Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

The solar system:সৌৰজগতৰ ৩০০ কোটি বছৰৰ পূৰ্বেই জন্ম

এই পর্যন্ত সন্ধান পোৱা প্ৰাচীনতম ধুমকেতুৱেই হৈছে ৰহস্যময় 'এটলাছ

publisher by publisher
July 15, 2025
in International, News
Reading Time: 4 mins read
0
The solar system:সৌৰজগতৰ ৩০০ কোটি বছৰৰ পূৰ্বেই জন্ম
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

একে ঠাইতে পাঁচ কোটি সৌৰ চাকি স্থাপন কৰি সমগ্র দেশ পোহৰ কৰাৰ লক্ষ্য

COVID-19 : ক’ভিডৰ নাকত দিয়া টিকা পৰীক্ষাত অসফলতা !

Super Earth : সৌৰজগতৰ বাহিৰত ‘মহাপৃথিৱী’ ! যমজ গ্ৰহৰ কীৰ্তি দেখি বিস্মিত বিজ্ঞানী

The solar system:

বয়সত আমাৰ সৌৰজগততকৈ কোটি কোটি বছৰৰ পুৰণি। এনে এক ৰহস্যময় মহাজাগতিক বস্তুৱেই সম্প্রতি ধৰা দিলে দক্ষিণ আমেৰিকাৰ চিলিৰ টেলিস্কোপত। বিজ্ঞানীসকলে জনাইছে যে এই ৰহস্যময় বস্তুটোৱেই সম্ভৱতঃ এই পর্যন্ত সন্ধান পোৱা সবাতোকৈ প্রাচীন ধুমকেতু। ইয়াৰ নাম ৰখা হৈছে ‘৩আই/এটলাছ’। দুসপ্তাহ মানৰ পূৰ্বে চিলিৰ এটলাছ ছার্ভে টেলিস্কোপত প্ৰথমবাৰলৈ দেখা যায় এই ধুমকেতুক।

ADVERTISEMENT

অক্সফোর্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে জনাইছে যে এই প্রাচীন অন্তঃনক্ষত্র বস্তুৰ বয়স সৌৰজগততকৈ ৩০০ কোটি বছৰৰো অধিক। আমাৰ সৌৰজগতৰ বয়স প্রায় ৪৬০ কোটি বছৰ। অৰ্থাৎ ‘৩আই/এটলাছ’ৰ জন্ম হৈছিল প্ৰায় ৭৫০ কোটি বছৰৰ পূৰ্বে।

কোনো নক্ষত্ৰৰ জীৱন দশাৰ একেবাৰে আৰম্ভণিতে সেই নক্ষত্ৰৰ চাৰিওফালে যিবোৰ মহাজাগতিক বস্তুৰ সৃষ্টি হয়, সিবোৰক আন্তঃনক্ষত্র বস্তু বুলি কোৱা হয়। এই পর্যন্ত সৌৰজগতৰ বাহিৰৰ মাত্র দুটা আন্তঃনক্ষত্র বস্তু দেখা পোৱা গৈছে। সেই দিশৰ পৰা এটলাছ হ’ব তৃতীয়। ফলত ইয়াৰ মাজতে সদ্য আবিষ্কৃত এই ধুমকেতুৰ সম্পৰ্কে আৰু বিশেষভাৱে জানিবলৈ উঠিপৰি লাগিছে বিশ্বৰ প্রখ্যাত জ্যোতির্বিজ্ঞানীসকল।

পৃথিৱীৰ পৰা এটলাছৰ দূৰত্ব পৃথিৱীৰ পৰা বৃহস্পতি গ্ৰহৰ দূৰত্বৰ সমান। ফলত খালী চকুৱে ইয়াক দেখা পোৱাটো অসম্ভৱ। কেবল অত্যন্ত শক্তিশালী টেলিস্কোপতহে দেখা যায় ‘৩আই/এটলাছ’ক। যোৱা পহিলা জুলাইত প্ৰথমবাৰলৈ এই ধুমকেতুক দেখা পায় বিজ্ঞানীসকলে। সেই সময়ত ই সূৰ্যৰ পৰা প্ৰায় ৬৭ কোটি কিলোমিটাৰ দূৰত আছিল। তাৰ পাছৰ পৰাই সচকিত হয় জ্যোতির্বিজ্ঞানীসকল। সম্প্রতি এটলাছৰ সম্ভাব্য গতিপথ জনাৰো চেষ্টা অব্যাহত আছে।

যোৱা শুকুৰবাৰে ডাৰহামত ব্রিটেইনৰ ৰয়েল এটু’নমিকেল ছ’চাইটিৰ জাতীয় সভাত এই আৱিষ্কাৰৰ প্ৰাথমিক স্তৰৰ তথ্য উপস্থাপন কৰা হয়। তাতেই অক্সফোর্ড বিশ্ববিদ্যালয়ৰ জ্যোতির্বিজ্ঞানী মেথিউ হ’পকিপে কয়, ‘আমি সকলোৱেই ‘৩আই/এটলাছ’ক লৈ অত্যন্ত উত্তেজিত।’ হ’পকিন্সৰ মতে, এটলাছৰ গতিবেগৰ ওপৰত ভিত্তি কৰি অনুমান কৰা হৈছে যে ই ৭০০ কোটি বছৰৰো অধিক পুৰণি। সেই কারণেই এই পর্যন্ত আৱিষ্কৃত আন্তঃনক্ষত্র বস্তুবোৰৰ ভিতৰত এটলাছকেই সবাতোকৈ উল্লেখনীয় বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে।

