Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মানৱাধিকাৰ উলংঘনকাৰীৰ বিৰুদ্ধে ভাৰতে লয় ন্যূনতম পদক্ষেপ, ব্যৱস্থা গ্ৰহণ কৰাটো বিৰল পাকিস্তানত

publisher by publisher
August 14, 2025
in News, International
Reading Time: 1 min read
0
মানৱাধিকাৰ উলংঘনকাৰীৰ বিৰুদ্ধে ভাৰতে লয় ন্যূনতম পদক্ষেপ, ব্যৱস্থা গ্ৰহণ কৰাটো বিৰল পাকিস্তানত
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

হৰমুজ প্ৰণালীত অবৰোধ আঁতৰাবলৈ বিশেষ চুক্তিত সন্মত ইৰান-আমেৰিকা!

Pakistan:✒️ভাৰতৰ লগতে সহযোগী দেশ পাকিস্তানলৈ শেল এৰিলে মার্কিন প্রশাসনে। বিশ্বৰ বিভিন্ন দেশে মানৱ অধিকাৰ উলংঘাকাৰীৰ বিৰুদ্ধে কেনে ব্যবস্থা গ্রহণ কৰে, সেই সম্পৰ্কত মার্কিন বৈদেশিক দপ্তৰে পূৰ্বৰ দৰে এইবাৰো এক প্রতিবেদন প্রকাশ কৰিছে।

ADVERTISEMENT

আশ্বর্যজনক যে মার্কিন বৈদেশিক দপ্তৰৰ এই প্রতিবেদনত ভাৰত-পাকিস্তানক একে বন্ধনীতে ৰখা হৈছে। যোৱা বছৰকো সামৰি প্ৰস্তুত কৰা এই প্রতিবেদনত কোৱা হৈছে যে ভাৰতে মানৱ অধিকাৰ উলংঘাকাৰীৰ বিৰুদ্ধে ন্যূনতম বা কিঞ্চিতভাবেহে পদক্ষেপ গ্রহণ কৰে।

একেদৰে পাকিস্তানে মানৱ অধিকাৰ উলংঘনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাটো বিৰল। প্রতিবেদনখনত ভাৰতক সমালোচনা কৰি কোৱা হৈছে, ‘মানৱ অধিকাৰ উলংঘাকাৰী চৰকাৰী বিষয়াবৰ্গৰ চিনাক্তকৰণ আৰু শাস্তিৰ বাবে ন্যূনতম বিশ্বাসযোগ্য পদক্ষেপ বা কার্যব্যৱস্থাহে চৰকাৰে গ্ৰহণ কৰে।’

একেদৰে পাকিস্তান সম্পর্কত কোরা হৈছে, ‘মানর অধিকাৰ উলংঘনকাৰী চৰকাৰী বিষয়াবৰ্গৰ চিনাক্তকৰণ আৰু শাস্তিৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰাটো বিৰল।’ উল্লেখ্য যে শেহতীয়াভাবে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপক লৈ বাশিংটন আৰু নতুন দিল্লীৰ সম্পর্ক জটিল হৈ উঠিছে।

একে সময়তে ট্রাম্প প্রশাসনে পাকিস্তানৰ সম্পর্ক উন্নত কৰিছে। এনে অৱস্থাতে দুয়োখন দেশকে একে বন্ধনীৰ মাজত ৰাখি মার্কিন বৈদেশিক দপ্তবে মানৱ অধিকাৰ সম্পৰ্কত এই প্রতিবেদন প্রকাশ কৰা কাৰ্যই তাৎপর্য বহন কৰিছে।

ইয়াৰ জৰিয়তে বিশ্বৰ বৃহত্তম গণতান্ত্রিক দেশ ভাৰতক মার্কিন প্রশাসনে মৌলবাদীৰে সহবাস্থান কৰা ৰাজনীতিকে শাসন কৰা পাকিস্তানৰ তুলনা কৰিব বিচাৰিছে নেকি বুলি চর্চা হৈছে। অৱশ্যে মার্কিন বৈদেশিক দপ্তৰৰ এই প্রতিবেদনক লৈ বাশিংটনস্থিত ভাৰত অথবা পাকিস্তানৰ দুতাবাসে কোনো তাৎক্ষণিক প্রতিক্রিয়া প্রকাশ কৰা নাই।

লক্ষ্যণীয় যে এমনেষ্টি ইণ্টাৰনেছনেল আৰু হিউমেন ৰাইটছ বাটছে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ – মোদীয়ে সংখ্যালঘুসকলৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিক সমালোচনা কৰি আহিছে। এই মানৱ অধিকাৰ সংগঠনসমূহে ভাৰতত ঘৃণা-বক্তব্য বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰি আহিছে। তদুপৰি এই সংগঠনসমূহে নাগৰিককত্ব সংশোধনী আইনব জৰিয়তে ২০১৪ৰ পূর্বে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্থানৰ পৰা ভাৰতলৈ অহা ছটা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ যি ব্যৱস্থা কৰা হৈছে তাক লৈয়ো ভুল ধৰি আহিছে।

