Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc Protest:লজ্জাজনক গীৰ গাই কেলেংকাৰিয়ো নেতাসকলৰ চৰিত্ৰ প্রতিবিম্বিত কৰিলে

মন্ত্ৰী জয়ন্ত মল্লৰ পদত্যাগ-এছআইটি গঠন কৰি তদন্তৰ দাবীৰে কংগ্ৰেছৰ প্ৰতিবাদ, নিজৰ সুবিধা অনুসৰি মিছা কথা ক'বলৈ সংকোচ নকৰে মুখ্যমন্ত্ৰীয়ে: উপমন্যু হাজৰিকা

publisher by publisher
June 30, 2025
in Assam, News
Reading Time: 3 mins read
0
Apcc Protest:লজ্জাজনক গীৰ গাই কেলেংকাৰিয়ো নেতাসকলৰ চৰিত্ৰ প্রতিবিম্বিত কৰিলে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Apcc Protest:

মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ পামৰ আঁচনি লাউ ৰাজ্যসাহায্যযুক্ত দুগ্ধ কৰা আৰু গৰখুঁটিৰ গীৰ গাই প্ৰসংগক লৈ আজিও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি। আজি গীৰ গাই কেলেংকাৰিৰ তদন্ত বিচাৰি আৰু মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পদত্যাগৰ দাবী কৰি মহানগৰীত কংগ্রেছে প্রতিবাদ সাব্যস্ত কৰে।

ADVERTISEMENT

দিছপুৰৰ লাষ্টগেটস্থিত মানবেন্দ্র শৰ্মা কমপ্লেক্সৰ চৌহদত অসম প্রদেশ কৃষক কংগ্রেছে প্রকৃত গো-পালক আৰু কৃষকক বঞ্চিত কৰি চৰকাৰৰ মন্ত্ৰী তথা শাসকীয় দুর্নীতি সংঘটিত কৰি ৰাজসাহায্যযুক্ত গীৰ গাই লোৱা অভিযোগ তুলি বিভিন্ন শ্ল’গানৰে সমগ্ৰ চৌপাশ উত্তল কৰি তোলে। প্রতিবাদকাৰীসকলে ‘হিমন্ত চৰকাৰৰ দুৰ্নীতিৰ মুকলি বজাৰ বন্ধ কৰক, মন্ত্রী জয়ন্ত মল্ল বৰুৱাই পদত্যাগ কৰক, গীৰ গাই কেলেংকাৰিৰ সন্দৰ্ভত এছআইটি গঠন কৰি তদন্ত কৰক, খেদ ঐ খেদ গৰু চোৰক খেদ’ শীর্ষক শ্ল’গান দি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে। সংবাদ মাধ্যমৰ আগত কৃষক কংগ্ৰেছৰ নেতৃত্বই কয় যে দুর্নীতিমুক্ত এখন সমাজৰ প্ৰতিশ্রুতি দি বিজেপিয়ে প্রকৃত কৃষক, গো-পালকক বঞ্চিত কৰি মন্ত্ৰী-বিধায়কে ৰাজসাহায্যযুক্ত আঁচনি প্ৰদান কৰি বৃহৎ দুর্নীতি সংঘটিত কৰিছে।

চৰকাৰে এই গো কেলেংকাৰিৰ সন্দৰ্ভত এছআইটি গঠন কৰি তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ তেওঁলোকে চৰকাৰক দাবী কৰে। লগতে তেওঁলোকে কয় যে গৰুখুঁটিৰ গীৰ গাই প্ৰসংগত শাসকীয় পক্ষৰ এজনে কৈছে গৰু হেৰাল আৰু আন এজনে কৈছে ক্ৰয় কৰিছে। কোনটো সত্য বুলি প্রশ্ন তুলি তেওঁলোকে কয়, ‘যদিহে হেৰাইছে বা চুৰি হৈছে তেওঁলোক প্রায়শ্চিত্ত হ’ব লাগিব। কিয়নো আমাৰ সনাতন হিন্দু ধর্ম অনুসৰি আমি সৰুৰে পৰা দেখি আহিছো যে গো হত্যা কৰিলে বা চুৰি কৰিলে শাস্তি বিহা হয়।

এডাল ৰচী লৈ বগা বস্ত্ৰ পৰিধান কৰি ঘৰে ঘৰে ভিক্ষা মাগি ইয়াৰ পৰা সংগৃহীত ধনৰে সকাম পাতি প্রায়শ্চিত্ত হয়। এই গো কেলেংকাৰিত জড়িতসকলেও প্রায়শ্চিত্ত কৰক। নহ’লে হিন্দু সংস্কৃতিৰ যিকোনো অনুষ্ঠানত এওঁলোকক বৰ্জন কৰিব লাগে।’

# নেতাসকলৰ চৰিত্ৰ প্ৰতিবিম্বিত কৰিলে: উপমন্যু হাজৰিকা

ইফালে, গৰুখুঁটিৰ পৰা গৰু চোৰ হোৱাটো এটা সাধাৰণ কেলেংকাৰি নহয়, ই আমাৰ নেতাসকলৰ চবিত্র প্রতিবিম্বিত কৰে বুলি মন্তব্য কৰিছে জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই। এক প্রেছ বার্তাত হাজৰিকাই কয়, ‘নেতাসকলে বিদেশী সমস্যাক লৈ অসমৰ খিলঞ্জীয়াক কেনেকৈ প্ৰৱঞ্চনা কৰে আৰু সেই একে নেতাই স্থানীয় খিলঞ্জীয়া ৰাইজৰ চৰণীয়া পথাৰ কাঢ়ি লৈ তেওঁলোকক বঞ্চিত কৰি নিজকে ধনী কৰে।

