Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Automobile industry stumbles as unsold vehicles pile up:গুদামত বৃদ্ধি পাইছে বিক্রী নোহোৱা গাড়ীৰ সংখ্যা

৭৫ দিন ধৰি ৭৪ হেজাৰ কোটি টকা মূল্যৰ মুঠ ৭.৮ লাখ গাড়ী শ্ব'ৰূমত পৰি আছে, লোকচানৰ আশংকাত গভীৰ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় ডিলাৰ সন্থাৰ , টাটা মটৰ্ছ, মাৰুতি, টয়টা, মাহিন্দ্ৰা আদিৰ দৰে শীৰ্ষ গাড়ী নির্মাতা কোম্পানীৰ যাত্রীবাহী গাড়ীৰ বিক্ৰী বছৰত মুঠ ১.৬ শতাংশ হ্রাস হৈ ৩,০৪,৩৮১খন হৈছে, মাৰুতি ছুজুকীৰ পাইকাৰী বিক্ৰী ৯.৬৭ শতাংশ হ্রাস পাইছে

publisher by publisher
September 10, 2024
in Uncategorized
Reading Time: 3 mins read
0
Automobile industry stumbles as unsold vehicles pile up:গুদামত বৃদ্ধি পাইছে বিক্রী নোহোৱা গাড়ীৰ সংখ্যা
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Automobile industry stumbles as unsold vehicles pile up:

সন্মুখত উৎসৱৰ বতৰ। অথচ মন্দা গাড়ীৰ বজাৰ। বছৰ জুৰি ব্যৱসায় বেয়া হ’লেও উৎসৱৰ বতৰত সদায়ে বিক্ৰী বৃদ্ধি পায়। কিন্তু এইবাৰ এনে নহ’ল। গাড়ীৰ ডিলাৰৰ সংস্থা ‘ফেডাৰেচন অৱ অট’ম’বাইল ডিলাৰ্ছ এছ’চিয়েছন’ (ফাডা)ই জনোৱা মতে যাত্রীবাহী গাড়ী বিক্ৰীৰ বিপণীসমূহত মজুত থকা গাড়ীৰ পৰিমাণে বিগত বৰ্ষৰ সকলো পৰিসংখ্যা অতিক্রম কৰিছে।

ADVERTISEMENT

ফাডাই কয় যে বিগত প্রায় ৭৫দিন ধৰি প্ৰায় ৭৮ হেজাৰ কোটি টকা মূল্যৰ মুঠ ৭.৮ লক্ষ গাড়ী শ্ব’ৰূমত পৰি আছে। গাড়ী নির্মাণকাৰী সংস্থাসমূহে উৎপাদন আৰু সৰবৰাহ ক্ৰমশঃ বৃদ্ধি কৰিছে। যাৰ ফলত বিপণীসমূহ (শ্ব’ৰূম)ৰ গুদামত বিক্ৰী নোহোৱা গাড়ী জমা হ’বলৈ ধৰিছে। ইয়াকে লৈ ডিলাৰসকলৰ মাজত বিত্তীয় দিশটোৰ প্ৰতি উদ্বেগ বৃদ্ধি পাইছে। কিয়নো মজুত থকা গাড়ীৰ বয়স ৩০দিনৰ অধিক হোৱাটো ডিলাৰৰ বাবে উদ্বেগৰ বিষয়।

এই সময়সীমা বৃদ্ধি হৈ ৬০দিন অতিক্ৰম কৰি প্ৰায় ৭৫ দিন পর্যন্ত হৈছে। ইয়াৰ অন্যতম কাৰণ হ’ল বেংকৰ পৰা ডিলাৰে গ্ৰহণ কৰা ঋণ ৬০ দিনৰ ভিতৰত সুতসহ ওভতাই দিয়ে। বিগত বছৰৰ এটা সময়ত ৬৫দিনৰ গাড়ী মজুত হৈছিল।

এই পৰিস্থিতিত প্রশ্ন হয় যে হঠাতে গাড়ী ক্ৰয়ৰ প্ৰতি গ্ৰাহকৰ অনীহা কিয় সৃষ্টি হৈছে। ফাডাৰ সভাপতি মনীষৰাজ সিংহানীয়াই সংবাদ মাধ্যমক জনোৱা মতে গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে উৎপাদন আৰু সৰবৰাহ ক্ৰমাগত বৃদ্ধি কৰিছে। ইপিনে, মে’ত হঠাতে শ্ব’ৰূমৰ পৰা যাত্রীবাহী গাড়ীৰ বিক্ৰী সংকটৰ মুখত পৰে। ফলত মজুত থকা গাড়ীৰ পৰিমাণ বৃদ্ধি পাইছে। জুলাই আৰু আগষ্টতো গাড়ী নির্মাতাই ডিলাৰলৈ মাহিলি চাহিদাৰ ভিত্তিত মজুত থকা গাড়ী প্ৰেৰণ কৰাৰ ফলত পৰিমাণ অধিক বৃদ্ধি পাইছে।