বিজ্ঞানীসকলে জনাইছে যে সম্ভবতঃ আকাশগংগা হাতীপটিৰ ‘ডাঠ চকৰি’ অংশৰ পৰা এটলাছৰ উৎপত্তি হৈছিল। সর্পিল হাতীপটিৰ যি অঞ্চলত অপেক্ষাকৃত প্রবীণ তথা ধাতুস্বল্প নক্ষত্র থাকে, তাকেই ‘থিক ডিস্ক’ বা ডাঠ চকৰি বা নক্ষত্রমণ্ডল অঞ্চল বুলি কোৱা হয়।

আকাশগংগাৰ যি অঞ্চলত সূর্য আৰু বেছি ভাগ নক্ষত্র আছে, তাৰ ওপৰ আৰু তলৰ বিস্তীর্ণ অঞ্চল জুৰি এই প্ৰবীণ নক্ষত্রপুঞ্জৰ অৱস্থান। হপকিন্সৰ মতে, প্রায় ৭৫০ কোটি বছৰৰ পূর্বে আকাশগংগাৰ সেই অংশতে জন্ম হৈছিল এটলাছৰ।

হ’পকিন্সে দেখুওৱা আকাশগংগা হাতীপটিৰ এই ছবিখন চালে এই ধুমকেতুৰ গতিপথ সম্পর্কে ধাৰণা কৰা কিছু সহজ হ’ব। আমাৰ হাতীপটিৰ চাৰিওফালে প্রায় গোলাকাৰ কক্ষপথত ই ঘূৰি আছে। ছবিত সূৰ্যৰ কক্ষপথ হালধীয়া ৰং আৰু এটলাছৰ আনুমানিক কক্ষপথ ৰঙা ৰঙৰ সাহায্যত দেখুওৱা হৈছে।

বিজ্ঞানীসকলে লগতে মন্তব্য কৰিছে যে সম্ভৱতঃ এটা প্রাচীন তৰাৰ চাৰিওফালে সৃষ্টি হৈছিল এটলাহ আৰু সেই কাৰণেই এই ধূমকেতু প্ৰচুৰ পৰিমাণৰ জলীয় বৰফৰে তৈয়াৰী। অর্থাৎ চলিত বছৰৰ শেষৰ ফালে যেতিয়া এটলাহ সূৰ্যৰ প্ৰায় ওচৰত উপস্থিত হ’ব, তেতিয়া সূর্য তাপত ধুমকেতু পৃষ্ঠৰ উষ্ণতা বৃদ্ধি পোৱাৰ ফলত ইয়াৰ চাৰিওফালে সৃষ্টি হ’ব জলীয় বাষ্প আৰু ধূলিকণাৰ পিণ্ড। এই উজ্জ্বল ‘নেজ’ ধৰা পৰিব
টেলিস্কোপতো।

এই পর্যন্ত কেবল দুটাহে আন্তঃনক্ষত্র বস্তুব সন্ধান পোৱা গৈছে। ইয়াৰ ভিতৰত অটা হৈছে ‘১ আই/অ’উমুয়ামুয়া’। ইয়াক ২০১৭ত প্রথমবাৰ দেখা গৈছিল। দ্বিতীয়টোৰ নাম ‘২আই/বৰিছভ’ যাক ২০১১ত আবিষ্কাৰ কৰা হয়। সেই চমু তালিকাতে তৃতীয় সংযোজন এটলাছ। এই বছৰৰ শেষ ফালে সাধাৰণ টেলিস্কোপতো পৃথিবীৰ পৰা দেখা যাব এটলাছক। যাৰ বাবে উচ্ছ্বসিত জ্যোতির্বিজ্ঞানীসকলো। অক্সফোর্ডৰ অধ্যাপক ক্রিছ লিল্টটে কয়, ‘এই ধুমকেতু আকাশগংগা হাতীপটিৰ এনে এক অংশৰ পৰা আহিছে,যিটো অংশক আমি কেতিয়াও ইমান ওচৰৰ পৰা দেখা নাই।

তদুপৰি, এই আন্তঃনক্ষত্র বস্তুটো সৌৰজগততকৈও অন্ততঃ কে’বাশ কোটি বছৰৰ পুৰণি হোৱাৰ দুই-তৃতীয়াংশ সম্ভাৱনা আছে। সেই সময়ৰ পৰাই মহাকাশত দৌৰি আছে এই ধুমকেতুৱে। এই ‘প্রাচীনতম’ ধুমকেতুটোৰ সম্পর্কে এতিয়াও বিশেষ তথ্য পোৱা নাই। অগত্যা হ’পকিন্সৰ মডেলেই এতিয়া ভৰসা। যাৱতীয় আবিষ্কাৰো আছে প্রাথমিক পর্যায়ত। অৱশ্যে এই আৱিষ্কাৰক অত্যন্ত গুৰুত্ব সহকাৰে লৈছে বিজ্ঞানীসকলে। কাৰণ এটলাছৰ গতিবিধি বিশ্লেষণ কৰি মূল নক্ষত্ৰটোৰ সম্পৰ্কে ধাৰণা পোৱা যাব। আকাশগংগা হাতীপটিৰ ‘ৰহস্যময়’ অঞ্চলৰ গ্ৰহ-তৰাসমূহৰ বিষয়েও নানা অজানা তথ্য পোৱা যাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Comet 3i/AtlasResearch ReportSolar SystemUniversity of Oxford
publisher

publisher

Related Posts

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d