Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

    সাত বছৰত কেশসজ্জা-মেকআপত ব্যয় চাৰি কোটি ৪৯ লাখ টকা

    Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড

    BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

    Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজি নিমাত কিয় প্রধানমন্ত্রী-মুখ্যমন্ত্রী?

মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে নহয়, প্রাইভেট লিমিটেড কোম্পানী চলাই আছে

publisher by publisher
September 12, 2025
in Assam, News
Reading Time: 1 min read
0
ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আজি নিমাত কিয় প্রধানমন্ত্রী-মুখ্যমন্ত্রী?
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

‘এছআইটিৰ প্ৰতিবেদনত কি আছে? ১০ ছেপ্টেম্বৰ গ’ল, এতিয়া কওক মুখ্যমন্ত্ৰীয়ে। ছুপাৰ ডুপাৰ ফ্লপ শ্ব’ হ’ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ১০ ছেপ্টেম্বৰ। লম্ফ-জম্ফ কৰি আছিল যে মোক জেলত পঠাব নহ’লে নিজে পদত্যাগ কৰিব। কিন্তু আজি এইবোৰ সকলো পাহৰিলে মুখ্যমন্ত্রীয়ে আজি মুখ্যমন্ত্ৰীৰ চেহেৰা ক’লা পৰিছে। চুলিবোৰ খাড়া (থিয়) হৈ আছে। কাৰণ আজি ৰাইজে গম পাইছে যে তেওঁ কিমান ডাঙৰ ফ্লপ মুখ্যমন্ত্রী। আজি ১০ ছেপ্টেম্বৰ ফুচ হৈ গ’ল।’ চিৰাং জিলাৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হাতীপোতা হাইস্কুল খেলপথাৰত কালি বিয়লি প্রদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে কাজলগাঁও পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী সঞ্জীৱ বেৰীৰ নিৰ্বাচনী প্রচাৰত এইদৰে তীব্র কটাক্ষ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

ADVERTISEMENT

গগৈয়ে কয়, ‘এট’ম বোম, হাইড্র’জেন বোম সকলো ফুচ হৈ গ’ল। এইবোৰ হ’বই কাৰণ তেওঁ ৰাইজৰ বাবে ৰাজনীতি কৰা নাই। তেওঁ মাথোঁ প্রাইভেট লিমিটেড চলাই আছে। যাৰ বাবে ছুপাৰ ডুপাৰ ফ্লপ হ’ল।’

গগৈয়ে পুনৰ কয়, ‘১০ ছেপ্টেম্বৰ কংগ্ৰেছৰ বাবে হিট আছিল। বিজেপি-অগপৰ নেতা প্রাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰিলে।’ কংগ্ৰেছৰ বাবে ভাল দিন আছিল বুলি কয় গগৈয়ে।

জনজাতিকৰণৰ বিষয়ত নিমাত প্রধানমন্ত্রী-মুখ্যমন্ত্রী

ইপিনে, বুধবাৰে আক্ৰাচুৰ নেতৃত্বত জনজাতিকৰণৰ দাবীত হোৱা আন্দোলনত গোলকঞ্জত আৰক্ষীৰ বৰ্বৰ আচৰণৰ গৰিহণা দি গগৈয়ে কয়, ‘প্রধানমন্ত্রীয়ে ১০ বছৰ পূৰ্বেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব বুলি কৈছিল। কিন্ত ১০ বছৰ পাৰ হ’ল, জনজাতিকৰণ নহ’ল। এতিয়া প্রধানমন্ত্রী, মুখ্যমন্ত্রী সকলো নিমাত। জনজাতিকৰণৰ দাবীবে কোচ ৰাজবংশীসকলে জোৰ সমদল কৰিছিল, তাৰ ওপৰত যিদৰে নিৰ্মম অত্যাচাৰ চলালে আমি কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰিছো, গৰিহণা, নিন্দা জনাইছো। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ’ব ১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে ঘোষণা কৰক।’

ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা ফ্লপেই ওলাব

ফ্লপ মুখ্যমন্ত্ৰীৰ পৰা ফ্লপেই ওলাব বুলি কয় গগৈয়ে। তেওঁ কয়, ‘অসমক ভাৰতৰ শীর্ষ পাঁচ ৰাজ্য কৰিব বিচৰা বুলি কোৱা কথা ফ্লপ হৈছে, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত চৰকাৰ ফ্লপ হৈছে, সাধাৰণ ৰাইজৰ মাটিৰ পট্টা দিব বুলি কৈ নিজৰ পত্নীৰ নামত মাটি লৈছে। থলুৱা উদ্যোগ বন্ধ কৰি ৪০ হেজাৰ বিঘা মাটি আদানী আম্বানীক দিছে। মুখ্যমন্ত্ৰীয়ে আজি অসমৰ দুখীয়া মানুহক, ভাষিক সংখ্যালঘু লোকক, ডিমাচা, মিচিং লোকক, কোচ ৰাজবংশীসহ অন্যান্য খিলঞ্জীয়া লোকক অত্যাচাৰ চলাইছে। আমি কংগ্রেছে মুখ্যমন্ত্রীৰ অপশাসন আদি ৰাইজক জনাইছো। ৰাইজ আজি কংগ্ৰেছৰ কথা শুনিছে আৰু কংগ্রেছত যোগদান কৰিছে। এয়াই প্রকৃত পৰিৱৰ্তন।’

অহা বছৰ অসম বিধানসভাৰ নির্বাচন হ’ব আৰু অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’ব বুলি কয় গগৈয়ে। তেওঁ কয়, ‘আমি চৰকাৰ গঠন কৰি মানুহক বিভাজন নকৰো, শান্তিৰ কথা পাতিম। আমি কাকো অত্যাচাৰ নকৰো। সকলো জাতি ধৰ্মৰ লোকক সম্মান কৰিম। চৰকাৰত আহি আমি নিজক ধনী কৰাৰ বাবে কাম নকৰি ৰাইজক ধনী কৰাৰ চেষ্টা কৰিম।’

বিটিআৰ নিৰ্বাচনত কংগ্ৰেছে ভৱাতকৈ ভাল ফল পাব বুলি দাবী কৰে গগৈয়ে। তেওঁ কয় যে সকলো ভাল ভাল প্রার্থী দিয়া হৈছে। লগতে কয়, ‘বিটিচিৰ এইসমূহ ঠাইত কংগ্রেছ নাছিল এতিয়া কংগ্রেছ আহিছে।’

ইপিনে, নির্বাচনী প্ৰচাৰ সভাত অংশ লৈ কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কয় যে বিটিআৰৰ পৰিষদীয নির্বাচনত কংগ্ৰেছে এইবাৰ সকলো সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিছে। বহু বছৰৰ মূৰত এয়া এটা ভাল আশাৰ বতৰা। বিধায়ক বেকিবুদ্দিনে কয় যে বিজেপি, বিপিএফ, ইউপিপিএল সকলো সম্মিলিত বাহিনী। দেখাত পৃথকে নির্বাচন খেলিছে যদিও সকলো বিজেপিৰে একো একোটা পার্ট। কংগ্ৰেছৰ শক্তিশালী স্থিতিৰ বাবেই বিটিআৰৰ নিৰ্বাচনত বিজেপি প্ৰচাৰত মন্ত্রী, বিধায়ক সকলো সোমাই পৰিছে বুলিও বিধায়কজনে কয়। আনহাতে, গৌৰৱ গগৈ সন্দৰ্ভত বিধায়ক ৰেকিবুদ্দিনে কয়, ‘গৌৰৱ গগৈৰ প্ৰতি তেওঁলোক ভীতিগ্রস্ত। গৌৰৱৰ ভয়ত তেওঁলোকৰ টোপনি হৰিছে। গগৈৰ নেতৃত্বত এখন যুদ্ধ দিয়া হৈছে, বিটিআৰ নিৰ্বাচনত ইয়াৰ আশাপ্রদ ফলাফল ওলাব। গগৈৰ নিকা ভাৱমূর্তিত কালিমা সানিব বিচৰাসকলৰ প্ৰচেষ্টা সফল নহ’ব।’ এইখন নির্বাচনী সভাত কংগ্ৰেছৰ কে’বাজনো বিধায়কৰ লগতে দলীয় নেতা উপস্থিত থাকে। গৌৰৱ গগৈৰ সভাত কে’বাহেজাৰ লোক উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamProtest
publisher

publisher

Related Posts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং
International

September 14, 2026
সাত বছৰত কেশসজ্জা-মেকআপত ব্যয় চাৰি কোটি ৪৯ লাখ টকা
International

সাত বছৰত কেশসজ্জা-মেকআপত ব্যয় চাৰি কোটি ৪৯ লাখ টকা

September 14, 2026
Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড
Assam

Heinous murder in Rangia:ৰাজ্যত আৰু এক জঘন্য হত্যাকাণ্ড

September 14, 2026
BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?
India

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

September 14, 2026
Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ
Assam

Cattle seized in Mangaldoi:ব্ৰহ্মপুত্ৰৰে গোধন অবৈধ সৰবৰাহ

September 14, 2026
Assam

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d