Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১৯৮৩ৰ নেলী গণহত্যাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ সিদ্ধান্ত

publisher by publisher
October 24, 2025
in Assam, News
Reading Time: 1 min read
0
১৯৮৩ৰ নেলী গণহত্যাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ সিদ্ধান্ত
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নেলীৰ নৰসংহাৰৰ প্রতিবেদন ৰাজহুৱা কৰা, চাহ বাগিচাৰ লোকক মাটিৰ পট্টা প্ৰদানৰ উদ্যোগ লোৱা, ৰাজ্যৰ চাৰিটা জনগোষ্ঠীৰ ক্ষেত্ৰত দুটা সন্তান নীতি শিথিল কৰাকে ধৰি কে’বাটাও সিদ্ধান্ত কালি অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এক বৈঠকত গ্ৰহণ কৰা হয়।

ADVERTISEMENT

দিছপুৰত অনুষ্ঠিত বৈঠকৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে জুবিন গাৰ্গৰ সমাধিক্ষেত্রক লৈয়ো বৃহস্পতিবাৰৰ বৈঠকত আলোচনা কৰা হয়। এই আলোচনাত শীঘ্রে সমাধিক্ষেত্রত বিশেষ ব্যৱস্থা গ্ৰহণৰ বিষয়ে স্থান লাভ কৰে।

অসম আন্দোলনৰ ভৰপকৰ মাজতে ১৯৮৩ত নেলীত গণহত্যাৰ এক বৃহৎ ঘটনা সংঘটিত হৈছিল। এই গণহত্যাৰ তদন্ত কৰিছিল তিৱাৰী আয়োগে। ১৯৮৫ত আয়োগে তদন্তৰ প্ৰতিবেদন দাখিল কৰিছিল। মুখ্যমন্ত্রীয়ে কয়, ‘এই প্রতিবেদন ৰাজহুৱা কৰিবলৈ পূৰ্বৰ কে’বাখনো চৰকাৰে চেষ্টা কৰিছিল; কিন্তু আয়োগৰ প্রতিবেদনত তিৱাৰীৰ স্বাক্ষৰ নাছিল। সেই কাৰণে প্রতিবেদনখন সঁচা নে মিছা, তাকে লৈ কোনেও নিশ্চিত হ’ব পৰা নাছিল। আমি এই প্রতিবেদন প্রস্তুতৰ কামৰ লগত জড়িত লোকৰ পৰা প্রামাণ্য তথ্য সংগ্ৰহৰ লগতে ফৰেনচিক পৰীক্ষাও কৰা হয়। ইয়াৰ জৰিয়তে প্রতিবেদনখন আচল বুলি আমি নিশ্চিত হওঁ। নেলীত হোৱা নৰসংহাৰৰ ঘটনা অসমৰ ইতিহাসৰ এটা অংগ। গতিকে তাক আমি প্রকাশ কৰিব লাগিব। আগন্তুক ২৫ নৱেম্বৰৰত বিধানসভাৰ অধিবেশনত এই প্রতিবেদন দাখিল কৰি তাক ৰাজহুৱা কৰা হ’ব।’

চাহ বাগিচাৰ লোকক মাটিৰ পট্টা প্ৰদানৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে আজি কয় যে বাগিচাৰ লাইনত প্রায় দুই লাখ ৯০ হেজাৰ বিঘা মাটি আছে। ইয়াৰ বিপৰীতে পট্টা পাবলগীয়া পৰিয়াল আছে প্রায় চাৰি লাখ। এটা পৰিয়ালক ইয়াৰে কিমান মাটি দিয়া হ’ব, মাটিবোৰ কিদৰে ভগোৱা হ’ব আদিৰ বাবে কিছুমান নীতি-নির্দেশনা স্থিৰ কৰিব লাগিব। ভূমি চিলিং আইনখন ইয়াৰ বাবে সংশোধন কৰা হ’ব। নীতি প্রস্তুতৰ বাবে অহা ২৫ অক্টোবৰত জিলা আযুক্ত আৰু বিভিন্ন পৰ্যায়ৰ বিষয়াসকলক লৈ এখন সভা অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রীয়ে জনায়। ইয়াৰ পাছত অহা দুই আৰু তিনি নৱেম্বৰত চাহ জনগোষ্ঠীৰ সংগঠনৰ লগতো আলোচনা কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয়, ‘স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ভূমি নীতিৰ সংশোধনীৰ আমি এক সামাজিক লক্ষ্যত উপনীত হ’ব পাৰিম বুলি আশা কৰিছো। বাগিচাৰ ৰাইজক পট্টা দিয়া হ’ব বুলি কৈ আহিছো আৰু তাক আমি কাৰ্যকৰী কৰিম।’

