Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মোতকৈ আৰু ক্ষমতাশালী ভাৰতত আৰু কোন আছে: মুখ্যমন্ত্রী শর্মা

publisher by publisher
August 19, 2025
in Assam, News
Reading Time: 1 min read
0
মোতকৈ আৰু ক্ষমতাশালী ভাৰতত আৰু কোন আছে: মুখ্যমন্ত্রী শর্মা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

Himanta biswa sarma:✒️মোৰ লগত থকা চাৰিটা ফোনৰ পৰা যদি প্রমোদ বড়ো, হাগ্রামা মহিলাৰী, অমিত শ্বাহ আৰু কংগ্রেছলৈ ফোনকল যায়, তেন্তে মোক আৰু কি শক্তি লাগে? তেন্তে মোতকৈ ক্ষমতাশালী (পাৱাৰফুল) মানুহ ভাৰতত আৰু কোন আছে? মোৰ লগত তেতিয়া হ’লে যুঁজ-বাগৰ নকৰা ভাল।’

ADVERTISEMENT

শেহতীয়াকৈ প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰা কটাক্ষৰ প্রত্যুত্তৰ দি সোমবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রীয়ে লগতে কয়, ‘তেওঁ নিজেই স্বীকাৰ কৰিলে মই কিমান পাৱাৰফুল। ভৱিষ্যতে কংগ্রেছ বিজেপিলৈ অহাৰ সম্ভাৱনা আছে। অহা নিৰ্বাচনৰ পাছত কংগ্ৰেছ ক’ত থাকিব? যাৰ লগত চাৰিটা ফোন থাকে, তাৰ লগত বেলেগে কথা পাতি লাভ আছে জানো? মোক গৌৰৱ গগৈয়ে অজেয়-অপৰাজেয় কৰি তুলিলে। আজিলৈ বিজেপিৰ মানুহেই মোক ইমান প্রশংসা কৰি পোৱা নাই।’

মঙলবাৰে মুখ্যমন্ত্ৰীয়ে বিটিচিৰ ওদালগুৰি জিলাৰ পাঁচনৈ, ছেৰফাংগুৰি আৰু ৰৌতা পৰিষদীয় সমষ্টিত আয়োজিত বিজেপিৰ দুখন বিজয় সংকল্প সভাত অংশগ্রহণ কৰে। সাংবাদিকৰ আগত তেওঁ প্রদেশ কংগ্ৰেছৰ সভাপতিজনক কটাক্ষ কৰাৰ লগতে লোকসভাৰ বিৰোধী দলপতি বাহুল গান্ধীলৈও শেল এৰে।

তেওঁ কয়, ‘ৰাহুল গান্ধীয়ে যিকোনো প্ৰকাৰে ভাৰতত গণ্ডগোল লগোৱাৰ চেষ্টা কৰি আছে। কেতিয়াবা যদি জাতিৰ নামত, আন কেতিয়াবা ভোটৰ নামত! মানুহজনৰ মুখত কেতিয়াও ইতিবাচক কথা শুনা নাযায়। সংসদত পাকিস্তানক সমর্থন জনায়। গতিকে ৰাহুল গান্ধীৰ চিকিৎসা জনসাধাৰণে কৰিব।’

