AGVB Protest:
বুধবাৰে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থ অসম গ্রামীণ বিকাশ বেংকৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বেংকটোৰ বিষয়া- কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ ৷ শতাধিক বিষয়া – কৰ্মচাৰীয়ে আঞ্চলিক গ্রামীণ বেংকৰ প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ জাৰি,আৰআৰবি সমূহত মূলধন যোগান কৰিবলৈ অন্য উৎসৰ পৰা আইপিঅ’ প্ৰৱৰ্তনৰ তীব্ৰ বিৰোধীতা কৰি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ অচিৰেই উক্ত প্ৰস্তাৱ সমূহ বাতিল কৰিবলৈ আহ্বান জনাই এজেভিবি কৰ্তৃপক্ষক ।
ADVERTISEMENT






























