Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ncw Seminar KKHSOU:কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত ‘অসংগঠিত খণ্ডত মহিলা’ শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পৃষ্ঠপোষকতাত আলোচনা চক্ৰৰ সামৰণি

publisher by publisher
December 13, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Ncw Seminar KKHSOU:কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত ‘অসংগঠিত খণ্ডত মহিলা’ শীর্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগ (NCW) পৃষ্ঠপোষকতাত ১২ আৰু ১৩ ডিচেম্বৰত আয়োজন কৰা ‘অসংগঠিত খণ্ডত মহিলা’ শীর্ষক দুদিনীয়া আলোচনা চক্ৰখনৰ সফলতাৰে সামৰণি মৰা হৈছে।
খানাপাৰাৰ ৰেছম নগৰস্থিত বিশ্ববিদ্যালয়ৰ প্রেক্ষাগৃহত আয়োজিত এই আলোচনা চক্ৰখনত অস্বীকৃতিপ্রাপ্ত খণ্ডত কাম কৰি থকা মহিলাসকলৰ সবলীকৰণ আৰু কল্যাণৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত মতৰ আদান-প্রদান ঘটে। সাম্প্রতিক সময়ত অসংগঠিত খণ্ডৰ ক্ৰমে বৃদ্ধি পোৱা প্রাধান্য আৰু ভাৰতৰ সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় অর্দ্ধেক অংশ এই খণ্ডটোৱে উৎপাদন কৰি থকা কথাটোৱে আলোচনাত স্থান লাভ কৰে।

ADVERTISEMENT

বিশ্ববিদ্যালয় সংগীত পৰিৱেশনৰ পাচতেই অসমৰ শিক্ষাক্ষেত্ৰলৈ অমূল্য অৱদান আগবঢ়াই থৈ যোৱা মহান পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ প্রতিকৃতিত মাল্যার্পণ কৰি আলোচনা চক্ৰখনৰ শুভাৰম্ভ কৰা হয়। আলোচনা চক্র আয়োজক সমিতিৰ অধ্যক্ষ অধ্যাপক জয়দীপ বৰৱাই আদৰণি ভাষাত সামাজিক লিংগভিত্তিক বৈষম্যত বিশেষ আলোকপাত কৰি ভাৰতৰ শ্রমশক্তিৰ গতিশীলতা সম্পর্কে সাৰুৱা বিশ্লেষণ আগবঢ়ায়। নির্দিষ্ট বক্তাৰ আসন শুৱনি কৰা অৰণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অর্থনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা বন্দনা উপাধ্যায়ে তেওঁৰ ‘ভাৰতৰ অসংগঠিত শ্রম বজাৰত মহিলাঃ উত্তৰ-পূৱ ভাৰতৰ অন্তর্দৃষ্টি’ শীর্ষক বক্তৃতাত বহুতো চিন্তা উদ্রেককাৰী বিষয়ৰ অৱতাৰণা কৰে। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰাজীৱ মোহন পন্তে দিয়া মুখ্য অতিথিৰ ভাষাত অসংগঠিত খণ্ডত কৰ্মৰত মহিলাৰ দুঃসহ জীৱনৰ বাস্তৱ ছবি এখন বর্ণনা কৰে। তেওঁ ভাৰতত কেতিয়াবা মহিলাসকলৰ সবলীকৰণ ঘটাব পৰা পাৰিপাৰ্শ্বপ্ৰণালী এটা আছিল জানো বুলিও প্রশ্ন উত্থাপন কৰে।

স্বর্ণকাল, বিষকাল আৰু অমৃতকালত বিভক্ত কৰি অধ্যাপক পন্তে ভাৰতৰ ক্রমবিকাশ কালৰ ঐতিহাসিক ৰেহৰৰূপৰ ব্যাখ্যা আগবঢ়ায়। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসে সভাপতিৰ আসনৰ পৰা দিয়া ভাষণত সামাজিক লিংগভিত্তিক সমতাৰ পৃষ্ঠপোষকতা কৰিবলৈ তথা মহিলা সবলীকৰণৰ প্ৰচেষ্ট চলাই যাবলৈ থকা বিশ্ববিদ্যালয়ৰ দায়বদ্ধতাৰ কথা দৃঢ়তাৰে দোহাৰে।

কেইবাটাও কাৰিকৰী অধিৱেশনত ভাগ কৰা আলোচনা চক্ৰখনত অংশগ্ৰহণ কৰা কেইগৰাকীমান বিশিষ্ট বিশেষজ্ঞ হ’ল অসমৰ প্ৰাক্তন মহাধিবত্তা অধ্যাপক ৰমেশ বৰপাত্র গোঁহাই, অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপিকা শাশ্বতী চৌধুৰী, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক চন্দন কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা পলী ভক্লিন আৰু অসম নর্থ-ইষ্ট নেটৱ’ৰ্কৰ অনুৰীতা পি. হাজৰিকা। তেওঁলোক আটায়ে মজুৰিৰ তাৰতম্যৰ ক্ষেত্রত থকা প্রত্যাহবানসমূহ, সামাজিক সুৰক্ষাৰ অভাৱ, মহিলা অধিকাৰৰ পৃষ্ঠপোষকতাকাৰী নীতি গ্রহণ তথা প্রণয়নৰ বৰ্দ্ধিত আৱশ্যকতা আৰু মহিলাৰ আৰ্থিক স্বতন্ত্রতা আদিৰ দৰে অসংগঠিত খণ্ডত কৰ্মৰত মহিলাৰ সৈতে জড়িত নানা দিশৰ বিভিন্ন মাত্ৰাত আলোকপাত কৰে।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰুৱাই ১৩ ডিচেম্বৰত দিয়া স্বস্তিৱাচনিক ভাষণত ৰাষ্ট্ৰৰ সামাজিক তথা অর্থনৈতিক উন্নয়নত মহিলাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি তেওঁলোকৰ অৱস্থা উন্নত কৰিবলৈ বিস্তৃত কার্যকৌশল প্রয়োগ কৰাৰ প্ৰয়োজনীয়তাত জোৰ দিয়ে। সামৰণি অধিৱেশনত উপস্থিত থকা অসম চৰকাৰৰ উচ্চশিক্ষা নিৰ্দেশালয়ৰ নিৰ্দেশক পলী বৰুৱাই নিজৰ ভাষণত কয় যে অসংগঠিত খণ্ডত কাম কৰা মহিলাসকলে আর্থিক নিৰ্ভৰশীলতা, ভাবুকি আৰু জীয়াই থকাৰ প্ৰয়োজনীয়তাৰ খাতিৰত প্ৰায়েই হিংসাত্মক ঘৰুৱা পৰিৱেশত জীৱন কটাবলৈ বাধ্য হৈ পৰা দেখা যায়।

আলোচনা চক্ৰখনৰ আহবায়ক ডঃ ৰীতিমণি বৰদলৈয়ে এই দুদিনীয়া আলোচনা চক্ৰখনত আলোচিত বিষয়বোৰৰ এক সাৰ টোকা প্রদান কৰে। সহ-আহবায়ক ডঃ ডোলা বৰকাকতিয়ে আলোচনা চক্ৰখনত ভাগ লোৱা আটাইৰে শলাগ লৈ এই দুদিনীয়া অনুষ্ঠানৰ সামৰণি মাৰে। আলোচনা চক্ৰখনত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষার্থীকে ধৰি সামাজিক কর্মকর্তা আৰু বিভিন্ন খণ্ডৰ বৃত্তিজীবিয়ে অংশগ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiKKHSOUNCW Seminar
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d