আনকি ধর্মান্তকৰণ প্রতিবোধ আইনে ধর্মীয় বিশ্বাসৰ স্বাধীনতা উলংঘা কৰিছে বুলিও এই সংগঠনসমূহ সবর হৈ আহিছে। তদুপৰি ২০১৯৩ সংসদে জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ কৰ্তন কৰাক লৈয়ো সৰৱ হৈ আহিছে এই মানব অধিকাৰ সংগঠনসমূহ। অৱশ্যে আন্তর্জাতিক মঞ্চত প্রধানমন্ত্রী মোদীয়ে দাবী কৰি আহিছে যে তেওঁৰ চৰকাৰে জাতি-ধর্ম নির্বিশেষে সকলো লোকক খাদ্য সুৰক্ষা প্রদান কৰাৰ লগতে প্রতিজন লোকলৈ বিদ্যুৎ যোগান ধৰি আহিছে।

একেদৰে পাকিস্তান সম্পর্কত এমনেষ্টি ইণ্টাৰনেছনেলে কয় যে খ্রীষ্টানকে ধৰি সংখ্যালঘুক সুৰক্ষা প্রদানত দেশখনৰ চৰকাৰ ব্যৰ্থ হৈছে। নাগৰিক সমাজৰ কণ্ঠৰোধ আৰু প্রতিবাদ দমনৰ বাবে পাকিস্তান চৰকাৰে অত্যধিক আৰু অপ্রয়োজনীয় বল প্রয়োগ কৰে বুলিও আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনটোৱে অভিযোগ কৰি আহিছে।

মার্কিন বৈদেশিক বস্তুৰৰ শেহতীয়া মানৱ অধিকাৰ সম্পৰ্কীয় প্রতিবেদনতো পাকিস্তানৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰা হৈছে, প্রতিবেদনখনত কোৱা হয়, ‘বহু বছৰ ধৰি পাকিস্তানৰ মানৱ অধিকাৰ পৰিস্থিতিৰ কোনো উল্লেখযোগ্য পৰিবৰ্তন – ঘটা নাই। সন্ত্রাসবাদী কার্যকলাপো অব্যাহত আছে।’ প্রতিবেদনখনত বাংলাদেশৰ যোৱা বছৰৰ ‘জুলাই বিপ্লৱ’ৰ প্ৰসংগও উল্লেখ আছে।

শেখ হাছিনাৰ পতনৰ প্রাকমুহূর্তৰ পৰা দেশখনত মানৱ অধিকাৰ পৰিস্থিতিৰ অৱনতি ঘটে বুলি প্রতিবেদনখনত কোরা হয়। অৱশ্যে তাৰ পাছৰে পৰা পৰিস্থিতি তুলনামূলকভাবে স্থিতিশীল বুলি প্রতিবেদনখনত উল্লেখ আছে। তৎসত্ত্বেও দেশখনত বিৰাজ কৰা পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰা হৈছে।

হাছিনাৰ আমোলত সংঘটিত মানব অধিকাৰ উলংঘনৰ স’তে জড়িতসকল বা আইন-শৃংখলাকাৰী বাহিনীৰ লোকক চিনাক্তকৰণ তথা শাস্তি দিয়াৰ ক্ষেত্ৰত বাংলাদেশৰ পূৰ্বৰ চৰকাৰে অতি কম বিশ্বাসযোগ্য পদক্ষেপ লৈছিল বুলি প্রতিবেদনখনত উল্লেখ আছে। তাৰ তুলনাত বর্তমানে মুখ্য উপদেষ্টা ড° ইউনুছ নেতৃত্বাধীন অন্তৰ্বতী চৰকাৰে মানৱ অধিকাৰ উলংঘনকাৰীৰ বিৰুদ্ধে অধিক পদক্ষেপ গ্রহণ কৰিছে বুলি মার্কিন বৈদেশিক দপ্তৰে প্রতিবেদনখনত উল্লেখ কৰিছে।

উল্লেখ্য যে শেহতীয়াভাবে রাশ্বিংটন আক ঢাকাৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰ হৈছে। সেয়েহে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক উন্নত হোৱাৰ লক্ষণ ফুটি উঠিছে। লক্ষ্যণীয়ভাবে ৰাষ্ট্রপতি ট্রাম্পৰ ঘনিষ্ঠ দেশসমূহক এই প্রতিবেদনত নৰম সুৰত সমালোচনা কৰা হৈছে। আনকি গাজাব মানবীয় সংকট তথা অনাহাৰত বহু লোকৰ মৃত্যুৰ প্ৰসংগই এই প্রতিবেদনত স্থান লাভ কৰা নাই। প্রত্যাশিতভাবে বাছিয়া-ইউক্রেইন যুদ্ধৰ বাবে ৰাছিয়াক দায়ী কৰিছে প্রতিবেদনখনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPNarendra ModiPakistan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d