Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati :চৰম বিত্তীয় সংকটত চৰকাৰ ! বিভাগে বিভাগে পদ বিলুপ্তিৰ প্ৰক্ৰিয়া

বিত্ত বিভাগৰ কাৰ্যবাহী নির্দেশনাৰ পাছতে প্রশাসনিক বিভাগবোৰৰ পদ চিনাক্তকৰণৰ তৎপৰতা

publisher by publisher
November 7, 2025
in Assam
Reading Time: 1 min read
0
Guwahati :চৰম বিত্তীয় সংকটত চৰকাৰ ! বিভাগে বিভাগে পদ বিলুপ্তিৰ প্ৰক্ৰিয়া
6
SHARES
58
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Guwahati :

ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ গভীৰ বিত্তীয় নাটনিৰ সম্মুখীন হোৱাটো পুনৰ স্পষ্ট হৈছে। আনকি বিত্তীয় নাটনিৰ জোৰা মৰাৰ স্বাৰ্থত বিভিন্ন বিভাগৰ বহু পদ অতিৰিক্ত বুলি গণ্য কৰি চৰকাৰে এই পদসমূহ বিলুপ্তিকৰণৰ দিশে অগ্ৰসৰ হোৱাৰ তথ্য পোহবলৈ আহিছে।

ADVERTISEMENT

দিছপুৰৰ উচ্চস্তৰীয় সূত্রই জনোৱা মতে, সম্প্রতি ৰাজ্য চৰকাৰে ইয়াৰ প্রশাসনীয় বিভাগবোৰত থকা বৃহৎ সংখ্যক পদ বিলুপ্তিৰ প্রক্রিয়া আৰম্ভ কৰিছে। ইয়াৰ বাবে বিত্ত বিভাগে শেহতীয়াকৈ এক ‘কার্যবাহী নির্দেশনা’ত অনুমোদন জনাইছে। মানৱ সম্পদৰ পূৰ্ণ বাৱহাৰ আৰু প্ৰশাসনীয় দক্ষতা বৃদ্ধিব অজুহাত দিও চবকাবে এই সিদ্ধান্তগ্রহণ কৰিহে বুলি সূত্রই জনায়। তদুপৰি অতিৰিক্ত ব্যয় হ্রাসৰো অজুহাত লৈছে চৰকাৰে। চৰকাৰৰ এই নির্দেশনাৰ জৰিয়তে প্রশাসনিক বিভাগবোৰত প্রয়োজনীয় পদৰ সমবিতৰণো কৰিব বিচৰা হৈছে বুলি দিছপুৰৰ সূত্ৰই সদৰী কৰে।

এই নির্দেশনা ৰাজ্য চৰকাৰৰ সকলো প্ৰশাসনিক বিভাগৰ উপৰি ষষ্ঠ অনুসূচীৰ অঞ্চলতো প্রযোজ্য হ’ব। সূত্ৰত প্রকাশ যে পদ বিলুপ্তিকৰণৰ সিদ্ধান্ত হ’লেও অতি প্রয়োজনীয় বুলি বিবেচিত হোৱা অতি সীমিত সংখ্যক নতুন পদৰো সৃষ্টি কৰা হ’ব। নতুন পদ সৃষ্টি নকৰিলে বিভাগীয় কাম-কাজত বাধাৰ সৃষ্টি হ’ব বুলি নিশ্চিত হ’লেহে পদ সৃষ্টিৰ বিষয়টো বিবেচনালৈ আহিব আৰু সম্পর্কিত সকলো বিভাগৰ অনুমোদনৰ ভিত্তিত নতুন পদ সৃষ্টিৰ সিদ্ধান্ত লোৱা হ’ব। গতিকে নতুন পদ সৃষ্টিৰ দিশটো চৰকাৰৰ শেহতীয়া সিদ্ধান্তটোৰ এটা অতি গৌণ বিষয় বুলি চর্চিত হৈছে; অর্থাৎ মূল গুৰুত্ব আৰোপ কৰা হৈছে পদ বিলুপ্তিকৰণতহে।

