Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্রিয় শিল্পীৰ – আত্মাই পৰৱৰ্তী প্ৰক্ৰিয়াৰ মাজেৰে প্ৰকৃত ন্যায় লাভ কৰিবনে?

ন্যায়ালয়ৰ ৰায়লৈ অধীৰ অপেক্ষা

publisher by publisher
December 13, 2025
in Assam, News
Reading Time: 1 min read
0
প্রিয় শিল্পীৰ – আত্মাই পৰৱৰ্তী প্ৰক্ৰিয়াৰ মাজেৰে প্ৰকৃত ন্যায় লাভ কৰিবনে?
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️কমেও ডেৰ-দুই বছৰীয়া পৰিকল্পনাক যোৱা ১৯ ছেপ্টেম্বৰত সুদূৰ ছিংগাপুৰৰ সাগৰৰ বুকুত কাৰ্যকৰী ৰূপ দি হত্যা কৰা হৈছিল জুবিন গাৰ্গক। হিয়াৰ আমঠু শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ গঠিত বিশেষ তদন্তকাৰী গোট (এছআইটি) শুকুৰবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত (চিজেএম) ত দাখিল কৰা বহু চৰ্চিত আৰু বহু অপেক্ষিত সুবৃহৎ অভিযোগনামাত এই কথাই স্পষ্টভাৱে উল্লেখ কৰা হৈছে।

ADVERTISEMENT

এছআইটিৰ এই উল্লেখৰ পাছত জুবিন গাৰ্গৰ আত্মাই পৰৱৰ্তী প্ৰক্ৰিয়াসমূহৰ মাজেৰে ন্যায় পাবলৈ সক্ষম হ’বনে, তাকে লৈয়ো এই সময়ত চর্চা চলিছে। কিয়নো বহুতৰ বাবে অপ্রিয় হ’লেও এই কথা সত্য যে বহু গুৰুতৰ কাণ্ডত লিপ্তৰ বিৰুদ্ধে অসমতে বহু অভিযোগনামা দাখিল হৈছে আৰু সেইসকল অভিযুক্তই নানান সুৰুঙাৰ সুযোগ লৈ শেষত সাৰি যাবলৈ সক্ষম হৈছে অথবা মুকলি আকাশৰ তলত মুক্ত মনেৰে বিচৰণ কৰি থাকিব পাৰিছে।

জুবিন হত্যাৰ অভিযুক্তৰ ক্ষেত্ৰত এনে নহওক বুলি আজি বহুতে প্রার্থনা কৰিছে। জুবিনৰ হত্যাকাৰীৰ উপযুক্ত শাস্তি অনুৰাগীয়ে বিচৰা ধৰণে হ’বনে? এই প্রশ্নও আজি উত্থাপিত হৈছে।

জুবিনক হত্যাত মূল অভিযুক্তৰূপে চিহ্নিত কৰা হৈছে শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক। তদুপৰি এছআইটিয়ে অভিযুক্ত কৰিছে সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। আটাইকেইজন সম্প্রতি ন্যায়িক জিম্মাত আছে। জুবিনক হত্যাৰ গোচৰত পঞ্জীয়ন হোৱা ১৮/২৫ নম্বৰ গোচৰটোৰ এই অভিযোগনামাত উল্লেখ কৰা অনুসৰি, তদন্ত লাভ কৰা তথ্যৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ৰ অধীনত ভিন ভিন ধাৰাত এই কেইজনক অভিযুক্ত কৰা হৈছে।

এছআইটিৰ মুৰব্বী তথা অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই সদৰী কৰে যে অভিযুক্তসকলক অপৰাধমূলক ষড়যন্ত্র, হত্যা, অবজ্ঞা, প্রৱঞ্চনা আদি ধাৰাত অভিযুক্ত কৰা হৈছে। প্রসংগক্রমে উল্লেখ্য যে প্রথম অৱস্থাত আৰক্ষীয়ে উক্ত গোচৰটোত বিএনএছৰ ৬১(২)/১০৫/১০৬ ধাৰা সংযোজন কৰিছিল; কিন্তু দুই প্রধান অভিযুক্ত নর্থ-ইষ্ট ফেস্টিভেলৰ মূল উদ্যোক্তা শ্যামকানু মহস্ত আৰু জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাক গ্ৰেপ্তাৰৰ পাছত এছআইটিয়ে হত্যা সম্পর্কীয় বিএনএছ ১০৩ ধাৰাটো সংযোজন কৰে।

