Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Kokrajhar:আজি শপত ল’লে নৱনিৰ্বাচিত বিটিচি পাৰিষদসকলে

অস্থায়ী অধ্যক্ষ ত্রিদিপ দৈমাৰীয়ে শপতবাক্য পাঠ কৰায়, ১৩ অক্টোবৰত শপত ল'ব কার্যবাহী সদস্যবর্গই

publisher by publisher
October 9, 2025
in Uncategorized
Reading Time: 1 min read
0
Kokrajhar:আজি শপত ল’লে নৱনিৰ্বাচিত বিটিচি পাৰিষদসকলে
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

Kokrajhar:

সাংবিধানিক নিয়ম অনুসৰি আজি বিটিচিৰ নৱনিৰ্বাচিত পাৰিষদবর্গই শপত গ্ৰহণ কৰে। অস্থায়ী অধ্যক্ষ ত্রিদিপ দৈমাৰীয়ে মুখ্য কার্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু উপ-মুখ্য কার্যবাহী সদস্য ৰিহণ দৈমাৰীসহ নৱনিৰ্বাচিত পাৰিষদসকলক সাংবিধানিক গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। এই পাৰিষদসকলৰ ২৮ গৰাকী বিপিএফৰ, সাত গৰাকী ইউপিপিএলৰ আৰু পাঁচ গৰাকী বিজেপিৰ।
উল্লেখ্য যে দূৰণিবটীয়া পাৰিষদসকলে বিটিচিৰ সদৰ কোকৰাঝাৰত বুধবাৰেই উপস্থিত হৈ বাহৰ পাতিছে। উল্লেখ্য যে যোৱা পাঁচ অক্টোবৰত মহিলাৰীয়ে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ উপস্থিতিত চতুৰ্থবাৰৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য আৰু ৰিহণ দৈমাৰীয়ে উপ-মুখ্য কাৰ্যবাহীৰূপে শপত গ্রহণ কৰে।
আনহাতে, মহিলাৰীৰ নেতৃত্বত আগন্তুক বিটিচি পৰিষদত ১২ গৰাকী কাৰ্যবাহী সদস্য থাকিব বুলি তথ্য প্রকাশ পাইছে যদিও কোনে কোনে কি দায়িত্ব পাব, তেওঁলোকৰ নাম-তালিকা ৰাজহুৱা হোৱা নাই।
এনে অৱস্থাতে চর্চা হৈছে যে অহা ১৩ অক্টোবৰত নতুন পৰিষদৰ কাৰ্যবাহী সদস্যবর্গই শপত গ্ৰহণ কৰিব।
ইপিনে, আগন্তুক বিটিচি বিধান পৰিষদৰ অধ্যক্ষৰূপে ত্রিদিপ দৈমাৰীৰ নাম উচ্চাৰিত হোৱাৰ বিপৰীতে উপাধ্যক্ষ ৰূপে বিজেপি পাৰিষদ তথা প্রাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়োৰ নাম চর্চাত আছে। সকলো ঠিকে থাকিলে ত্রিদিপ দৈমাৰী আৰু ৰেখাৰাণী দাসবড়ো বিটিচি বিধান পৰিষদৰ অধ্যক্ষ আৰু উপাধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: btc councilKokrajharMLCOath
publisher

publisher

Related Posts

তেজপুৰত শিক্ষয়িত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন ছিঙি নিলে দুৰ্বৃত্তই
Uncategorized

September 4, 2026
স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ

September 4, 2026
ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

September 4, 2026
ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ
Uncategorized

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা
Uncategorized

জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d