পদ বিলুপ্তি আৰু নতুন পদ সৃষ্টিত মুখ্য ভূমিকা গ্রহণ কৰিব প্রশাসনিক বিভাগবোৰৰ আটাইতকৈ জ্যেষ্ঠ সচিবসকলে। ষষ্ঠ অনুসূচীৰ ক্ষেত্ৰত এই দায়িত্ব অর্পণ কৰা হৈছে অঞ্চলকেইটাৰ দায়িত্বত থকা প্রধান সচিবসকলক। তেওঁলোকে সংশ্লিষ্ট বিভাগত কোনবোৰ পদ অতিৰিক্ত হিচাপে আছে সেইবোৰ চিনাক্ত কৰি বিলুপ্তিকৰণৰ কাৰণসহ প্ৰস্তাৱ গ্ৰহণ কৰিব। একে কাৰ্য সম্পাদন কৰিব লাগিব ষষ্ঠ অনুসূচীৰ দায়িত্বত থকা প্রধান সচিবসকলে। প্ৰস্তাৱ সাজু কৰি জ্যেষ্ঠ সচিব আৰু প্রধান সচিবে বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব। একেধৰণে নতুন পদ সৃষ্টিৰ প্রস্তাৱো কাৰণৰ ব্যাখ্যাসহ বিত্ত বিভাগলৈকেই প্ৰেৰণ কৰিব লাগিব।

চৰকাৰৰ এনে সিদ্ধান্তৰ সন্দৰ্ভত সূত্ৰটোৱে উল্লেখ কৰে যে ইয়াৰ জৰিয়তে অতিৰিক্ত ব্যয় কৰ্তনৰো কৌশল গ্রহণ কৰা হৈছে। সূত্ৰটোৱে উল্লেখ কৰা অনুসৰি, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত যথেষ্ট সংখ্যক অতিৰিক্ত পদ থকা বুলি শেহতীয়াকৈ বিত্ত বিভাগে এক প্ৰস্তাৱ চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰে। তেনে অতিৰিক্ত পদৰ বিপৰীতে একাংশ বিভাগত নতুন পদ সৃষ্টিৰ প্রয়োজনীয়তা থকা বুলিও পৰামৰ্শ দিয়া হয়। বিত্ত বিভাগে লগতে এই বুলিও সম্ভাৱনা ব্যক্ত কৰে যে সম্ভাব্য নতুন পদৰ বিপৰীতে অতিৰিক্ত পদৰ সংখ্যা যথেষ্ট পৰিমাণে আছে। বছৰ বছৰ ধৰি সেই পদবোৰ অতিৰিক্ত হিচাপেই আছে।

ফলত পদৰ বিপৰীতে দিয়া নিযুক্তিৰ নামত চৰকাৰেও অতিৰিক্ত ব্যয় বহন কৰি থাকিবলগীয়া হৈছে। তেনে পদসমূহ বিলুপ্ত কৰি চৰকাৰে মানৱ সম্পদৰ সৰ্বোচ্চ ব্যৱহাৰতহে গুৰুত্ব দিব লাগে। অতিৰিক্ত পদে একোটা বিভাগৰ কৰ্মতৎপৰতাতো সামগ্রিক প্রভাৱ পেলায় বুলিও বিত্ত বিভাগে মন্তব্য কৰিছে। গতিকে মানৱ সম্পদৰ পূৰ্ণ ব্যৱহাৰ আৰু বিভাগবোৰত কৰ্মদক্ষতা বৃদ্ধিৰ বাবে অতিৰিক্ত পদ বিলুপ্তিকৰণৰ বিত্ত বিভাগে সিদ্ধান্ত গ্রহণ কৰিছে।

ইয়াৰ সমান্তৰালকৈ প্রয়োজন সাপেক্ষে নতুন পদ সৃষ্টিৰ দুৱাৰো মুকলি ৰাখিছে। এই পর্যন্ত বিলুপ্ত হ’বলগীয়া পদৰ সংখ্যা নিৰূপণ হোৱা নাই যদিও প্রশাসনীয় বিভাগবোৰত শ শ এনে পদ আছে বুলি প্ৰাৰম্ভিক জৰীপত কোৱা হৈছে। এনে ধৰণৰ বিভিন্ন অজুহাতেৰে এই প্ৰক্ৰিয়াৰ যুক্তিযুক্ততা প্রতিষ্ঠাৰ চেষ্টা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abolition positionAssam GovtCM Himanta Biswa Sharmafinancial crisis
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d