Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Many controversial officers Appointed as Special Chief Secretaries in violation of the Law:অৱসৰপ্ৰাপ্ত আইএফএছ যাদৱৰ প্ৰতি নৰম স্থিতি কিয়

দুর্নীতি-অনিয়মত জড়িত থকাৰ অভিযোগৰ পাছতো নহ'ল তদন্ত, আইন উলংঘাৰে বিশেষ মুখ্য সচিব পদত নিয়োগ বহু বিতর্কিত বিষয়াক

publisher by publisher
July 2, 2024
in Assam, India, News
Reading Time: 4 mins read
0
Many controversial officers Appointed as Special Chief Secretaries in violation of the Law:অৱসৰপ্ৰাপ্ত আইএফএছ যাদৱৰ প্ৰতি নৰম স্থিতি কিয়
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Artificial Flood in Guwahati:দেওবাৰে নিশা মুষলধাৰ বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীত হাহাকাৰ পৰিস্থিতি

Artificial Flood in Guwahati:উন্নয়নৰ জয়ঢোল বজোৱা দিশপুৰক পুনৰ নগ্ন কৰিলে এজাক মুষলধাৰ বৰষুণে

Guwahati Artificial Flood:এজাক বৰষুণে উটুৱালে শাসকৰ দম্ভ

Many controversial officers Appointed as Special Chief Secretaries in violation of the Law:

দুর্নীতিৰ বিৰুদ্ধে খেনোক দেখি ৰন্ধা-বঢ়া খেনোক দেখি দুৱাৰ বন্ধা নীতি গ্রহণ কৰি অহা ৰাজ্য চৰকাৰৰ দুর্নীতি-কেলেংকাৰিৰ লগতে বিভিন্ন অবাঞ্চিত বিতর্কত জড়িত এজন বিষয়াৰ ক্ষেত্ৰত ৰহস্যজনক স্থিতি চর্চিত হৈছে। বিতর্কিত ভাৰতীয় বন সেৱা বিষয়া তথা অসমৰ প্ৰধান মুখ্য বন সংৰক্ষক পদৰ পৰা শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা এম কে যাদৱৰ কাৰ্যকালত বন বিভাগত সংঘটিত এটাৰ পাছত আন এটা বিসংগতি তথা কেলেংকাৰি পোহৰলৈ আহিছে; অথচ তেওঁক ৰাজ্য চৰকাৰে উদক ভেঁটাৰখীয়া পতাৰ লেখীয়াকৈ বিশেষ মুখ্য সচিব পদত অধিষ্ঠিত কৰি বন বিভাগৰ দায়িত্ব দিয়াক লৈ স্বয়ং দিছপুৰত তীব্ৰ প্রতিক্রিয়া অব্যাহত আছে।

ADVERTISEMENT

ভাৰতীয় প্রশাসনিক সেৱাৰ নিয়ম উলংঘা কৰি অৱসৰপ্ৰাপ্ত আইএফএছ যাদৱৰ পুনৰ কাৰ্যকাল বৃদ্ধি কৰি ৰাজ্যৰ বিশেষ মুখ্য সচিবৰ পদত অধিষ্ঠিত কৰা হৈছিল। এই বিষয়ত বিৰোধী কংগ্ৰেছে এই নিযুক্তি বাতিল কৰি ৰাজ্যৰ প্ৰাক্তন প্রধান মুখ্য বন সংৰক্ষকজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ ওপৰত চিবিআইৰ দ্বাৰা নাইবা ন্যায়িক তদন্তৰ দাবী কৰিছিল যদিও এই ক্ষেত্রত দুর্নীতি বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা ৰাজ্য চৰকাৰে কোনোধৰণৰ সদিচ্ছা প্রকাশ নকৰাত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে।

আনকি এই বিষয়ত লৈ দিছপুৰৰ আইএএছ লবীৰ মাজতো এখন শীতল যুদ্ধ অব্যাহত আছে। উল্লেখ্য যে চলিত বৰ্ষৰ ২৫ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰা বন বিষয়া যাদৱৰ কাৰ্যকাল বৃদ্ধি কৰি পহিলা মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ বন বিভাগৰ বিশেষ মুখ্য সচিবৰূপে নিযুক্তি দিছিল ৰাজ্য চৰকাৰে। এই নিযুক্তিক লৈ ব্যাপক চর্চা চলিছিল। কিয়নো বিষয়াজন বিভাগৰ বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বহু দুর্নীতি তথা কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। আনকি এইজন বিষয়া কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হৈ থকাৰ সময়ত অৰ্থাৎ ২০১৪ৰ পৰা ২০১৬ লৈ ২৫ মাহত ৪৪টা এশিঙিয়া গঁড় চোৰাং চিকাৰৰ বলি হৈছিল। ইয়াক লৈ প্রকৃতিপ্রেমীসকল সৰৱ হৈ পৰিছিল।

