Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

পুলৱামা কাণ্ডৰ মূল পৰিকল্পক ওমৰ ফাৰুকৰ পত্নীৰ জইছত যোগদান

publisher by publisher
November 13, 2025
in International, News
Reading Time: 1 min read
0
পুলৱামা কাণ্ডৰ মূল পৰিকল্পক ওমৰ ফাৰুকৰ পত্নীৰ জইছত যোগদান
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

ছবছৰ পূৰ্বৰ ২০১৯ৰ পুলৱামা কাণ্ডৰ মূল পৰিকল্পক ওমৰ ফাৰুকৰ পত্নী আফিৰা বিবিয়েও জইছ-ই-মহম্মদত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে। সূত্ৰৰ মতে, দিল্লী বিস্ফোৰণৰ কেইসপ্তাহমান পূর্বে আফিৰা বিবিয়ে জইছৰ নাৰী গোট জামাত-উল-মুমিনাটত যোগদান কৰে। সেই সূত্রে তেওঁ এই নাৰী সন্ত্রাসবাদী গোটৰ মুৰব্বী ছাদিয়া আজহাৰৰ স’তে কাম কৰাৰ তথ্য পোহৰলৈ আহিছে।

ADVERTISEMENT

সম্প্রতি তেওঁ জামাত-উল-মুমিনাটৰ খুৰা বা উপদেষ্টা পৰিষদত কাৰ্যনিৰ্বাহ কৰি থকাৰ তথ্য চোৰাংচোৱাই উদ্ধাৰ কৰিছে। আনহাতে, জইছ-ই-মহম্মদৰ নাৰী গোট জামাত-উল-মমিনাটে পুঁজি সংগ্ৰহ আৰু সদস্যাভৰ্তিৰ বাবে অনলাইনৰ সহায় লোৱাৰ তথ্য তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে। জেহাদী সংগঠনৰ প্ৰতি মুছলমান যুৱতী-মহিলাক আকৰ্ষণৰ উদ্দেশ্যে সন্ত্রাসবাদী সংগঠনটোরে এক অনলাইন প্রশিক্ষণ পাঠ্যক্ৰমো মুকলি কৰিছে।

এই পাঠ্যক্ৰমৰ অধীনত জইছ-ই-মহম্মদৰ কমাণ্ডাৰসকলৰ পৰিয়ালৰ সদস্যাসকলক জেহাদী হ’বলৈ প্ৰৰোচনা দিয়া হয়। তদুপৰি আৰ্থিকভাৱে দুৰ্বল মুছলমান পৰিয়ালৰ যুৱতী-মহিলাকো সংগঠনটোরে জেহাদী কার্যকলাপত লিপ্ত কৰিবলৈ চেষ্টা কৰি থকাৰ তথ্য তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে। সূত্ৰৰ মতে, যোৱা আঠ নৱেম্বৰত সন্ত্রাসবাদী সংগঠনটোরে নিযুক্তি অভিযান আৰম্ভ কৰে। এই ক্ষেত্ৰত গুৰি ধৰে মাছুদ আজহাৰৰ দুই ভগ্নী ছাদিয়া আৰু ছামাইৰাই। দুয়ো ৪০ মিনিটৰ অনলাইন বক্তৃতা অনুষ্ঠিত কৰে।

শ্রীনগৰ মেডিকেল কলেজত ছাত্ৰ-ছাত্ৰীৰ মগজু প্রক্ষালন কৰা কোন এই ইৰফান আহমেদ?অপাৰেছন সিন্দূৰত যোৱা মে’ত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীয়ে ৰাজহাড় ভঙা পাকিস্তানী সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদে একাংশ ভাৰতীয়ৰ সহযোগত ভাৰতলৈ নেটৱৰ্ক বিস্তাৰৰ তথ্য ইতিমধ্যে ফাদিল হৈছে। দিল্লীৰ যোৱা সোমবাৰৰ সন্ধিয়া বিস্ফোৰণৰ আগৰে পৰা কে’বাজনো সন্ত্রাসবাদী জালত পৰিছে। পাকিস্তানী সন্ত্রাসবাদীৰ হৈ কাম কৰা আনসকলৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাই অনুসন্ধান অব্যাহত ৰাখিছে।

