Today Horoscope:দিনটোৰ ৰাশিফল
মেষ : নতুন কোনো শুভ সংবাদ আহিব পাৰে; বন্ধুবৰ্গৰ পৰা আন উৎসাহ পাব; আৰ্থিক লাভ। মনৰ শান্তি পাব, শুভ ৰং কমলা, শুভ সংখ্যা ৬।
বৃষ : কৰ্মত উদাৰতা থাকিব; আর্থিক সম্পদ লাভ; প্ৰেমত মধ্যম, বন্ধুৰ পৰা উপকৃত হ’ব, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
মিথুন : খং নকৰিব; কর্মস্থানত কিছু জটিলতা, আত্মবিশ্বাস বৃদ্ধি। শাৰীৰিক, মানসিক কষ্ট বৃদ্ধি। বজৰংগৱলীক পূজা কৰক। শুভ ৰং গেৰুৱা, শুভ ৩।
কর্কট : কৰ্মত উন্নতিৰ যোগ। সততাৰ পৰিচয় দিব, ধনৰ চিন্তা বৃদ্ধি; বিদ্যাত বুদ্ধিত শুভ, প্ৰেমত মধ্যম। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।
সিংহ : কৰ্মত উন্নতি। নিবনুৱাৰ কৰ্মসংস্থাপনৰ যোগ। শিল্পী, সাহিত্যিক, ৰাজনীতিবিদ্যাৰ সন্মান বৃদ্ধি। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।
কন্যা : শুভ সংবাদ পাব। যানবাহিনৰ লাভৰ যোগ। দাম্পত্যত বুজাবুজি। বিদ্যাত শুভ। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩।
তুলা : আশা মতেই সফলতা অৰ্জন কৰিব পাৰিব। সহকৰ্মীৰ পৰা সাৱধান। বেল গছৰ তলত পানী দিব। শুভ ৰং ৰঙা, শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।
বৃশ্চিক : কৰ্মস্থানত মধ্যম। শত্ৰু কমিব। পাৰিলে দুখীয়াক দান কৰিব। সংযমী চিন্তাশীল দিক প্রকাশ পাব। শুভ ৰং বগা, শুভ সংখ্যা ৯।
ধনু : নতুন কর্মসংস্থাপন। ভবামতে আনন্দ লাভ। আর্থিক মধ্যম। শত্রু বাঢ়িব। প্ৰদূষণৰ পৰা সাৱধান। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা 8৷
মকৰ : কৰ্মত উন্নতিৰ চিন্তা। খং, ৰাগ ক্ষোভ কমাওক উন্নতি হ’ব। ইলেক্ট্রনিক সামগ্ৰীৰ পৰা সাৱধান। শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫।
কুম্ভ: গুৰুৰ কৃপা লাভ কৰিব। বিদ্যাত শুভ। জুইৰ পৰা সাৱধান । ব্যৱসায়ৰ উন্নতি। শুভ ৰং কমলা, শুভ সংখ্যা ১।
মীন : যানবাহনৰ পৰা সাৱধান। ধৈৰ্যৰ প্ৰয়োজ, কৰ্মত পদোন্নতি, শিৱ মন্দিৰ দৰ্শন কৰক; নিৰামিৰ আহাৰ গ্ৰহণ কৰক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।