সংগঠনটোৱে কয় যে উৎসৱৰ বতৰৰ পূৰ্বে মজুতৰ পৰিমাণক লৈ ডিলাৰসকল বিশেষ চিন্তিত নহ’লেহেঁতেন। কিন্তু বিভিন্ন ৰাজ্যত স্বাভাৱিকতকৈ অতিৰিক্ত বৰষুণৰ বাবে গাড়ীৰ ক্ৰয়ৰ চাহিদা হ্রাস পাইছে। বিগত জুলাই আৰু আগষ্টত যি পৰিমাণৰ গাড়ী ডিলাৰসকলে মজুত ৰাখিবলগীয়া হয় তাৰ ফলত চাহিদা আৰু মজুতৰ ভাৰসাম্য বিঘ্নিত হৈছে।

ফাডাৰ সভাপতি সিংহানীয়াই জনোৱা মতে, ২০১৮-১৯ৰ বিত্তীয় বর্ষ তেওঁলোকৰ বাবে আছিল দুঃস্বপ্ন সদৃশ। গাড়ীৰ বজাৰৰ মন্দাৱস্থাৰ বাবে দেশত ২৮০খন বিপণীৰ দুৱাৰ বন্ধ হৈছিল। তাৰ পাছৰে পৰা তেওঁলোকে গাড়ী মজুতকৰণক লৈ সতর্ক হৈছে। গাড়ীৰ মূল সৰঞ্জাম প্ৰস্তুতকৰ্তা আৰু গাড়ী নির্মাতা সংস্থাসমূহে নিজ নিজ বজাৰ স্থিৰ কৰি ৰাখিবলৈ ডিলাৰৰ ওপৰত চাপ সৃষ্টি কৰা বুলিও সংগঠনটোৱে অভিযোগ কৰে।

টাটা মটৰ্ছ, মাৰুতি, টয়টা, মাহিন্দ্ৰা আদিৰ দৰে শীৰ্ষ গাড়ী নির্মাতা কোম্পানীৰ যাত্রীবাহী গাড়ীৰ বিক্ৰী বছৰত মুঠ ১.৬ শতাংশ হ্রাস হৈ ৩,০৪,৩৮১খন হৈছে। ভাৰতৰ বৃহত্তম যাত্রীবাহী গাড়ী প্রস্তুতকর্তা মাৰুতি ছুজুকীৰ পাইকাৰী বিক্ৰী ৯.৬৭ শতাংশ হ্রাস পাইছে। কোম্পানীটোৰ সৰু সৰু গাড়ীৰ বিক্ৰী স্থিতিশীল আছিল। ইপিনে, মজলীয়া আকাৰৰ ছিডান গাড়ীৰ বিক্ৰী বৃহৎ পতনৰ সন্মুখীন হৈছে। ডিলাৰসকল যাতে বিত্তীয় ক্ষতিৰ সন্মুখীন নহয় তাৰ বাবে অতিৰিক্ত মজুত গ্রহণ বন্ধ কৰিবলৈ দ্রুত সিদ্ধান্ত গ্ৰহণৰ নিৰ্দেশ দিছে ফাডাই।

উল্লেখ্য যে আজিৰ বজাৰত স্প’ৰ্টছ ইউটিলিটি ভেহিকেল (এছইউভি)ৰ চাহিদা সর্বাধিক। বিশেষকৈ মজলীয়া আকাৰৰ এছইউভিৰ চাহিদা আটাইতকৈ বেছি। মাত্র কিছুদিনৰ ভিতৰত ভাৰতত চাহিদা বহু বৃদ্ধি পাইছে। দেশৰ ৰাস্তাত চলাচলৰ কথা চিন্তা কৰিয়ে এই ধৰণৰ উচ্চতাৰ গাড়ী ক্রেতাসকলে অধিক পছন্দ কৰে। সৰু গাড়ীৰ বজাৰৰ ক্ষেত্ৰত মাৰুতিৰ উপৰি ভাৰতীয় ক্রেতাসকলে টাটাৰ গাড়ীও ভাল পায়। মাহিন্দ্ৰাৰ এছইউভিৰ চাহিদা আৰু একে সময়তে কিয়াৰ চাহিদা ২০২৪ত বৃদ্ধি পাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Automobile industry stumblesF ederation Of Automobile Dealers Associationsunsold vehicles pile up
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d