Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পত্নীৰ আঁচলৰ আঁৰত ৰাজনীতি !

# প্রাঞ্জলসেন ডেকা

publisher by publisher
July 7, 2025
in Assam, News
Reading Time: 3 mins read
0
পত্নীৰ আঁচলৰ আঁৰত ৰাজনীতি !
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

পত্নীৰ আঁচলৰ আঁৰত ৰাজনীতি !

# প্রাঞ্জলসেন ডেকা

ভাৰতত নেতা-মন্ত্ৰী হ’লেই দুর্নীতিত লিপ্ত হৈ সোঁৱে-বাঁৱে সা-সম্পত্তি আহৰণ কৰাটো বহু কাল পূর্বেই এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। অৱশ্যে ২০১৪ৰ পাছত কৌশল সামান্য সলনি কৰা হৈছে আৰু সেয়া হৈছে- দুর্নীতি কৰাত বাধা নাই, কেৱল ধৰা পৰিব নালাগে! তাৰ বাবে প্রয়োজনীয় সকলো ধৰণৰ কূটকৌশল বিজেপি নেতা-মন্ত্রীসকলে গ্রহণ কৰি আহিছে।

ADVERTISEMENT

অৱশ্যে অসমত দুর্নীতি তথা ছিণ্ডিকেটকে ধৰি বিভিন্ন দুষ্কার্যত একাংশ মন্ত্রী-বিধায়ক-নেতা এনেদৰে জড়িত হৈ পৰিছে যে সেইবোৰ তথ্য ফাদিল হোৱাৰ পৰা বিৰত ৰাখিবলৈ সংশ্লিষ্ট মহল সক্ষম হোৱা নাই। ধাৰাবাহিকভাৱে এনে তথ্য প্রকাশ পাই আহিছে যদিও সেইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই; বৰঞ্চ সুৰক্ষা দি দুষ্কাৰ্য চলাই যাবলৈ উৎসাহিত কৰাহে হৈছে।

নিজকে লোকচক্ষুৰ পৰা লুকুৱাই ৰখাৰ উদ্দেশ্যে একাংশ নেতা-মন্ত্রীয়ে সম্প্রতি পত্নীৰ আঁচলৰ আঁৰৰ পৰা ধন-সম্পদৰ পাহাৰ গঢ়িছে। সেইসকল নেতা-মন্ত্রীয়ে পত্নীসকলৰ নাম ধন-সম্পত্তি আহৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা গৈছে। বিৰোধী নেতাসকলৰ উপৰি বিভিন্নজনে সততে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে বিশাল ভূসম্পত্তি আহৰণৰ অভিযোগ তুলি সৰৱ হৈ আহিছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তত বিশাল পৰিমাণৰ ভূমি ক্রয় কৰা ধনৰ উৎসৰ সম্পৰ্কতো ব্যাপকভাবে প্রশ্নবানৰ সম্মুখীন হৈ আহিছে। তেনেদৰেই শেহতীয়াভাৱে কংগ্ৰেছত থকাৰ সময়ৰে পৰা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠৰূপে পৰিচিত জয়ন্ত মল্লবৰুৱাই মন্ত্রিত্ব লাভৰ পাছৰে পৰা তেওঁৰ পত্নীয়ে বিশাল পৰিমাণৰ ভূসম্পত্তি আহৰণ কৰাৰ তথ্য প্রকাশ পাইছে।

