Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ

    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Jal Jeevan Mission :শ শ কোটি টকা কাৰ জেপত সোমাল ?

সম্পূৰ্ণ হোৱা বুলি দেখুওৱা ৩১২ খন আঁচনিৰ অধিকাংশই পানী যোগান ধৰাত ব্যর্থ, নগাঁও জিলাত জলজীৱনৰ ৭১০ আঁচনিৰ ৩৯৮ খনেই আজিও অসম্পূৰ্ণ হৈ ৰ'ল

publisher by publisher
December 16, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Jal Jeevan Mission :শ শ কোটি টকা কাৰ জেপত সোমাল ?
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

Nagaon Theft:নগাঁৱত মনোনয়ন দাখিল কৰিবলৈ আহি লটিঘটি বদৰুদ্দিন আজমলৰ

প্ৰতিঘৰতে বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে শশ কোটি টকা ব্যয় সাপেক্ষে নগাঁও জিলাত আৰম্ভ কৰা জল জীৱন মিচন আঁচনি চৰম প্ৰহসনত পৰিণত হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ একাংশ বিষয়া-কর্মচাৰী আৰু ঠিকাদাৰে এই আঁচনিখনক লুণ্ঠনৰ আহিলা হিচাপে ব্যৱহাৰ কৰাত ইয়াৰ সুফল লাভৰ পৰা ৰাইজ বঞ্চিত হৈছে।

ADVERTISEMENT

জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আটাইকেইটা সংমণ্ডলেই জল জীৱন মিছন আঁচনিৰ অধীনত কোটি কোটি টকা আৱন্টন লাভ কৰিছিল। আৱন্টিত বৃহৎ পুঁজিৰে জিলাখনৰ বিভিন্ন ঠাইত শশ পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰা হেছিল যদিও অসংখ্য অঞ্চলৰ ৰাইজৰ বিশুদ্ধ খোৱাপানীৰ সমস্যাটো দূৰ কৰিব নোৱাৰিলে । এতিয়াও লুণ্ঠনৰ প্রকোপত জল জীৱন মিছন আঁচনিৰ পানী যোগান আঁচনিসমূহৰ অধিকাংশৰেই কাম বিভাগীয় প্রাককলন অনুসৰি কৰা নহ’ল বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। তদুপৰি নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাছতো আজি পর্যন্ত সম্পূর্ণ নহ’ল বহু পানী যোগান আঁচনিৰ কাম।

প্রাপ্ত তথ্য অনুসৰি, জল জীৱন মিছনৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগ নগাঁও সংমণ্ডলে জিলাখনত কে’বাবছৰ পূৰ্বে মুঠ ৭১০ খন আঁচনিৰ কাম হাতত লৈছিল; কিন্তু ইয়াৰে প্রায় তিনি শতাধিক পানী যোগান আঁচনিৰ কামহে এই পর্যন্ত সম্পূর্ণ হৈছে। এই পর্যন্ত ৩৯৮ খন পানী যোগান আঁচনিৰ কাম এই পর্যন্ত সম্পূর্ণই কৰিব পৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলে। সেই পানী যোগান আঁচনিসমূহৰ কাম বর্তমানেও বিভিন্ন পর্যায়ত চলি আছে।

আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলে জল জীৱন মিছনৰ ইতিমধ্যে কাম সম্পূর্ণ হোৱা ৩১২ খন পানী যোগান আঁচনিৰ আটাইকেইখনৰ জৰিয়তে ৰাইজে পানী লাভ কৰি আহিছে বুলিও প্রকাশ কৰিছে যদিও ইয়াৰে বহুতো আঁচনিৰ পাইপেৰে এতিয়াও কোনো ৰাইজলৈ পানী বৈ যোৱা নাই।

উল্লেখ্য যে কেন্দ্রীয় জলশক্তি মন্ত্রণালয়ে ২০১৯ ত প্ৰৱৰ্তন কৰা জল জীৱন আঁচনিখনৰ জৰিয়তে প্রতিঘৰ লোককে দৈনিক ৫৫ লিটাৰকৈ ‘টেপ ৱাটাৰ’ যোগান ধৰাৰ লক্ষ্যৰে ৰূপায়িত হৈছিল এই ব্যয়বহুল আঁচনিখন। সেই অনুসৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলতো আৰম্ভ হৈছিল অভিলাষী আঁচনিখনৰ কাম-কাজ। নগাঁও জিলাতো এই আঁচনিখনৰ নামত শ শ কোটি টকা ব্যয় কৰা হৈছে। প্রকাণ্ড প্রকাণ্ড পানী যোগান আঁচনি নির্মাণ কৰা হৈছে ;