গৰুখুঁটি হৈছে ছিপাঝাৰ অঞ্চলৰ বাংলাদেশীয়ে বেদখল কৰা ৭৭,৪২০ বিঘা ভূমিৰ এটা অংশ। য’ত স্থানীয় লোক আৰু গোৱালসকলে গৰু-ম’হ চৰাইছিল। বৃহৎ সংখ্যক বাংলাদেশী মূলৰ লোকে এই ভূমি বেদখল কৰাৰ কাৰণে স্থানীয় খিলঞ্জীয়া লোকে বেদখল মুক্ত কৰাৰ বাবে দীৰ্ঘদিন ধৰি অভিযান চলাই আহিছিল।’ তেওঁ লগতে কয় যে ২০২১ৰ আগষ্টত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই গৰখুঁটিৰ ৰাজহুৱা সভাত ঘোষণা কৰিলে যে ৭৭,৪২০ ভূমি বেদখল মুক্ত কৰি কৃষি প্রকল্প স্থাপন কৰিব, যি গোটেই গুৱাহাটীকে কৃষি, দুগ্ধজাত সামগ্রী যোগান ধৰিব।

প্রকল্প ঠিকেই হ’ল; কিন্তু ভুক্তভোগী হ’ল স্থানীয় খিলঞ্জীয়া ৰাইজ আৰু উপকৃত হ’ল বেদখলকাৰী বাংলাদেশী আৰু খিলঞ্জীয়া নেতাসকল। উচ্ছেদিত প্রায় দুহেজাৰ বাংলাদেশী পৰিয়ালক স্থানান্তৰ কৰি দলগাঁৱত ভূমি আবণ্টন দিয়াৰ লগতে ক্ষতিপূৰণও দিয়া হ’ল। আনহাতে, গৰুখুঁটি প্রকল্প কৰি প্ৰায় সাত-আঠ হেজাৰ বিঘা মাটি প্ৰকল্পৰ কৱলত লৈ স্থানীয় গোৱালসকলক এই ভূমিত গৰু-ম’হ চৰোৱা নিষিদ্ধ কৰা হ’ল। বাজেটত ৯৫০ লাখ অনুদান কৰাৰ উপৰি জিলাৰ বিভিন্ন চৰকাৰী আঁচনিৰ পৰাও প্রকল্পলৈ টকা প্ৰেৰণ কৰিলে।

যি স্থানীয় গোৱালসকলে দীর্ঘদিন ধৰি চৰণীয়া পথাৰ ঘূৰাই পাবলৈ যুঁজ চলালে তেওঁলোকক বঞ্চিত কৰি বেদখলকাৰী আৰু নেতাকহে উপকৃত কৰিলে বুলি হাজৰিকাই মন্তব্য কৰে। তেওঁ পুনৰ কয়, ‘আজিৰ সময়তো হেজাৰ হেজাৰ বিঘা চৰণীয়া পথাৰত ঘাঁহৰে পৰিপূৰ্ণ হৈ আছে; কিন্তু সেই অঞ্চলৰ ১২ হেজাৰতকৈ অধিক গোৱালক সোমোৱাত নিষেধাজ্ঞা আৰোপ কৰিলে, আনফালে ৬০ হেজাৰ বিঘাতকৈ অধিক ভূমিত বেদখলকারী বাংলাদেশীৰ দপনি আজিও চলিয়েই আছে।

মুঠৰ ওপৰত বিদেশী খেদিবলৈ গৈ খিলঞ্জীয়া ভুক্তভোগী হ’ল আৰু নেতা ধনী হোৱাৰ লগতে বাংলাদেশীয়ে সংস্থাপন পালে বুলি হাজৰিকাই মন্তব্য কৰি কয়, ‘মুখ্যমন্ত্রীয়ে এই বিষয়টোক নতুন যুক্তি দিলে যে নেতাসকলে এই প্ৰকল্পৰ পৰা গাইগৰু ক্ৰয় কৰি উপকৃতহে কৰিলে কিয়নো সেই গাইগৰু বহুখিনি বেমাৰ হৈ মৃত্যু হৈছিল। যদি প্রকৃততে মৃত্যু হৈছিল কিয় চৰকাৰীভাৱে লিপিবদ্ধ নহ’ল। প্ৰকল্পৰ প্ৰতিবেদনত এই কথা উল্লেখ আছে নেকি?

এই কথাষাৰ প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা বা মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কিয় উল্লেখ কৰা নাই? সাধাৰণতে এজন মুখ্যমন্ত্ৰীৰ বচন তথ্য ভিত্তিত সঁচা বুলিয়ে মানি লোৱা হয়; কিন্তু আমাৰ এইজন মুখ্যমন্ত্ৰীয়ে নিজৰ সুবিধা অনুসৰি মিছা কথা ক’বলৈ কোনো সংকোচ নকৰে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apcc ProtestGarukhuti ProjectGir gaiGuwahati
publisher

publisher

Related Posts

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d