Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

দুই মুখ্যমন্ত্ৰীৰ যোগাযোগৰ মাজতে অসমৰ ভূমি হস্তগত কৰাৰ কূটকৌশল

নেঘেৰীবিল দখলৰ ব্লুপ্রিন্ট নগালেণ্ডৰ!

publisher by publisher
August 27, 2025
in News, Assam
Reading Time: 1 min read
0
দুই মুখ্যমন্ত্ৰীৰ যোগাযোগৰ মাজতে অসমৰ ভূমি হস্তগত কৰাৰ কূটকৌশল
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ প্ৰশাসনক ৰঙাচকু দেখুৱাই নগাই নগালেণ্ডত অসমৰ বাসিন্দাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে। পোহৰলৈ অহা তথ্য অনুসৰি নগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ ‘ডি’ ছেক্টৰৰ ১১ নগাবস্তিৰ গাঁও প্রধান তথা ভিলেজ কাউন্সিলৰ চেয়াৰমেনসকলে মেৰাপানী সীমান্তৰ অসমৰ বাসিন্দাসকললৈ জাননী জাৰি কৰি চুবুৰীয়া ৰাজ্যখনত আন্তঃৰাজ্যিক পাৰপত্ৰ (আইএলপি) অবিহনে অসমৰ বাসিন্দাৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে।

ADVERTISEMENT

এই নিষেধাজ্ঞা অহা পহিলা ছেপ্টেম্বৰৰ পৰা বলবৎ হ’ব বুলি উক্ত জাননীত উল্লেখ আছে। সূত্রই জনোৱা মতে, এই জাননী নগালোকে সীমান্তবর্তী অঞ্চলটোৰ অসমৰ বাসিন্দাসকলৰ ঘৰে ঘৰে বিলাই থৈ যায়। ইয়াৰ সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্যখনে নেঘেৰীবিলৰ ভূমি বেদখলৰ আঁচনিও প্ৰৱল কৰি তোলাৰ আভাস স্পষ্ট কৰিছে। ফলত দুই এনডিএ শাসিত ৰাজ্য অসম আৰু নগালেণ্ডৰ মাজত মেৰাপানী সীমান্তৰ নেঘেৰীবিলক লৈ পুনৰ সংঘাত সৃষ্টিৰ আশংকা প্রবল হৈছে।

আশ্চর্যজনক যে চুবুৰীয়া ৰাজ্যখনৰ এই আগ্রাসী মনোভাব প্রবল হৈছে, এনে এক সময়ত যি সময়ত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ে সঘন যোগাযোগ অব্যাহত ৰাখিছে। অৱশ্যে নগা প্রশাসনৰ শীর্ষ স্তৰৰ পৰা পোৱা সেউজ ইংগিতত নগা লোকসকলে নেঘেৰীবিলৰ ভূমি বেদখলৰ অংক কৰা বুলি চর্চা হৈছে।

এনে অৱস্থাতে নগালেণ্ডৰ অসম সীমান্তৱৰ্তী গাঁওসমূহৰ গাঁও প্রধানসকলে অসমৰ বাসিন্দাসকললৈ কঠোৰ জাননী জাৰি কৰিছে। এই সংক্রান্তীয় জাননীত উল্লেখ আছে যোৱা ২৩ আগষ্টত নগালেণ্ডৰ ভাণ্ডাৰী মহকুমাৰ অন্তৰ্গত ১১ ভিলেজ কাউন্সিলৰ এখন সভা অনুষ্ঠিত হয়। সভাত মহকুমাটোৰ অন্তৰ্গত ছুফায়ান, ৰণি অল্ড, ৰণি নিউ, লিঅ’-উখা নিউ, পাংটং, খুমচায়ন, লংজুন, হায়িয়ান, য়েনচু, ছেৰিকা আৰু টংটিৰ ভিলেজ কাউন্সিলৰ মুৰব্বীসকলে অংশ লয়।

আশ্চর্যজনক যে নিজৰ অঞ্চলৰ শান্তি-শৃংখলা বৰ্তাই ৰখাৰ অজুহাত দি নগা ভিলেজ কাউন্সিলৰ মুৰব্বীসকলে অহা পহিলা ছেপ্টেম্বৰৰ পৰা নগালেণ্ডৰ উক্ত ১১ বস্তিত অসমৰ বাসিন্দাসকলৰ প্ৰৱেশ নিষেধ কৰিছে। এই নিষেধাজ্ঞা অমান্য কৰিলে ৫০ হেজাৰ টকাৰ জৰিমনা ভৰিব লাগিব বুলিও নগা ভিলেজ কাউন্সিলৰ মুৰব্বীসকলে সকীয়াই দিছে। নগালেণ্ডত প্ৰৱেশৰ বাবে সংশ্লিষ্ট গাঁও কর্তৃপক্ষৰ আগতীয়া অনুমতি ল’ব লাগিব বুলিও জাননীত কোৱা হৈছে।

তদুপৰি ম্যাদ থকা আইএলপি থাকিলেহে প্ৰৱেশ কৰিবলৈ দিয়া হ’ব বুলি জাননীখনত উল্লেখ আছে। লক্ষ্যণীয় যে অসমৰ বাসিন্দাসকলৰ প্ৰতি এনে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে অসমৰ বাসিন্দাই কোনো কালে নগা লোকৰ প্ৰতি বিৰূপ মনোভাব লোৱা নাই। এই সীমান্তবর্তী অঞ্চলত নগা লোকে অসমৰ গাঁৱত বিনা বাধাই প্ৰৱেশ কৰি অসমৰ বাসিন্দাসকলৰ বাৰীৰ চৰাই-চিৰিকটি, পোহনীয়া কুকুৰ, হাঁহ-কুকুৰা, ছাগলী আদি গুলীয়াই মাৰি আতিশয্য চলাই আহিছে।

