি এজন লোকৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰিব নোৱাৰে। মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে লগতে কয়, ‘যদি আপোনালোকে ইয়াক স্বভাবজাত বৈশিষ্ট্য বুলি চাই তেন্তে ইয়ে নগৰীয়া অভিজাত ধাৰণাৰ বিতৰ্কৰ উত্তৰ দিব।

নগৰীয়া বুলি হয়তো এই কাৰণে কোৱা হৈছে কিয়নো অধিকাংশ লোকেই নগৰ অঞ্চলৰ পৰাই মুকলিকৈ ওলাই আহিছে। সম লিংগ বিবাহ যে এক নগৰীয়া অভিজাত ধাৰণা সেই কথা প্ৰমাণ কৰিবলৈ চৰকাৰৰ হাতত কোনো তথ্য নাই।’

উল্লেখ্য যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন বিচাৰপীঠত আছে ন্যায়াধীশ এছ কে কৌল, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ হিমা কোহলি আৰু ন্যায়াধীশ পি এছ নৰসিংহ।

আবেদনকাৰীৰ হৈ আদালতত যুক্তি দশোৱা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে বিপৰীত লিংগৰ প্ৰতিহে আকৰ্ষণৰ ধাৰণা ভংগ কৰিব লাগে। তেওঁ কয় যে সংবিধানে দিয়া মৌলিক অধিকাৰ সকলো ব্যক্তিৰ বাবে সেয়া বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত লোক অথবা ভিন্ন চৰিত্ৰৰে হওক।সেয়েহে সম লিংগৰ প্ৰতি আকৰ্ষিত লোকৰ বিবাহৰ অধিকাৰ স্বীকাৰৰ কোনো কাৰণ নাই বুলি তেওঁ কয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indialgbtq rightsmarriage equalitysame-sex marriage
publisher

publisher

Related Posts

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ
Assam

September 8, 2026
পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে
International

পেলেষ্টাইনৰ মুকলি আকাশৰ তলত ‘লায়ন কিং’ উপভোগ কৰিলে এদল শিশুৱে

September 8, 2026
পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি
Assam

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি

September 8, 2026
Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী
Assam

Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

September 8, 2026
আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
Assam

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

September 8, 2026
Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d