এনে অৱস্থাতে পোহৰলৈ আহিছে যে জেহাদী সংগঠনত অন্তর্ভুক্ত কৰোৱাৰ পৰিকল্পনাৰে একাংশই শ্রীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মগজুৰ প্ৰক্ষালন কৰি আহিছে। এই দেশবিৰোধী কাৰ্যৰ স’তে ইৰফান আহমেদ নামৰ এজন জড়িত থকাৰ তথ্য তদন্তকাৰী সংস্থাই উদ্ধাৰ কৰিছে। ফৰিদাবাদত বিস্ফোৰক মজুতৰ আঁৰত কোন আছে, ইয়াৰ মূল পৰিকল্পনাকাৰী কোন আদি সন্দৰ্ভত তদন্তকাৰী সংস্থাই চলোৱা অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে।

সূত্রই জনোৱা মতে, ইৰফান শ্রীনগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন স্বাস্থ্যকর্মী। সেই সূত্রে চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ স’তে তেওঁৰ যোগাযোগ আছে বুলি তদন্তকাৰীয়ে সন্দেহ কৰিছে। তদন্তকাৰীৰ ধাৰণা হ’ল যে এই যোগাযোগ সূত্রেই তেওঁ জেহাদী সংগঠনত ভর্তিৰ উদ্দেশ্যে ছাত্র-ছাত্ৰীসকলৰ মগজু প্রক্ষালন কৰি আছে। নানা ধৰণৰ সন্ত্রাসবাদী কার্যকলাপত লিপ্ত হ’বলৈও তেওঁ ছাত্র-ছাত্রীসকলক প্ৰৰোচিত কৰি অহাৰ তথ্যও তদন্তকাৰীয়ে উদ্ধাৰ কৰিছে।

এই সম্পৰ্কত এক সূত্রই সংবাদ মাধ্যমক জনায় যে নওগামৰ এটা মছজিদলৈ উক্ত চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মাতি নিয়ে। তাতে তেওঁ ছাত্র-ছাত্রীসকলক সন্ত্রাসবাদী সংগঠনত ভর্তি হ’বলৈ প্ৰৰোচনা দিয়ে। সূত্ৰৰ মতে, ফৰিদাবাদ কাণ্ডৰ দুই ধৃত অভিযুক্ত ডাঃ মুজাম্মিল আহমেদ আৰু ডাঃ আদিল মাজিদ ৰাথেৰৰ স’তে ইৰফানৰ যোগাযোগ আছিল। তদুপৰি দিল্লী বিস্ফোৰণ কাণ্ডত জড়িত থকা বুলি তদন্তকাৰীয়ে সন্দেহ কৰা ডাঃ ওমৰ নবীৰ স’তেও তেওঁৰ যোগাযোগ আছে বুলিও তদন্তকাৰীয়ে সন্দেহ কৰিছে।

ইতিমধ্যে ইৰফানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে ডাঃ ওমৰ নবী পলাতক অৱস্থাত আছে। তেওঁক সন্ত্রাসবাদী কার্যকলাপত লিপ্ত থকাৰ অভিযোগত শ্রীনগৰ চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই বহিষ্কাৰ কৰা বুলিও সূত্রই জনায়। বহিষ্কাৰৰ পাছত তেওঁ ফৰিদাবাদৰ আল-ফালাহ চিকিৎসা মহাবিদ্যালয়ৰ স’তে সম্পর্ক গঢ়ি তোলে বুলিও সূত্রই সদৰী কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Pakistan
publisher

publisher

Related Posts

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d