উক্ত নিষেধাজ্ঞাত লগতে কোৱা হয় যে এই নগা বস্তিসমূহত সুৰা-ড্ৰাগছ অথবা আন নিচাযুক্ত দ্রব্য নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে খৰি, বাঁহ, ফলমূল আদি সংগ্রহো নিষিদ্ধ কৰিছে এই ১১ নগাবস্তিৰ মুৰব্বীসকলে।

লক্ষ্যণীয়ভাবে এই জাননীৰ প্ৰতিলিপি গাঁওকেইখনৰ মুৰব্বীসকলে গোলাঘাটৰ সীমান্ত দণ্ডাধীশ, চিআৰপিৰ শীৰ্ষ বিষয়া আদিলৈকো প্ৰেৰণ কৰিছে।

আনহাতে, অসম আৰক্ষী আৰু চিআৰপিৰ উপস্থিতিৰ মাজতে নেঘেৰীবিলৰ মাজমজিয়াত সশস্ত্ৰ নগালেণ্ড আৰক্ষীৰ এটা বৃহৎ দলে এটা অস্থায়ী শিবিৰ স্থাপন কৰিছে। অসমৰ ভূমি বেদখল কৰাৰ উদ্দেশ্যে নগালেণ্ড আৰক্ষীৰ দলটোৱে এনেদৰে অসমৰ ভূমিত শিবিৰ স্থাপন কৰা বুলি স্থানীয় ৰাইজে আশংকা কৰিছে।

কেৱল সেয়াই নহয়, নগালেণ্ড প্রশাসনে নগা পাহাৰৰ পাদদেশত বৃহৎ সংখ্যক আৰক্ষীও নিয়োগ কৰি ৰাখিছে। গতিকে যিকোনো মুহূৰ্তত এইসকল আৰক্ষীয়েও অসমৰ ভূমিত প্ৰৱেশ কৰাৰ আশংকা কৰিছে স্থানীয় লোকে। ইয়াৰ বিপৰীতে অসম আৰক্ষীৰ ভূমিকা নিস্তেজ হৈ আছে।

উৰিয়ামঘাটত গছপুলি ৰোপণৰ বিৰোধিতা নগাৰ

উৰিয়ামঘাটৰ অগ্রদূত বাৰ্তা: পুনৰ উচ্ছেদ চলিল অসম-নগালেণ্ড সীমান্তৰ গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বেদখলীকৃত ভূমিত। ৰেংমা বনাঞ্চলৰ এক নম্বৰ মধুপুৰত মঙলবাৰে উচ্ছেদ অভিযান চলি থকাৰ সময়ত এজন নগা লোক উপস্থিত হৈ এই উচ্ছেদিত বনভূমি নগালোকৰ বুলি দাবী কৰে।

উচ্ছেদিত ভূমিত অসম চৰকাৰক কোনো ধৰণৰ গছপুলি ৰোপণ কাৰ্যসূচী নল’বলৈ দাবী জনায়। বেদখলকাৰীসকলে ৰোপণ কৰা তামোলৰ বাৰীসহ আন গছ-গছনিসমূহো কাটিব নালাগে বুলি নগা লোকজনে লগতে কয় যে অসম চৰকাৰৰ এই উচ্ছেদ অভিযানক তেওঁলোকে সমর্থন জনায়। বনভূমিত থকা সকলো বেদখলকাৰীক উচ্ছেদৰ পোষকতা কৰে নগা লোকজনে।

যোৱা ২৯ জুলাইত বন বিভাগে প্রশাসনৰ সহযোগত প্রথম পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰি বনাঞ্চলখনৰ ১১ হেজাৰ বিঘা ভূমি বেদখলকাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে। মঙলবাৰে দ্বিতীয় পর্যায়ৰ অভিযান আৰম্ভ কৰি বন বিভাগে বনাঞ্চলখনৰ ভূমিৰ পৰা তিনিখন গাঁও ক্রমে মধুপুৰ, ৰাণানগৰ আৰু হাতীডুবি গাঁও উচ্ছেদ কৰে।

শান্তিপূর্ণভাৱে সম্পন্ন এই উচ্ছেদ অভিযানৰ সময়ত ২৩২ টা বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰি বহু হেক্টৰ ভূমি উদ্ধাৰ কৰা হয় বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

আমাৰ দেউতা-ককা এই স্থানলৈ ৭০ দশকতে আহিছিল: একাংশ উচ্ছেদিতৰ দাবী

উচ্ছেদ অভিযান চলি থকাৰ সময়ত আজি একাংশ উচ্ছেদিত পৰিয়ালৰ মহিলাসকলে দাবী কৰে যে তেওঁলোকৰ ককাক বা দেউতাকসকল এই স্থানলৈ ৭০ দশকতে আহে। নিজকে গৰিয়া সম্প্ৰদায়ৰ খিলঞ্জীয়া লোক বুলিও দাবী কৰি এই মহিলাসকলে লগতে কয়, ‘আমাৰ সন্তানসকলে বর্তমানে মহাবিদ্যালয় আৰু হাইস্কুলত অধ্যয়নৰত অৱস্থাত আছে। তেওঁলোকেও বাংলাদেশীক চৰকাৰে উচ্ছেদ কৰা কাৰ্যক পূর্ণ সমর্থন জনায়। আমাক পুনৰ সংস্থাপন দিবলৈ চৰকাৰক অনুৰোধ জনাইছো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d