চিজেএম আদালতৰ লোক অধিবক্তা প্রদীপ কোঁৱৰে জনায় যে বৃহৎ অভিযোগনামাখনৰ কে’বাটাও আইনী প্রক্রিয়া শীঘ্রে সম্পন্ন হ’ব। ন্যায়াধীশে অভিযোগনামাখন পঢ়িব। তাৰ পাছত বিধি অনুসৰি আন আন ব্যৱস্থাসমূহ গ্রহণ কৰিব। কোঁৱৰে লগতে জনায় যে শুকুৰবাৰে অভিযোগনামাখন গ্রহণ কৰি আদালতে অহা ১৬ ডিচেম্বৰত অভিযুক্তসকলক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে।অৱশ্যে নিৰাপত্তাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি অভিযুক্তসকলক ভার্চুৱেলী আদালতৰ সন্মুখত হাজিৰ কৰালেও হ’ব।

সুবৃহৎ অভিযোগনামা

জুবিন গাৰ্গৰ মৃত্যুৰ ৮৪ দিনৰ পাছত এছআইটিয়ে যি অভিযোগনামা দাখিল কৰে, সেয়াও চৰ্চাৰ বিষয় হৈ পৰিছে। কালি পুৱা আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্যালয়ৰ পৰা নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এটা বৃহৎ ট্রাংকত ভৰাই অভিযোগনামাখন চিজেএম আদালতলৈ লৈ যোৱা হয়। ১১ বজাৰ কিছু সময়ৰ পাছতে আদালতত ইয়াক জমা দিয়া হয়। অভিযোগনামাখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা হ’ল ১২,২৭০টা। ১১ টা খণ্ডত অভিযোগনামাখন ভাগ কৰা হৈছে। ইয়াৰে দুটা খণ্ডত মূল অভিযোগনামাখন আছে। বাকী নটা খণ্ডত আছে বিভিন্ন নথিপত্র। নিয়ম অনুসৰি, গোচৰ ৰুজু কৰাৰ দিনটোৰ পৰা অভিযোগনামা দাখিলৰ সময়সীমা আছিল ৯০ দিন। তাৰ পূর্বেই দাখিল কৰা অভিযোগনামাত ৮,৬৯৮ খন বিভিন্ন নথিপত্র সংলগ্ন কৰা হৈছে। ৩৫৭ খন বিভিন্ন তথ্যৰ নথি সংলগ্ন কৰা আছে। অভিযোগনামাৰ লগতে তদন্ত কালত সংগ্রহ কৰা বিভিন্ন তথ্যৰ পেন ড্রাইভ, ভিডিঅ’ ফুটেজ আদিও দাখিল কৰা হয়।

লোক অধিবক্তা কোঁৱৰে এই প্ৰসংগতে কয়, ‘এতিয়ালৈকে গোটেই অভিযোগনামাখন পঢ়া হোৱা নাই। সেয়া সম্ভরো নহয়। দুই-তিনি দিন ইয়াৰ বাবে সময় লাগিব; কিন্তু এই বৃহৎ অভিযোগনামাত এই কথা স্পষ্ট কৰা হৈছে যে জুবিন গাৰ্গক হত্যাৰ পৰিকল্পনা আগৰ পৰা কৰা হৈছিল। ক’ত কিদৰে মানুহজনক শেষ কৰিব পাৰি, তাৰ গভীৰ ষড়যন্ত্ৰ কৰা হৈছিল। শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী এই ষড়যন্ত্ৰৰ মূল অভিযুক্ত বুলি অভিযোগনামাত দেখুওৱা হৈছে। মই ভাবো এখন সুন্দৰ অভিযোগনামা এছআইটিয়ে দাখিল কৰিছে। এছআইটিয়ে বহু অভিযোগনামা আদালতত দাখিল কৰিছে। সেইবোৰৰ ভিতৰত এইখন অতি সুন্দৰ হৈছে। মই ভাবো তেওঁলোকে সুন্দৰভাৱে তদন্তও কৰিছে। ক’তো খুঁতি-নাটি বখা নাই। সুন্দৰ অভিযোগনামা বাবে বিচাৰ প্রক্রিয়াও সহজ হ’ব।’

