Horoscope: দিনটোৰ ৰাশিফল
মেষ : ব্যৱসায়ত লাভৰ মাত্ৰা বৃদ্ধি পাব। স্বাস্থ্য সম্পর্কে সাৱধান হ’ব। অধ্যয়নত মনোনিৱেশ কৰা বাঞ্ছনীয়। বিয়া-বাৰুৰ কথাত আগনবঢ়াই ভাল।
বৃষঃ পৈতৃক সম্পত্তি সম্পৰ্কীয় কথাই মনত আনন্দ দিব। চাকৰিত সাফল্য লাভৰ যোগ। প্ৰেমত সাৱধান হ’ব। স্বাস্থ্য মধ্যমীয়া।
মিথুন : মানসিক অশান্তি ভুগিব পাৰে। বিবাহত সমস্যাৰ সম্মুখীন হ’ব। কর্মত নতুন পৰিকল্পনাৰ আৱশ্যক। চাকৰিয়ালৰ শুভ।
কর্কট : অংশীদাৰী ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা। প্ৰেমত নতুন প্রস্তাৱ আহিব। অধ্যয়নত নিৰোৎসাহ হোৱাৰ যোগ।
সিংহঃ পুৰণি ৰোগৰ উপশম হ’ব। ব্যৱসায় ভিত্তিক উত্থান পতনে আর্থিক লাভৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্ৰেমত আনন্দ। বিদ্যাত সাফল্য।
কন্যা : পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব। ব্যৱসায়ত বাধাৰ সম্মুখীন হ’ব পাৰে। পঢ়া-শুনাত চেষ্টা অব্যাহত ৰাখক। পিতৃ-মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব।
তুলা : মহিলাসকলে গৃহ উদ্যোগত লাভ কৰিব। সন্তানৰ ভালেই যাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো শুভ। মনোবল ৰাখিব।
বৃশ্চিক : সন্তানৰ ব্যক্তিত্বই আপোনাক গৌৰৱান্বিত কৰিব। কর্মক্ষেত্ৰত সৰু সুৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে। ঘৰুৱা শুভ। প্ৰেমত বাধা ।
ধনুঃ বেপাৰ বাণিজ্যত জড়িতসকলৰ সৰু সুৰা বাধা আহিব। কাম-কাজত নিয়মাৱতী হ’বলৈ চেষ্টা কৰক। বিদ্যাত জটিলতা প্ৰেমত আনন্দ প্রাপ্তি ।
মকৰ : চাকৰিৰ ক্ষেত্ৰত সতৰ্ক হৈ চলা ভাল । আর্থিক দিশত উন্নতি লাভ কৰিব। বিবাহৰ যোগাযোগ। প্ৰেমত মধ্যম ।
কুম্ভ : চাকৰিত সাফল্য লাভৰ যোগ। বিদ্যাত খুব এটা বেয়া নহয়। পেটৰ অসুখে আমনি দিব পাৰে। প্ৰেমত শুভ ।
মীন : বেমাৰ-বাণিজ্যত জড়িতসকলৰ সৰু সুৰা বাধা আহিব কাম-কাজত নিয়মাৱৰ্তী হ’বলৈ চেষ্টা কৰক। প্ৰেমত আনন্দ বিদ্যাত বাধা।