তৎসত্ত্বেও এইজন বিষয়াকে পুনৰ বিভাগটোৰ মুৰব্বী পদত অধিষ্ঠিত কৰা হৈছিল। অকল সেয়ে নহয়, অৱসৰ গ্ৰহণৰ পাছতো ‘ওপৰৰ শক্তি’ৰ বলত যাদৱে পুনৰ বিশেষ মুখ্য সচিব পদ লৈ বিভাগৰ দায়িত্ব খামোচ মাৰি ৰাখিছে। বিষয়াজনে কিয় বিভাগটো এৰি যাব বিচৰা নাই, তাৰ কাৰণো লাহে লাহে পোহৰলৈ আহিছে। ইয়াক লৈ বিৰোধী কংগ্ৰেছকে ধৰি প্রকৃতিপ্রেমীসকল সৰৱ হৈ আহিছে।

অবৈধ তথা পৰিৱেশ বিৰোধী বিভিন্ন সিদ্ধান্ত কাৰ্যকৰী কৰাৰ পৰিণতি স্বৰূপে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰো ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হৈছিল যাদৱ; কিন্তু ইমানৰ পাছতো তেওঁৰ বিৰুদ্ধে তদন্ত ঘোষণাৰ বিপৰীতে চৰকাৰে কাৰ্যকাল বৃদ্ধিহে কৰি শীৰ্ষ পদত নিয়োগ কৰোৱাটোৱে সংশ্লিষ্ট পক্ষৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

যাদৱৰ বিৰুদ্ধে কংগ্রেছে চিবিআই নাইবা ন্যায়িক তদন্ত দাবী কৰি আহিছে যদিও এই ক্ষেত্ৰত চৰকাৰক কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে। দিছপুৰৰ সূত্রত প্রকাশ যে বিষয়জন মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতে পদ খামোচ মাৰি ধৰি ৰাখিবলৈ সক্ষম হৈছে। আনকি সেইবাবেই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্ত হোৱা নাই।

আনহাতে, শেহতীয়াকৈ বিৰোধী কংগ্ৰেছে বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীক দাবী জনাইছে। কংগ্রেছে অভিযোগত উল্লেখ কৰিছে যে ভাৰতীয় বন সেৱা বিষয়া যাদবে তেওঁৰ কাৰ্যকালত অসমৰ বনজ সম্পদ লুণ্ঠন কৰা, পৰিৱেশ আৰু প্ৰকৃতি ধ্বংস কৰা, কাজিৰঙাত বিভিন্ন ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি আহিছে। এই সন্দৰ্ভত তদন্ত বিচাৰি ভাৰত চৰকাৰলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি একাংশ প্রকৃতিপ্রেমীয়ে পত্ৰ প্ৰেৰণ কৰিছিল।

তাৰ মাজতে বিৰোধী দলপতি শইকীয়াই উল্লেখ কৰিছিল যে শেহতীয়াকৈ বন বিভাগত সম্পন্ন হোৱা নিযুক্তি প্রক্রিয়াত ব্যাপক দুর্নীতি সংঘটিত হৈছে। ধনৰ বিনিময়ত যাদৱকে ধৰি বিভাগৰ একাংশ বিষয়াই চাকৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে বুলি শইকীয়াই মন্তব্য কৰি যাদৱৰ বিৰুদ্ধে উত্থাপিত অভিযোগ চিবিআইৰ তদন্তৰ দাবী কৰিছিল। তদুপৰি অৱসৰৰ পাছতো যাদৱক যিদৰে মুখ্য সচিবৰ মৰ্যাদাত বন বিভাগ চলাবলৈ দিয়া হৈছে, এই নিযুক্তি তাৎক্ষণিকভাবে বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছিল।

কিন্তু বিষয়াজনৰ বিৰুদ্ধে আজি পর্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে চৰকাৰে। যাদৱে তেওঁৰ কাৰ্যকালত ক্ষমতাৰ অপব্যৱহাৰৰ কৰাৰ বহু অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ ২০৯জন বন কর্মীক নিময় উলংঘাৰে পদোন্নতি, আন্তঃগাঁথনিৰ নামত বনাঞ্চল ধ্বংস, বাঘ সংৰক্ষণৰ পুঁজিৰ ধন আন বিভাগলৈ হস্তান্তৰ কৰাকে ধৰি আন বহু কেইটা দুর্নীতি-কেলেংকাৰিত জড়িত বুলি অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰ পাছতো তেওঁৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বাদেই, আনকি তদন্তই ঘোষণা নকৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMO ASSAMcontroversial officers AppointedEx.PRINCIPAL CHIEF CONSERVATOR OF FORESTM.K. YadavSpecial Chief Secretaries
publisher

publisher

Related Posts

‘হৰ হৰ মোদী’, ‘জয় জয় মোদী’ ধ্বনিৰে প্ৰধানমন্ত্ৰী মোদিৰ বেনাৰৰ সন্মুখত আৰতি, বিতৰ্ক
India

August 20, 2026
নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য

ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d