দুগ্ধপালকৰ বাবে ধার্য ৫০ লাখ টকাৰ ৰাজসাহায্য আত্মসাতব ঘটনা প্রথমে পোহৰলৈ অহাৰ পাছত মন্ত্রীজনৰ পত্নীৰ সা-সম্পত্তিৰ সম্পৰ্কত ধাৰাবাহিকভাবে নিত্য নতুন তথ্য প্রকাশ পাইছে। অসম চৰকাৰৰ বহু চৰ্চিত গৰুখুঁটি প্রকল্পলৈ অনা গীৰ গাই কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পাছত মন্ত্রীজনে যি আখ্যা লাভ কৰিছে, সেয়া প্রত্যেকৰে মুখে মুখে। ৰাজসাহায্য আৰু গীৰ গাই কেলেংকাৰি লুকুৱাবলৈ গৈ দম্ভালি মৰাৰ সময়তে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত মন্ত্রীজনৰ পত্নী কেনেদৰে বিশাল সা-সম্পত্তিৰ গৰাকী হৈ পৰিছে সেই সম্পর্কত বিস্তৃত তথ্য ফাদিল হ’বলৈ ধৰিছে। এনে আৰু অধিক তথ্য আগন্তুক সময়ছোৱাত প্রকাশ পোৱাৰ ইংগিত স্পষ্ট।

নিশাটোৰ ভিতৰতে মন্ত্রী পত্নীয়ে এনে কি আলাদিনৰ চাকি লাভ কৰিলে সেই বিষয়ে কাৰো বুজিবলৈ বাকী নাই। স্বয়ং মন্ত্রী মল্লবৰুৱাই কোৱাৰ দৰে দুগ্ধ উৎপাদনৰ লোকচানৰ ব্যৱসায় কৰিও তেওঁৰ পত্নী এনেদৰে শ শ বিঘা মাটি-সম্পত্তিৰ গৰাকী হোৱাটোৱে ৰাজ্য চৰকাৰৰ চৰম ভ্ৰষ্টাচাৰী স্বৰূপকে পুনৰ উদঙাই দিছে। যদি সেয়ে নহয়, তেন্তে এই সমগ্র দুর্নীতিৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে চিবিআই অথবা ইডিক দায়িত্ব প্রদান কৰা উচিত আছিল; কিন্তু এই চৰকাৰৰ মুৰব্বীসকলৰ যে তেনে সৎ সাহস নাই তাৰ উল্লেখ নিষ্প্রয়োজন।

নেতা-মন্ত্ৰীৰ পত্নী অথবা পৰিয়ালে ব্যৱসায়-বাণিজ্য কৰাত কাৰো আপত্তি থকাৰ কথা নাই যদিহে সেয়া স্বামীয়ে ক্ষমতাৰ অপপ্রয়োগ কৰি দুর্নীতিৰে আহৰণ কৰা ধনৰ জৰিয়তে নহয়। ইতিমধ্যে এই কথা মুকলিকৈয়ে চর্চিত হৈছে যে মন্ত্ৰীৰ ক’লা ধনক বৈধ ৰূপ দিবলৈকে এনেদৰে পত্নীৰ নামত ব্যৱসায়িক প্রতিষ্ঠান খুলি তাৰ জৰিয়তে কোটি কোটি টকা বিনিয়োগ তথা উপার্জন কৰা দেখুওৱা হৈছে। এনেবোৰ বিষয়ত সংশ্লিষ্টসকলে কোনো বিশ্বাসযোগ্য স্পষ্টীকৰণ দাঙি ধৰিবলৈ সক্ষম হোৱা নাই। সবাতোকৈ লক্ষ্যণীয় দিশ এয়ে যে নেতা-মন্ত্রীসকলৰ পত্নীসকল লেখত ল’বলগীয়া ব্যৱসায়ী অথবা উদ্যোগপতি হৈ উঠিছে স্বামীসকল ক্ষমতাধিষ্ঠিত হোৱাৰ পাছতহে। গতিকে সেই উদ্যোগ-ব্যৱসায়ৰ আঁৰৰ কথা ৰাইজে নুবুজাকৈ থকা নাই।