কিন্তু এতিয়াও জিলাখনৰ ৰাইজে জল জীৱনৰ পাইপেৰে বৈ অহা পানীৰে তৃষ্ণা নিবাৰণ কৰিব পৰা নাই। চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন আঁচনিৰ সফলতাৰ ঢাক-ঢোল বজাই অহাৰ সময়তে নগাঁও জিলাৰ অসংখ্য পানী যোগান আঁচনি অকামিলা হৈ থকাত ৰাইজে এটুপিও বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই।

জিলাখনৰ গেন্দুৱা পথাৰ পানী যোগান আঁচনি, গেৰেকী পানী যোগান আঁচনি, জহাজান পানী যোগান আঁচনি, কুঁজিদাহ নমাটি পানী যোগান আঁচনি, বেঙেনাআটি পানী যোগান আঁচনি, মাহগুৰি পানী যোগান আঁচনি, জামুগুৰি পানী যোগান আঁচনি, লাওগাঁও পানী যোগান আঁচনি, ৰৌমাৰী পানী যোগান আঁচনি, পশ্চিম কেন্দুগুৰি পানী যোগান আঁচনি, পূব শলমাৰী পানী যোগান আঁচনি, পূব তিনিচুকীয়া পানী যোগান আঁচনি, পূব কলাডুবা পানী যোগান আঁচনি, ঔৱানা পানী যোগান আঁচনি, তেলীয়া-বেবেজীয়া পানী যোগান আঁচনি, শিঙিয়া পানী যোগান আঁচনি, উদমাৰি পানী যোগান আঁচনি, মাজৰাআটি পানী যোগান আঁচনি, ভকতগাঁও পানী যোগান আঁচনি, জুৰীয়া পানী যোগান আঁচনি প্রমুখ্যে বহু পানী যোগান আঁচনিৰ জৰিয়তে নিয়মিত পানী যোগান ধৰা নহয়। এয়া মাত্র কেইটামান উদাহৰণহে।

জিলাখনৰ বিভিন্ন স্থানত কোটি কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা প্ৰায় সংখ্যক আঁচনিয়েই বিকল। কেতিয়াবা পানী যোগান দিয়া হয় যদিও ঘোলা পানী আহে যিটো খোৱাৰ উপযোগী নহয়। ইপিনে, নগাঁও চহৰত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ যোগানৰ নামত চৰম প্ৰহসন হোৱাৰ উপৰি পানীৰ পাইপ বহুওৱাৰ নামত পথসমূহহে বিধ্বস্ত কৰি পেলোৱা হয়। স্মর্তব্য যে ২০২৫ৰ ভিতৰত জল জীৱন মিছন আঁচনিৰ জৰিয়তে প্ৰতিঘৰ লোকক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল যদিও নগাঁও জিলাত সেই লক্ষ্যৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ বহু নিলগতে অৱস্থান কৰি থকা পৰিলক্ষিত হৈছে।

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলাখনৰ প্ৰতিঘৰ লোককে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত জল জীৱন আঁচনিৰ নামত শ শ কোটি টকা ব্যয় কৰি অহাৰ সময়তে এখন সম্পূর্ণ বিপৰীত ছবিহে পৰিস্ফুট হৈছে নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিজুভেলী চাহ বাগিচাৰ ১২ নম্বৰ লাইন নামৰ অতি ভিতৰুৱা গাঁওখনত। জিলাখনৰ কলিয়াবৰ মহকুমাৰ সোণাজুৰিৰ পার্শ্বৱৰ্তী ডিজু নদীৰ পাৰত অৱস্থিত চাহ জনগোষ্ঠীৰ লোকৰ বসতিস্থল ডিজুভেলী চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ ৰাইজে দেশ স্বাধীন হোৱাৰ সুদীর্ঘ ৭৬ বছৰৰ পাছতো নিজে খান্দি লোৱা মাটিৰ কুঁৱাৰ গেলা পানী অথবা কাষৰ ডিজু নদীৰ পানীৰে তৃষ্ণা নিবাৰণ কৰিব লগা হৈছে। গাঁওখনৰ গাৰ বাবে এই একবিংশ শতিকাতো এটুপি বিশুদ্ধ খোৱাপানীও দুর্লভ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Jal Jeevan MissionNagaonPHEWidespread Irregularities
publisher

publisher

Related Posts

কার্যকাল অর্ধেক উকলিল, উন্নয়ন পুঁজিৰ ১৫ শতাংশও ধন ব্যয়ত ব্যর্থ অসমৰ লোকসভাৰ ১৪ সাংসদ
Assam

September 28, 2026
এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d