Majuli :
মাজুলীৰ বিশিষ্ট মুখা শিল্পী পদ্মশ্ৰী ড: হেমচন্দ্ৰ গোস্বামীৰ চকুত চকুলো। নিশা কোনো দুস্কৃতিকাৰীয়ে ভাঙিলে দুটাকৈ মুখা। বিগত ২৪ জুলাইত ভাঙিছিল মুখা। দ্বিতীয় বাৰৰ বাবে এনেকৈ গুৰু জনাৰ সৃষ্ট মুখা শিল্প ভাঙি যোৱাত দুখ প্ৰকাশ মুখা শিল্পীৰ।
ADVERTISEMENT
ঘটনা তদন্ত আৰম্ভ কৰিছে মাজুলী বনগাঁও আৰক্ষীয়ে। মুখা শিল্পৰ জৰিয়তে দেশ বিদেশত সমাদৃত মাজুলীৰ চামগুৰি সত্ৰ। দেশী-বিদেশী হাজাৰ হাজাৰ পৰ্যটকক আকৰ্ষণ কৰা এই ‘মুখা’ শিল্প এতিয়া কোনো দুষ্কৃতিকাৰীয়ে আঘাত কৰা মানেই অসমীয়া সংস্কৃতিত মোক্ষম আঘাত।






