বৃহৎ সংখ্যক সাক্ষীৰ ভাষ্য

অভিযোগনামাত সাক্ষীৰ ভাষ্যই বৃহৎ অংশ সামৰিছে। তদন্ত কালত এছআইটিয়ে মুঠ ৩৯৫ গৰাকী সাক্ষীৰ ভাষ্য গ্রহণ কৰে। সেই সকলোৰে বক্তব্য ইয়াত নিয়ম অনুসৰি অন্তৰ্ভূক্ত কৰা হৈছে। উল্লেখ্য যে তদন্ত প্রক্রিয়াত এছআইটিয়ে হাল এবি শিয়াল খেদা বুলিও একাংশই সমালোচনা কৰিছিল। বিশেষকৈ মূল হত্যাৰ গোচৰটোৰ পৰা ফালবি কাটি আন আন বিষয়ৰ লগত জড়িত লোকৰো সাক্ষ্য গ্রহণৰ সন্দৰ্ভতে এনে মন্তব্য একাংশই কৰিছিল। মূলতঃ জুবিন গার্গে অনুষ্ঠান পৰিবেশন কৰা বিভিন্ন বিহু সমিতিৰ বিষয়ববীয়াৰ ভাষ্য সংগ্ৰহ কৰাক লৈ এই চর্চা বিশেষভাৱে হৈছিল। ইয়াৰ বিপৰীতে অভিযোগনামাত উল্লেখ কৰা হৈছে হত্যাৰ ঘটনাটোৰ কাৰণৰ ব্যাপকতা পৰীক্ষাৰ বাবেই বিহু সমিতিবোৰৰো ভাষ্য গ্রহণ কৰাটো প্রয়োজনীয় আছিল। কেরল বিহু সমিতিয়েই নহয়, আন আন বিভিন্ন অনুষ্ঠানৰ আয়োজকৰো ভাষ্য তদন্ত কালত গ্ৰহণ কৰে আৰু সেইবোৰৰ লগত জুবিন গাৰ্গৰ বিভিন্ন দিশেৰে সাঙোৰ খাই আছিল।

বন্ধ হোৱা নাই তদন্ত

অভিযোগনামাখনৰ শেষত সামৰণি বুলি স্পষ্ট কৰা নাই। বৰঞ্চ নতুন তথ্য সংযোগৰ দুৱাৰ খোলা ৰখা হৈছে। আদালতক এছআইটিয়ে জনায় যে যদি নতুন তথ্য উদ্ধাৰ হয়, তেন্তে ইয়াত সংযোজন হ’ব। আদালতেও ইয়াত অনুমতি দিয়ে। এছআইটিৰ অভিযোগনামা দাখিলক লৈ কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ সম্মুখত বৃহৎ সংখ্যক লোকৰ সমাগম হয়। পুৱা ১০ বজাৰ পৰাই বিভিন্ন দল-সংগঠনৰ লগতে জুবিন অনুৰাগীৰ আদালত চৌহদত বৃদ্ধি পাবলৈ ধৰে। তাৰে বহুতে অভিযোগনামাৰ ‘চার্টিফাইড কপি’ বিচাৰিও আবেদন কৰিবলৈ আহে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mysterious DeathZubeen Garg
publisher

publisher

Related Posts

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

October 2, 2026
মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

October 2, 2026
চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি
Assam

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও
India

শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

October 2, 2026
অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d