উল্লেখ্য যে সোমবাৰে সাংসদ গগৈয়ে মুখ্যমন্ত্রীক সমালোচনা কৰি কয় যে ড° শৰ্মাৰ চাৰিটা ফোনৰ এটাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ, আন এটাৰ পৰা ইউপিপিএলৰ মুৰব্বী প্রমোদ বড়ো, তৃতীয়টো ফোনৰ পৰা হাগ্ৰামা মহিলাৰীলৈ আৰু চতুৰ্থটো ফোনৰ পৰা কংগ্ৰেছৰ কাৰোবালৈ ফোন যায়। গগৈৰ এই মন্তব্যৰ আজি প্রত্যুত্তৰ দিয়ে মুখ্যমন্ত্রীয়ে। লগতে তেওঁ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈকো সমালোচনা কৰে। যাৰ আদৰ্শ নাই, তেওঁ গান্ধী পৰিয়ালৰ নেগুৰত ধৰিব বুলি গগৈক সমালোচনা কৰি তেওঁ লগতে কয়, ‘ময়ো ধৰি আছিলো। ভুল বুজিলো আৰু ওলাই আহিলো।যি মানুহৰ ব্যক্তিত্ব আছে, তেনে মানুহে গান্ধী পৰিয়ালৰ নেণ্ডৰত ধৰি বেছিদিন থাকিব নোৱাৰে।’

মুখ্যমন্ত্রীয়ে আন এক তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে বিটিআৰৰ প্রমোদ বড়ো আৰু হাগ্রামা মহিলাৰীৰ লগত যাৰ ভাল থাকে তেওঁ বিধানসভাৰ ১৫খন আসন পাব। মুখ্যমন্ত্রীয়ে লগতে কয় যে ,অসমত যি ধৰণে মিঞা-মুছলমানৰ আগ্রাসন চলিছে, ১০-১৫ বছৰ পাছত অসমীয়া মানুহ জীয়াই থাকিব নোৱাৰিব।’

আনহাতে, দলীয় বিজয় সংকল্প সভাত মুখ্যমন্ত্রীয়ে বিটিচিত বিজেপিয়ে পৰিষদ গঠন কৰিলে ভিচিডিচি প্রথা বন্ধ কৰিব বুলিও ঘোষণা কৰে। ২০২০ত বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ সময়ত অঞ্চলটোত অনাগত দিনত সাম্প্রদায়িক-গোষ্ঠীগত সংঘর্ষ নহ’ব বুলি কোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয়, ‘গৃহমন্ত্রী অমিত শ্বাহে মোক দায়িত্ব দিছিল যে বিটিআৰত এটাও গুলি ফুটিব নালাগে। বোমা বিস্ফোৰণ হ’ব নালাগে। মই ৰাজ্যৰ মুখ্যমন্ত্রী হোৱাৰ চাৰি বছৰ ছমাহ হ’ল; কিন্তু মই মুখ্যমন্ত্রী হোৱাৰ পাছত বিটিআৰত এজনো লোক গুলিত মৰিবলগীয়া হোৱা নাই। এটাও বোমা বিস্ফোৰণ সংঘটিত হোৱা নাই। কংগ্ৰেছৰ দিনত সাম্প্রদায়িক সংঘর্ষ, গোষ্ঠীগত সংঘর্ষ হৈছিল। কিন্তু আজি ক’তো এটাও বেয়া ঘটনা হোৱা নাই। সকলোৱে মূলসুঁতিলৈ ঘূৰি আহিল, অস্ত্রসমূহ চৰকাৰৰ হাতত দিলে।’

ফলত আজি বিটিচিৰ মানুহ নিৰাপদ হৈছে, শান্তিৰে বসবাস কৰিছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে বিটিআৰত কোনোৱেই তৃতীয় শ্ৰেণীৰ নাগৰিক হ’ব নোৱাৰে, সকলোৱে প্রথম শ্রেণীৰ নাগৰিক হ’ব লাগিব।

এইবাৰ বাগৰুম্বা নৃত্যৰ আয়োজন কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয়, ‘আমি বিহু পাতিলো, জুমুইৰ পাতিলো, এইবাৰ বাগৰুম্বা পাতিম। আমাৰ চকুত সকলো সমান। সেয়েহে মই ভয় নকৰাকৈ সকলো কথা ক’ব পাৰো।’ টকা নহ’লে ভিচিডিচিয়ে কাম নকৰে বুলি মুখ্যমন্ত্ৰীয়ে কালি পুনৰ ক্ষোভ প্রকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d