Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam BJp:ৰাজ্যিক বিজেপিত মুকলিকৈ আৰম্ভ হৈছে বাদ-বিবাদ !

ন- পুৰণি সংঘাতত উদ্বিগ্ন ৰাজ্যিক বিজেপি,অধিক সম্প্ৰসাৰিত নহ'বলৈ সকলো জিলাৰ পৰিস্থিতিৰ বুজ লোৱাৰ তৎপৰতা

publisher by publisher
May 13, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Assam BJp:ৰাজ্যিক বিজেপিত মুকলিকৈ আৰম্ভ হৈছে বাদ-বিবাদ !
3
SHARES
32
VIEWS
ShareShareShareShare

Assam BJp:

ৰাজ্যিক বিজেপিত সম্প্রতি আন্তঃদলীয় সংঘাতে কঁপনি তুলিছে। অন্যান্য দলৰ পৰা বিজেপিলৈ নতুনকৈ অহাসকল আৰু পুৰণি বিজেপি নেতা-কৰ্মীৰ মাজত জিলাই জিলাই সংঘাতৰ সূত্ৰপাত ঘটিছে।

ADVERTISEMENT

অৱশ্যে ন-পুৰণিৰ এই সংঘাত পূৰ্বৰে পৰা চলি আহিছিল যদিও বহু পৰিমাণে সুপ্ত অৱস্থাত আছিল; কিন্তু বঙাইগাঁৱত সংঘাতে প্রকাশ্য ৰূপ লোৱাৰ পাছত ইখনৰ পাছত আনখন জিলালৈ ইয়াৰ প্ৰতিক্ৰিয়া বিয়পিবলৈ ধৰিছে। দলীয় সূত্ৰত প্রকাশ যে এই সংঘাত প্ৰথম অৱস্থাত দলৰ কাৰ্যালয়ৰ চাৰিবেৰৰ মাজতে আবদ্ধ আছিল।

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি

সেই সীমা অতিক্রমি সংঘাতে ক্ৰমে ৰাজহুৱা ৰূপ ধাৰণ কৰিছে। লক্ষ্যণীয় দিশটো হ’ল যে ৰাজ্যিক নেতৃত্বই বিষয়টোক প্রথমতে গুৰুত্ব প্ৰদান কৰা নাছিল। ইখনৰ পাছত সিখন জিলালৈ যেতিয়া সংঘাত বিয়পিবলৈ আৰম্ভ কৰে তেতিয়াহে গা লৰে ৰাজ্যিক নেতৃত্বৰ।

পৰিস্থিতি অধিক জটিল হোৱাত ৰাজ্যিক নেতৃত্বই বিষয়টোত হস্তক্ষেপ কৰে যদিও পৰিস্থিতিৰ নিৰাময় হোৱা নাই বুলি ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাৰ সূত্ৰই সদৰী কৰে। আনকি দলৰ মৰ্চাতো এনে সংঘাতৰ সৃষ্টি হৈছে। ইয়াক নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত থকাৰ মাজতো আনকি দলৰ বিষয়বাবত থকা লোকেই সামাজিক মাধ্যমত ক্ষোভ প্রকাশ কৰিবলৈ শেহতীয়াকৈ আৰম্ভ কৰিছে।

বঙাইগাঁৱৰ পাছত গোৱালপাৰা, বিলাসীপাৰা আদি জিলা সমিতিৰ পাছত নলবাৰীতো আৰম্ভ হৈছেঅনুৰূপ পৰিস্থিতিৰ ৷ জিলাখনত দলৰ ভিতৰচ’ৰাত নতুন আৰু পুৰণি বিজেপিৰ মাজত সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তাৰে বাহ্যিক প্ৰতিফলনো এতিয়া ঘটিছে।

উদাহৰণ স্বৰূপে জিলাখনৰ সামাজিক মাধ্যম কোষৰ কলিতা উপাধিৰ সহ আহ্বায়ক এজনে সামাজিক মাধ্যমত লিখিছে এনেদৰে, ‘মুখা পিন্ধা নামধাৰী বিজেপি, চাল-চলন একেবাৰে কংগ্ৰেছী।’ আকৌ তালুকদাৰ উপাধিৰ এজন আহ্বায়কে লিখিছে, ‘বর্তমান বিজেপি লেবেলধাৰী একাংশ নেতাই কংগ্ৰছীসকলক গুৰুত্ব দি ঘূৰি থকা দেখা গৈছে ।’

কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা একাংশ নতুন নেতাক উদ্দেশ্য কৰিয়েই এনেধৰণৰ ইংগিতপূর্ণ মন্তব্য কৰাটোও ইয়াৰ দ্বাৰাই স্পষ্ট হোৱা বুলি দলীয় সূত্ৰত প্ৰকাশ।

দলৰ ৰাজ্যিক স্তৰত হোৱা চৰ্চা অনুসৰি অসন্তুষ্টি তথা সংঘাতৰ এনে পৰিৱেশে ইতিমধ্যে পূব অসমৰ কেবাখনো জিলা সমিতিত গুৰুতৰ ৰূপ লৈছে। ইয়াৰ নেতৃত্ব লৈছে দলৰ কেবাজনো জ্যেষ্ঠ নেতাই। এই পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক সভাপতি ভবেশ কলিতাক শীঘ্ৰে সমস্যা সমাধানৰ পৰামৰ্শ দিছে।

সেই অনুসৰি কলিতাই বাদী-বিবাদী দুয়োপক্ষৰ একাংশৰ লগত কথা পাতি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে দলৰ স্বাৰ্থত সকলোকে মিলি কাম কৰিবলৈ বাৰম্বাৰ আহ্বান জনাইছে; কিন্তু এনে আহ্বানে গুৰুত্ব নোপোৱা বুলি দলৰ সূত্ৰত প্ৰকাশ। পৰিস্থিতি নিয়ন্ত্ৰণৰ অংশ হিচাপে প্রায় সকলো জিলাৰ পৰিৱেশ বুজ লোৱাৰ প্ৰক্ৰিয়াও চলিছে।

গতিকে যিকেইখন জিলাত এই ধৰণৰ পৰিস্থিতি অদ্যাপি উদ্ভৱ হোৱা নাই সেইবোৰৰো খবৰ লোৱা হৈছে। লক্ষ্যণীয়ভাৱে সূত্ৰত প্রকাশ যে ন-পুৰণিক লৈ বেছিভাগ জিলাতে বাদ-বিবাদ চলি আছে। ক’ৰবাত বিবাদৰ মাত্ৰা বাঢ়িছে, ক’ৰবাত বঢ়া নাই। পার্থক্য ইমানেই বুলি জ্যেষ্ঠ নেতাই কয়।

অৱশ্যে দলীয় এনে বিশৃংখলা নুই কৰা নাই সভাপতি কলিতাই। দলত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি কলিতাই কয় যে বৃহৎ ৰাজনৈতিক দল এটাত ক’ৰবাত ক’ৰবাত দুই-এজন মানুহ অসন্তুষ্ট হ’ব পাৰে। তাৰ নিৰাময়ো আলোচনাৰ মাজেৰে কৰা হয়।

গতিকে জিলাভেদে য”ত যি সমস্যা আছে সেইবোৰ সমাধান হ’ব বুলিও কলিতাই তাৎপর্যপূর্ণ মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Pradesh BjpBhabesh KalitaCm Himanta Biswa Sarma
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d