Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Transport Department Collected Rs 200 Crore In Guwahati:জৰিমনা আদায়ৰ লক্ষ্য, শ শ দুঘটনা বৃদ্ধি

গুৱাহাটীত দুশ কোটি সংগ্ৰহ, দুঘটনা ৰোধৰ সজাগতাৰ পাছতো ২০২১-২০২২ৰ তুলনাত বৃদ্ধিহে পালে মৃত্যুৰ সংখ্যা, চলিত বৰ্ষৰ কেৱল ফেব্ৰুৱাৰীতে ৬২১টা দুর্ঘটনাত কমেও তিনিশজনৰ মৃত্যু

publisher by publisher
April 2, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Transport Department Collected Rs 200 Crore In Guwahati:জৰিমনা আদায়ৰ লক্ষ্য, শ শ দুঘটনা বৃদ্ধি
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Transport Department Collected Rs 200 Crore In Guwahati:

চৰকাৰ ৰাজহ আৰু জৰিমনা আদায়ত ব্যস্ত থকাৰ বিপৰীতে প্ৰতি বছৰে শ শ দুর্ঘটনা বৃদ্ধি পাইছে অসমত। বিগত বৰ্ষসমূহৰ দৰেই ২০২৩ বৰ্ষতো ৰাজ্যত পথ দুর্ঘটনাত প্রাণ হেৰুৱালে ৩,২৯৮ জন লোকে।

ADVERTISEMENT

আনহাতে, উক্ত বর্ষত সংঘটিত ৭,৪৩২ টা পথ দুর্ঘটনাত ৫,৯১০ জন লোক আহত হয় বুলি পৰিবহণ বিভাগে সদৰী কৰিছে। উল্লেখ্য যে ৰাজ্যত প্রতিবছৰে সংঘটিত পথ দুর্ঘটনাত কে’বা হেজাৰ লোকে অকাল মৃত্যুক সাৱটি লয়। পৰিবহণ বিভাগে ইয়াৰ অন্যতম কাৰণৰূপে সুৰাসক্ত হৈ তীব্র গতিত যান-বাহন চলোৱা বুলি চিহ্নিত কৰি আহিছে।

ড: হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰূপে দায়িত্ব লোৱাৰ পাছতে ৰাজ্যখনত দুর্ঘটনা প্রতিৰোধ কৰাৰ লগতে মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ বিশেষ নির্দেশনা জাৰি কৰিছিল। সেই মর্মে পৰিবহণ বিভাগকে ধৰি আৰক্ষী প্রশাসন ৰাজ্যজুৰি সষ্টম হৈ পৰিছিল। আইন ভংগকাৰী গাড়ীচালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষীৰ লগতে পৰিবহণ বিভাগ।

প্রতিটো উৎসৱ-পার্বণৰ সময়তো দুর্ঘটনা প্রতিৰোধৰ নামত অধিক সষ্টম হৈ পৰা আৰক্ষী-পৰিবহণ বিভাগে আইন ভংগকাৰীৰ পৰা লাখে লাখে টকা জৰিমনা সংগ্রহ কৰিছিল। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত পৰিবহণ বিভাগে দুর্ঘটনা প্ৰতিৰোধৰ নামত বিভিন্ন সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰিছিল;

কিন্তু পৰিবহণ বিভাগে জৰিমনা সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ’ল যদিও দুর্ঘটনা প্রতিৰোধত কোনো প্রভাৱনপৰিল। স্বয়ং পৰিবহণ বিভাগে সদৰী কৰা তথ্য পোহৰলৈ আহিছে যে ২০২১ আৰু ২০২২ বৰ্ষৰ তুলনাত ২০২৩ত ৰাজ্যত দুর্ঘটনাৰ সংখ্যাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পালে।