দৰাচলতে নেতা-মন্ত্রীসকলে চৰকাৰী ধন আত্মসাৎ কৰি তাক সুৰক্ষিত কৰিবলৈকে এইদবে পত্নীসকলক ব্যৱহাৰ কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে অবাঞ্ছিতভাৰা পত্নীসকলকো বিতৰ্কৰ মাজলৈ টানি আনিছে। সততে ৰত্নাকৰ-বাল্মীকিৰ আখ্যান ব্যাখ্যা কৰাসকলে এই কথাও মনত ৰখা উচিত যে দস্যু ৰত্নাকৰৰ পাপৰ দায় ল’বলৈ তেওঁৰ পত্নী-সন্তান অথবা পৰিয়ালৰ কোনোৱেই মান্তি হোৱা নাছিল। তৎসত্ত্বেও এইদৰে পত্নীসকলক পাপৰ অংশীদাৰ কৰি লোৱা কাৰ্যৰ দ্বাৰা এই নেতা-মন্ত্রীসকল যে দস্যু ৰত্নাকৰৰো ওপৰৰ সেই কথাকে স্পষ্ট কৰি তুলিছে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই প্রসংগতে এইসকল নেতা-মন্ত্রীয়ে কিদৰে মৰমৰ পত্নীসকলক এনেদৰে বদনামৰ ভাগী হ’বলৈ আগবঢ়াই দিছে বুলি শ্লেষভৰা প্রশ্ন উত্থাপন কৰিছে। এই দেশত কাৰো বাবেই বৈধভাৱে ৰাজনীতি অথবা ব্যৱসায় কৰাত কোনো বাধা নাই। যিকোনো মহিলাই এই দুই ক্ষেত্রত আগবাঢ়ি গৈ সাফল্য লাভ কৰিবলৈ সক্ষম হ’লে নিঃসন্দেহে সেয়া সমাজৰ বাবে উৎসাহৰ কথা; কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকক স্বামীৰ ক’লা ধন থান-থিত লগোৱাৰ বাবে ব্যৱহাৰ কৰি বদনামৰ ভাগী কৰাটো দুর্ভাগ্যজনক।

অসমত নেতা-মন্ত্ৰীৰ পত্নী ৰাজনীতিত জড়িত হোৱাটো নতুন কথা নহয়। হিতেশ্বৰ শইকীয়াই মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰাৰ সময়ত তেওঁৰ পত্নী ড: হেমপ্ৰভা শইকীয়া প্রত্যক্ষ ৰাজনীতিত জড়িত হৈছিল। প্রথমে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু পাছত বিধায়িকা নির্বাচিত হৈছিল। তৰুণ গগৈ চৰকাৰত তেওঁ মন্ত্রী পদো লাভ কৰিছিল। কর্তব্যৰত অৱস্থাতে মুখ্যমন্ত্রী শইকীয়াৰ অকাল বিয়োগৰ পাছত বিভিন্ন অপশক্তিৰ দ্বাৰা ভাবুকিৰ সম্মুখীন হোৱা পৰিয়ালটোৰ সুৰক্ষাৰ লগতে ৰাজনীতিৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ ড: শইকীয়া নির্বাচন নির্বাচনত অৱতীৰ্ণ হৈছিল।

ইয়াৰ বিপৰীতে প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্রী পদত অধিষ্ঠিত হৈ থকাৰ সময়ত তেওঁৰ পত্নী ড° জয়শ্রী গোস্বামী মহন্তই সমান্তৰাল প্রশাসন চলোৱাৰ সম্পৰ্কত গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। চৰকাৰ তথা শাসক দল অসম গণ পৰিষদত বিভিন্ন ধৰণে হস্তক্ষেপ কৰি তীব্র বিতৰ্কৰ সূত্রপাত ঘটাইছিল। স্বেচ্ছাসেৱী সংগঠনৰ নামত বিভিন্ন স্থানত মূল্যৱান চৰকাৰী ভূমি হস্তগত কৰি অসমৰ সাধাৰণ ৰাইজৰ লগতে বিৰোধীৰ দ্বাৰা সমালোচিত হৈছিল। এনে হস্তক্ষেপৰ জৰিয়তেই প্রবীণ অগপ নেতা তথা কেন্দ্রীয় মন্ত্রী মুহিৰাম শইকীয়াক বঞ্চিত কৰি ড: গোস্বামীয়ে নগাঁও লোকসভা সমষ্টিত অগপ প্রার্থীৰূপে নির্বাচনত অৱতীর্ণ হৈ শোচনীয় পৰাজয়বৰণ কৰিবলগীয়া হৈছিল। অৱশ্যে পাছত স্বামীৰ ক্ষমতাৰ বলেৰে ৰাজ্যসভালৈ কিছু সময়ৰ বাবে নির্বাচিত হোৱাৰ সুযোগ লাভ কৰিছিল।

