Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BJP holds SpL meeting at Hotel Mayfair:সোণাপুৰৰ হোটেল মেফেয়াৰত বিজেপিৰ চিন্তন বৈঠকৰ দ্বিতীয় দিন

চিন্তন বৈঠকত অংশগ্ৰহণ ড:হিমন্ত বিশ্ব শৰ্মাৰ ,বি এল সন্তোষৰ নেতৃত্বত সোণাপুৰত বিজেপিৰ দুদিনীয়া বিশেষ ৰণকৌশল প্রস্তুতি বৈঠক,নিষিদ্ধ ম'বাইল ফোন, চাৰে তিনি মাহৰ ভিতৰত যোগ্যতা প্রতিপন্ন কৰিব লাগিব দলীয় বিধায়কে

publisher by publisher
July 20, 2025
in Assam, News
Reading Time: 1 min read
0
BJP holds SpL meeting at Hotel Mayfair:সোণাপুৰৰ হোটেল মেফেয়াৰত বিজেপিৰ চিন্তন বৈঠকৰ দ্বিতীয় দিন
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

Landslide Incident Sonapur:সোণাপুৰৰ মৌপুৰত ভয়াৱহ ভূমিস্খলন

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

BJP holds SpL meeting at Hotel Mayfair:

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিজেপিয়ে তৎপৰতা বৃদ্ধি কৰিছে। এই নির্বাচনক লৈয়ে মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ এখন বিলাসী ৰিজ’ৰ্ট ‘হোটেল মেফেয়াৰ’ত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে দলৰ ৰণকৌশল কেন্দ্ৰিক ৰুদ্ধদ্বাৰ বৈঠক। বিজেপিৰ চিন্তন বৈঠকৰ দ্বিতীয় দিন ৷ ঘনে ঘনে বহিছে বৈঠক ৷ চিন্তন বৈঠকত অংশগ্ৰহণ ড:হিমন্ত বিশ্ব শৰ্মাৰ | চিন্তন বৈঠকত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি মন্ত্রী-বিধায়কক দলীয় শক্তি মজবুত কৰিবলৈ আহ্বান জনায়।

ADVERTISEMENT

উল্লেখ্য যে বশিষ্ঠত বৃহৎ ৰাজ্যিক কার্যালয় থকাৰ পাছতো গোপনীয়তা ৰক্ষাৰ স্বাৰ্থতে নির্দিষ্ট বিশেষ ৫১ জন অংশগ্রহণকাৰীৰে আয়োজন কৰা এই বৈঠকত ম’বাইল ফোনৰ ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সধাৰণ সম্পাদক বি এল সন্তোষৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত দলৰ প্ৰতিজন বিধায়ক তথা মন্ত্রীৰ কাম-কাজৰ বিশ্লেষণ কৰাৰ উপৰি সকলো প্রত্যাহ্বান নেওচি অধিক সফলতাৰে কিদৰে পৰৱৰ্তী চৰকাৰো দলটোৱে গঠন কৰিব পাৰে, তাৰ আলোচনা কৰা হৈছে।

বিশেষকৈ বিৰোধী কংগ্ৰেছৰ সকলো প্ৰত্যাহ্বান ওফৰাই পেলোৱাৰ ৰণকৌশলক এই বৈঠকতে চূড়ান্ত ৰূপ দিয়া হ’ব। তাৰ আলোচনা আজিৰ পৰাই আৰম্ভ হৈছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিটিচিসহ পৰিষদীয় নির্বাচনবোৰক লৈয়ো কাইলৈ এই বৈঠকত আলোচনা হ’ব।

উল্লেখ্য যে শনিবাৰৰ পৰা আৰম্ভ হোৱা এই বৈঠকৰ পূৰ্বে শুকুৰবাৰে বিজেপিৰ সকলো বিধায়ক, সাংসদৰ উপস্থিতিত এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। দিছপুৰত অনুষ্ঠিত বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, অসমৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুও উপস্থিত থাকে। এই সভাত মুখ্যমন্ত্ৰীয়ে আজিৰ তাৰিখত নির্বাচন অনুষ্ঠিত হ’লে কমেও ২২ জন বিধায়কৰ প্রার্থিত্বক লৈ অনিশ্চয়তাৰ সৃষ্টি হ’লহেঁতেন বুলি মন্তব্য কৰে।

অৱশ্যে কোনো বিধায়কৰ নাম মুখ্যমন্ত্ৰীয়ে উল্লেখ নকৰিলে। তাৰ পৰিৱৰ্তে সকলোকে অহা ডিচেম্বৰৰ ভিতৰত পুনৰ প্ৰাৰ্থিত্ব লাভৰ বাবে নিজকে যোগ্য প্রতিপন্ন কৰিবলৈ সময়সীমা নির্ধাৰণ কৰি দিয়ে। ডিচেম্বৰত সকলোৰে কামৰ খতিয়ান লোৱা হ’ব আৰু তাৰ ভিতৰত যদি কোনোবাই নিজৰ যোগ্যতা প্রতিপন্ন কৰিব নোৱাৰে, তেন্তে মুখ্যমন্ত্রী হ’লেও সহায় কৰাটো তেওঁৰ বাবে সম্ভৱ নহ’ব বুলি স্পষ্ট কৰি দিয়ে।

বৈঠকখনৰ সন্দৰ্ভত দিলীপ শইকীয়াই কয়, ‘বিজেপিয়ে কাৰো মুখ চাই নির্বাচনত প্রার্থিত্ব নিদিয়ে। গতিকে প্রতিজন বিধায়কে নিজৰ যোগ্যতা প্রতিপন্ন কৰিব লাগিব। নির্বাচনলৈ ছমাহ আছে। আনহাতে, কাম কৰিবলৈ সময় আছে চাৰে তিনি মাহ। এই সময়ছোৱাৰ ভিতৰতে সকলো বিধায়কে পুনৰ প্ৰাৰ্থিত্ব লাভকৰিবলৈ নিজৰ যোগ্যতা অর্জন কৰিব লাগিব।’ শইকীয়াই সকলোকে ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

লক্ষ্যণীয়ভাবে এনে পৰামৰ্শ আগবঢ়োৱাত ধৃষ্টতা প্ৰদৰ্শন কৰিবলৈ নেৰিলে ব্যৰ্থ মন্ত্ৰী অশোক সিংহলে। জলসিঞ্চন বিভাগটোক বগাহাতীত পৰিণত কৰা সিংহলেও কয় যে যদি কোনো বিধায়কে গণভিত্তি হেৰুৱাইছে, মনলৈ অহংকাৰ ভাব আহিছে, তেনে বিধায়কে পুনৰ প্ৰাৰ্থিত্ব নাপাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: B L SantoshDilip SaikiaHotel MayfairSONAPURState BJP holds SpL meeting
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d