উল্লেখ্য যে ২০২১ত ৰাজ্যত ৭.৪১১টা পথ দুর্ঘটনাত ৩,০৩৬ জনে প্রাণ হেৰুৱাইছিল। একেদৰে ২০২২৩ ৭,০২৩টা পথ দুর্ঘটনাত ২,৯৯৪ জনে প্রাণ হেৰুৱায়। ২০২২ৰ তুলনাত ২০২৩ বর্ষত বৃদ্ধি পায় ৪০৯টা দুর্ঘটনা। একদৰে উল্লিখিত বর্ষতকৈ ২০২৩৩ ৩০৪ জনৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে। একেদৰে ২০২৩ত ৰাজ্যত সংঘটিত মুঠ ৭,৪৩২টা পথ দুর্ঘটনাত আহত হৈছে ৫,৯১০ জন লোক। একেদৰে চলিত তথা ২০২৪ত দুর্ঘটনাত ৫০৭ জন লোক আহত হোৱাৰ লগতে ফেব্রুৱাৰীত সংঘটিত ৬২১টা পথ দুর্ঘটনাত তিনিশজনে প্রাণ হেৰুওৱাৰ তথ্য সদৰী কৰিছে পৰিবহণ বিভাগে।

সমান্তৰালভাৱে ২০২৩ বর্ষত কামৰূপ মহানগৰ পৰিবহণ বিভাগে নগদ জৰিমনা সংগ্রহ কৰে ১০৬ কোটি ৮৫ লাখ ৬৭ হেজাৰ টকা। একেদৰে ই-চালানৰ জৰিয়তে ৯৫ কোটি দুই লাখ ৬৩ হেজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰাৰ উপৰি চলিত বর্ষৰ প্রথম তিনি মাহত দুই কোটি সাত লাখ টকাৰ জৰিমনা সংগ্ৰহৰ তথ্য সদৰী কৰিছে সংশ্লিষ্ট বিভাগে।

ফলত উল্লিখিত তথ্যই স্পষ্ট কৰিছে যে যি উদ্দেশ্যে ৰাজ্যজুৰি পৰিবহণ বিভাগ আৰু আৰক্ষী সষ্টম হৈ আইন ভংগকাৰীক জৰিমনা বিহিছিল তথা কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল, তাত সফলতা লাভ নকৰিলেও জৰিমনা সংগ্ৰহত অভিলেখ ৰচিলে। দিশটোৱে ব্যাপক চর্চা লাভ কৰিছে।

আনহাতে, ৪৭০ কোটিৰো অধিক ৰাজহ সংগ্ৰহৰ সম্পর্কে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে প্ৰেৰণ কৰা এক প্রেছ বার্তাত উল্লেখ কৰিছে যে ইমান বৃহৎ পৰিমাণৰ ৰাজহ সংগ্রহ কৰি তেওঁলোকে পৰিবহণ বিভাগৰ ইতিহাসত নজিৰ সৃষ্টি কৰিছে।

তথ্যত প্রকাশ যে কার্যালয়টোৱে ২০২২-২০২৩ বিত্তীয় বর্ষত ৩৬৪ কোটি ৯৪ লাখ টকাৰ ৰাজহ সংগ্রহ কৰিছিল। ২০২৩-২০২৪ বিত্তীয় বৰ্ষত তেওঁলোকে ১০৬ কোটি অধিক ৰাজহ সংগ্ৰহ কৰি মুঠ বার্ষিক ৰাজহ সংগ্ৰহৰ পৰিমাণ ৪৭০ কোটি ১০ লাখ টকালৈ বৃদ্ধি কৰিলে বুলি সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FineGovt .RevenueGuwahatiTransport Department Collected Rs 200 Crore
publisher

publisher

Related Posts

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে
Assam

September 12, 2026
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!
International

বিশ্বসুন্দৰী প্ৰতিযোগিতাত যোগ দিলে মেছিয়ে!

September 12, 2026
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত ‘প্ৰফেচাৰ ডি পি বৰুৱা গ্রন্থ কোণ’ উদ্বোধন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d