Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Auto Draft

    ২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mohalaya:আজি মহালয়া, বছৰজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱৰ উন্মদনা

মহালয়া উপলক্ষে পুৱাতে ৰাজ্যৰ ৰাজপথত সমবেত হ'ল ভক্তৱান ৰাইজ

samimsultana by samimsultana
October 2, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Mohalaya:আজি মহালয়া, বছৰজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱৰ উন্মদনা
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

Mohaloya:

বছৰজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই পুনৰ ধৰাত শাৰদীয় দুর্গোৎসৱৰ বতৰা ৷ বুধবাৰে পবিত্র মহালয়া। এই দিনটোতে দুষ্টক দমন কৰিবলৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে শক্তিৰ আৰাধ্যা দেবী দুর্গাক সৃষ্টি কৰিছিল। সেয়ে আজিৰ দিনটোত দেৱী দুর্গাক ধৰাৰ বুকুলৈ আদৰণি জনায় ৰাজ্যবাসীয়ে । মহালয়া উপলক্ষে পুৱাতে ৰাজ্যৰ ৰাজপথত সমবেত হ’ল ভক্তৱান ৰাইজ | আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱৰ উন্মদনা ।

ADVERTISEMENT

উল্লেখ্য যে মহালয়াৰ এসপ্তাহৰ পাছত যুগে যুগে চলি অহা পৰম্পৰাক অক্ষুণ্ণ ৰাখি দেৱীৰ প্ৰতিমা বেদীত স্থাপন কৰা হ’ব। পঞ্জিকাৰ গণনা অনুসৰি, ন অক্টোবৰ তথা ২২ আহিন বুধবাৰে দেৱী দুৰ্গাৰ ষষ্ঠাদি কল্পাৰম্ভ আৰু যষ্ঠী বিহিত পূজা, বোধন, সন্ধ্যা দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস হ’ব। এইবাৰ দেৱী দোলাত আহিব আৰু ঘোঁৰাত যাব। সম্প্রতি এই দুর্গা পূজাক লৈ ৰাজ্যজুৰি এক উখল- মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো সৰু-বৰ ছয় শতাধিক স্থানত দুর্গা পূজা অনুষ্ঠিত হ’ব।

ইতিমধ্যে পূজা মণ্ডপৰ নির্মাণ কার্য অব্যাহত থকাৰ লগতে নতুন নতুন বিষয়বস্তুক লৈ সাজি উলিওৱা মণ্ডপসমূহে এইবাৰো ভক্তসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি উদ্যোক্তাসকলে আশা প্রকাশ কৰিছে। উল্লেখ্য যে এইবাৰো মহানগৰীৰ গৰিষ্ঠ সংখ্যক পূজা সমিতিয়ে প্রকৃতি সুৰক্ষা আৰু প্লাষ্টিক বৰ্জনৰ এক বাৰ্তাৰে বিভিন্ন সমকালীন বিষয়বস্তুক লৈ প্ৰযুক্তিৰ পয়োভৰেৰে মণ্ডপসমূহ সজাই তুলিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে।

সমান্তৰালভাৱে পূজাস্থলীত এক সুশৃংখল ব্যৱস্থাপনা আৰু সুৰক্ষাৰ দিশতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহানগৰীৰ পূজা মণ্ডপসমূহ দেশ-বিদেশৰ মন্দিৰ, পৌৰাণিক কীর্তিচিহ্ন, হোটেল আদিৰ আর্হিত নিৰ্মাণ কৰা হৈছে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ নামচাইস্থিত গ’ল্ডেন পাগোডা (সোণালী বৌদ্ধ মন্দিৰ) ৰ আৰ্হিত এইবাৰ লতাশিলৰ পূজা মণ্ডপ প্ৰস্তুত কৰা হৈছে।

একেদৰে চীনৰ বিখ্যাত হোটেল ‘গ্রেণ্ড লিছব’য়া’ৰ আৰ্হিত পাণ্ডুৰ আজাদ হিন্দ ক্লাবৰ পূজা, ‘গংগাৰ পাৰৰ ৰূপকথা’ৰ আৰ্হিত সুভাষ নগৰৰ পূজা, ৰাজস্থানৰ পৌৰাণিক অট্টালিকাৰ আৰ্হিত বিষ্ণুপুৰৰ পূজা, হেৰী পটাৰৰ আর্হিত নতুনবস্তিৰ পূজা, টি-২০ বিশ্বকাপ ট্রফীৰ আৰ্হিত কালীবাড়ীৰ পূজা মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে। সংশ্লিষ্ট পূজা সমিতিয়ে এই মণ্ডপসমূহে ভক্তক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Durga Puja PreparationGuwahatiMohalaya Celebration
samimsultana

samimsultana

Related Posts

Assam

September 10, 2026
Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা
Assam

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

September 10, 2026
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত
Assam

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

September 10, 2026
Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d