কেবিনেটত কালি তাৎপর্যপূর্ণভাবে জনজাতীয় লোক, চাহ বাগিচাৰ লোক, মৰাণ আৰু মটক জনগোষ্ঠীৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দুটা সন্তান নীতি শিথিল কৰাৰ সিদ্ধান্ত লোৱা হয়। বিভিন্ন সমাজ বিজ্ঞানীয়ে কৰা আশংকা অনুসৰি, ৫০ বছৰৰ পাছত অসমৰ কে’বাটাও জনজাতি-জনগোষ্ঠীৰ লোকৰ সংখ্যা হ্রাস হ’ব।

তেনে আশংকাৰ পৰিপ্ৰেক্ষিততে সন্তান জন্ম নীতিত উক্ত চাৰিটা সম্প্রদায়ৰ ক্ষেত্ৰত শিথিলতা অনাৰ প্রয়োজনীয়তা আহি পৰিছে বুলি মুখ্যমন্ত্রীয়ে সংবাদমেলত সদৰী কৰে। সংবাদমেলত মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈয়ো মন্ত্রীগোটৰ প্রতিবেদন বিধানসভাৰ অধিবেশনত দাখিল কৰা হ’ব। চৰকাৰৰ লক্ষ্য সমস্যাটোৰ ইতিবাচক শান্তিপূর্ণ সমাধান বুলি তেওঁ দোহাৰে।

ইয়াৰ উপৰি বৃহস্পতিবাৰে কেবিনেটত অসম প্রাথমিক আৰু মাধ্যমিক বিদ্যালয় শিক্ষক (নিযুক্তি আৰু বদলি নিয়ন্ত্রণ) (সংশোধন) বিধেয়ক ২০২৫ৰ সংশোধনীত অনুমোদন জনোৱা হয়। এই বিধেয়কখন বিধানসভাত উত্থাপন কৰা হ’ব।

এই সংশোধনীৰ জৰিয়তে সমগ্র শিক্ষা অসমৰ অধীনত ১২ হেজাৰ ঠিকাভিত্তিক শিক্ষকক নিয়মীয়াকৰণৰ বাবে আবেদনৰ অনুমতি প্রদান কৰা হ’ব। তদুপৰি এতিয়াৰে পৰা সাত বছৰ চাকৰি কৰা শিক্ষক আৰু পাঁচ বছৰ চাকৰি কৰা শিক্ষয়িত্ৰীয়ে বদলিৰ বাবে আবেদন কৰিব পাৰিব।

চলিত মাহতে প্রাথমিক শিক্ষকৰ পাঁচ হেজাৰ পদৰ ফলাফল ঘোষণা কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে প্রসংগক্রমে সদৰী কৰে। আনহাতে, সমগ্র শিক্ষা অভিযানৰ অধীনত কৰ্মৰত তিনি হেজাৰ শিক্ষককো নিয়মীয়াকৰণ কৰা হ’ব বুলি তেওঁ জনায়। ইয়াৰ লগতে তেওঁ জনায় যে অহা নৱেম্বৰত সকলো ধৰণৰ নিযুক্তিপত্র বিতৰণ কৰা হ’ব।

কেবিনেটে বৃহস্পতিবাৰে অসম পেট্র’কেমিকেলছ লিমিটেডৰ ৫০০-টিপিডি মিথানল আৰু ২০০-টিপিডি ফর্মেলিন প্ৰকল্পৰ বর্ধিত ব্যয় ২,২৬৭.২২ কোটি টকাত অনুমোদন জনায়

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CMHimanta Biswa Sarma
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d