লক্ষ্যণীয় এয়ে যে অসমত একেৰাহে তিনিটাকৈ কার্যকাল মুখ্যমন্ত্রীৰূপে কার্যনির্বাহ কৰি অভিলেখ স্থাপন কৰি থৈ যি যোৱা তৰুণ গগৈৰ পত্নী ডলি গগৈ কোনো ধৰণৰ প্ৰচাৰ অথবা বিতৰ্কৰ পৰা সম্পূর্ণ আঁতৰত আছিল। এদিনৰ বাবেও দল তথা চৰকাৰৰ কোনো কথাত কোনো ধৰণৰ হস্তক্ষেপ কৰা বুলি তেওঁৰ সম্পৰ্কত এটা শব্দও ৰাজ্যবাসীৰ কৰ্ণগোচৰ নহ’ল।

অৱশ্যে তাৰ পূর্বেও মুখ্যমন্ত্রী অথবা মন্ত্রীসকলৰ পত্নীসকল কোনো ধৰণৰ চৰ্চাত নাছিল। বৰঞ্চ মুখ্যমন্ত্রী শৰৎ চন্দ্ৰ সিংহৰ পত্নী লাবণ্য সিংহই কিদৰে অতি সাধাৰণ জীৱন যাপন কৰিছিল সেই বিষয়ে ইতিমধ্যে প্রকাশ পাইছে। মুখ্যমন্ত্ৰীৰ পত্নী গৰাকীয়ে সকলো ধৰণৰ ঘৰুৱা কাম-কাজ নিজেই সম্পন্ন কৰাৰ উপৰি আলহী-অতিথিক নিজ হাতেৰেই চাহ-জলপান প্ৰস্তুত কৰি আপ্যায়ন কৰিছিল।

মুখ্যমন্ত্রী স্বামীৰ ধন স্পৰ্শ কৰাতো দূৰৰে কথা, যিকোনো ধৰণৰ চৰকাৰী অথবা দলীয় কাম-কাজৰ পৰা শত যোজন দূৰত অৱস্থান কৰিছিল। আন বহু নেতা-মন্ত্ৰীৰ পত্নীসকলো তাৰ যথেষ্ট ব্যতিক্রম নাছিল। অৱশ্যে আজি আৰু কোনেও আশা নকৰে যে নেতা-মন্ত্রীৰ পত্নীয়ে লাবণ্য সিংহৰ দৰে তেনেই সাধাৰণ জীবন যাপন কৰিব। কিন্তু তাৰ অৰ্থ এয়াও নহয় যে তেওঁলোক স্বামীৰ ভ্ৰষ্টাচাৰ গাঁপ দিয়াৰ বাবে ব্যৱহৃত হ’ব। অৱশ্যে এনেবোৰ কথাই সংশ্লিষ্টসকলৰ বিবেকক জোঁকাৰিব বুলি আশা কৰিব নোৱাৰি।

বিড়ম্বনা হৈছে ভোটাৰ ৰাইজৰ। ৰাইজেই নির্বাচন কৰি দিছপুৰলৈ প্ৰেৰণ কৰা এইসকল নেতা-মন্ত্রীয়ে জনমতলৈ পিঠি দি মুকলি লুণ্ঠনৰাজত নামি পৰিছে। সকলো দেখি-শুনিও ৰাইজ নীৰৱে থাকিব নে সক্রিয়তাৰে এনেবোৰ দুষ্কাৰ্যৰ বিৰোধ কৰিব, সেয়াই আজিৰ বহুমূলীয়া প্রশ্ন।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Editor's Articlepranjal sen deka
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d