Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Dev.Minister Ashok Singhal:এজাক বৰষুণত গুৱাহাটীত কৃত্ৰিম বানক লৈ গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ টুলুঙা মন্তব্য

গুৱাহাটীৰ পানী ক’লা, মেঘালয়ৰ ৰঙা’, মেঘালয়ৰ পানীয়েহে গুৱাহাটী বুৰালে :সিংহাল

publisher by publisher
August 6, 2024
in Uncategorized
Reading Time: 2 mins read
0
Guwahati Dev.Minister Ashok Singhal:এজাক বৰষুণত গুৱাহাটীত কৃত্ৰিম বানক লৈ গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালৰ টুলুঙা মন্তব্য
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati :প্ৰতিশ্ৰুতিৰ ১০ বছৰ! ফ্লপশ্ব’ত পৰিণত বানমুক্ত গুৱাহাটীৰ শ্ল’গান

Rukmininagar flood victims Protest:এজাক বৰষুণতে স্তব্ধ গুৱাহাটীত এতিয়াও পানীৰ তলত মহানগৰীৰ বহু অঞ্চল

Jyotinagar Child Missing:মহানগৰীৰ জ্যোতিনগৰৰ নলাৰ কাষতে আঁঠুৱা তৰি নিশা কটালে দুৰ্ভগীয়া পিতৃয়ে

Guwahati Dev. Minister Ashok Singhal:

সোমবাৰে মহানগৰীত বিয়লী দিয়া এজাক বৰষুণতে সৃষ্টি হয় এক অবৰ্ণনীয় পৰিস্থিতি। কি জি এছ ৰোড,কি এমএলএ হোষ্টেল মহানগৰীৰ ৰাজপথত ঠায়ে ঠায়ে এবুকু- একঁকাল পৰ্যন্ত পানী হয়। আনহাতে ইয়াৰ পাছতে ৰাজপথত যানজঁট৷ ঘন্টা ঘন্টা ধৰি যানবাহনৰ দীঘলীয়া শাৰী ৰাজপথত ৷

ADVERTISEMENT

বিশেষকৈ স্কুলবাছ আবদ্ধ হৈ পৰাত কণকণ ছাত্ৰ- ছাত্ৰীয়ে লখোনে ভুকে কটাবলগীয়া পৰিবেশ সৃষ্টি হয় ৷ চাৰি বজাৰ পৰা আবদ্ধ স্কুল বাছৰ পৰা নিশা আঠ/এঘাৰ বজাত হে অভিভাৱককে কণকণ ছাত্ৰ- ছাত্ৰীক পানী ভাঙি কান্ধত লৈ যোৱাৰ দৰে এক অভাৱনীয় পৰিবেশ সৃষ্টি হয় ৷

https://dainikagradoot.in/wp-content/uploads/2024/08/flood-today.mp4

জিএছ ৰোডত যানবাহনৰ দীঘলীয়া শাৰীৰ যানজঁট নিশা ডেৰ- দুই বজালৈ থাকে ৷ আনকি চৰকাৰী কাৰ্যালয়ৰ বহু বিষয়া- কৰ্মচাৰী কৃত্ৰিম বানৰ বাবে গৃহাভিমুখী হ’ব নোৱাৰি নিশাটো কটাবলগীয়া হয় হোটেলত ৷ উল্লেখ্য যে,এনেকুৱা যান-জঁট কাহানিও হোৱা নাছিল বুলি মন্তব্য কৰে মহানগৰীৰ বহু কেইজন নাগৰিকে ৷

আনহাতে কৃত্ৰিমবানত বহু যানবাহন উটি যোৱাৰ বিপৰীতে আন বহু যানবাহন পানীৰ মাজতে বিকল হৈ পৰে ৷ এক হাহাকাৰময় পৰিস্থিতিৰ সন্মুখীন হয় মহানাগৰিক ৷

ইয়াৰ মাজতে মঙলবাৰে গুৱাহাটীৰ কৃত্ৰিম বানক লৈ টুলুঙা মন্তব্য আগবঢ়ালে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে। সিংহালৰ মতে,মেঘালয়ৰ পানীয়েহে গুৱাহাটীত সৃষ্টি কৰিলে কৃত্ৰিম বানৰ। আনকি পানীৰ ৰঙক লৈ বিশেষজ্ঞৰ দৰে মন্তব্য দি সিংহালে কয়, গুৱাহাটীৰ পানী ক’লা, মেঘালয়ৰ পানী ৰঙা। গুৱাহাটীত সোমবাৰে হোৱা কৃত্ৰিম বানৰ পানী ৰঙা আছিল ৷

গুৱাহাটী উন্নয়ন মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লৈ ৰাইজৰ দুখৰ সমভাগী হোৱাৰ বিপৰীতে অশোক সিংহালে যি অদ্ভুত যুক্তি আগবঢ়াইছে তাক লৈ আজি বহু লোকে ধিক্কাৰ দিয়ে মন্ত্ৰী গৰাকীক ৷ মন্ত্ৰীলৈ উলোতাই বানাক্ৰান্ত ৰাইজৰ প্ৰশ্ন,য’ৰ পানীয়ে নহওক কিয় কৃত্ৰিম বানত ককবকাই থকা মহানগৰবাসীক ৰক্ষা কৰিবলৈ বিভাগীয় মন্ত্ৰী হিচাপে অশোক সিংহাল দায়বদ্ধ নহয় নেকি !

https://dainikagradoot.in/wp-content/uploads/2024/08/flood-today-2.mp4

অৱশ্যে মন্ত্ৰী অশোক সিংহলে স্বীকাৰ কৰে যে গুৱাহাটী মহানগৰীৰ নলা-নৰ্দমাৰ বহন ক্ষমতা সীমিত। ডেৰ ঘণ্টা ১৩৬ এমএম বৰষুণৰ ফলত হোৱা অত্যাধিক অতিৰিক্ত পানী বহন কৰিবলৈ অক্ষম মহানগৰীৰ নলা-নৰ্দমাসমূহ। সেয়েহে এজাক নেৰানেপেৰা বৰষুণ দিলে নলা সমূহ উফন্দি ৰাজপথলৈ বাগৰি আহি কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ আগন্তুক তিনিমাহৰ ভিতৰত কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰিবলৈ বিজ্ঞানসন্মতভাৱে ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে মন্ত্ৰী গৰাকীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Guwahati Artificial FloodGuwahati Dev. Minister Speech Ashok Singhal
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d