Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বেই কঠোৰ সুৰক্ষা বেষ্টনীত গুৱাহাটী-ডিব্ৰুগড়

publisher by publisher
December 20, 2025
in News, Assam
Reading Time: 1 min read
0
প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বেই কঠোৰ সুৰক্ষা বেষ্টনীত গুৱাহাটী-ডিব্ৰুগড়
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আগমনক কেন্দ্ৰ কৰি ব্যাপক নিৰাপত্তা ব্যবস্থা গঢ়ি তোলা হৈছে। সমান্তৰালভাবে গুৱাহাটী, ডিব্ৰুগড় আৰু নামৰূপৰ যিবোৰ পথেৰে প্রধানমন্ত্রীয়ে যাতায়াত কৰিব, সেইবোৰ যুদ্ধসদৃশ তৎপৰতাৰে সজাই তোলা হৈছে।

ADVERTISEMENT

প্রধানমন্ত্রীৰ কনভয় পাৰ হ’বলগীয়া গুৱাহাটীৰ প্রতিটো পথ চিকুনাই তোলাত কার্পণ্য কৰা নাই বাজ্য চৰকাৰে। সেইবাবে কেৱল প্রধানমন্ত্রীক দেখুৱাবলৈকে কনভয় পাৰ হ’বলগীয়া পথবোৰতহে নতুনকৈ ৰং কৰা হৈছে। বৃহস্পতিবাৰে নিশা এই পথবোৰৰ বিভাজক আৰু পদপথতো ৰং কৰা হৈছে। সমান্তৰালভাবে চৌদিশে আঁৰি দিয়া হৈছে বিজেপিৰ পতাকা।

সেই অনুসৰি, বৰঝাৰ বিমানকোঠৰ পৰা আৰম্ভ কৰি জালুকবাৰী হৈ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়, গুৱাহাটী-শ্বিলং পথৰ একাংশ, ফাঁচী বজাৰ-পাণবজাৰৰ মূল পথ আদি সকলোতে স্বচ্ছতাৰ সমান্তৰালকৈ দলীয় পতাকাৰে চৌদিশ উপচাই তোলা হৈছে। সমান্তৰালকৈ সমগ্র গুৱাহাটীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলতো প্রধানমন্ত্রীক আদৰণি জনাই বৃহৎ বৃহৎ হর্ডিং এসপ্তাহ পূৰ্বৰ পৰাই আঁৰি দিয়া হৈছে। এনে বহু হর্ডিঙত প্রধানমন্ত্রীৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাস্যবদনেও স্থান পাইছে।

একেদৰে বিজেপিৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতাৰ আলোকচিত্র সম্বলিত বেনাৰ গুৱাহাটীৰ পদপথৰ মাজত থকা খুঁটাবোৰত আঁৰি দিয়া হৈছে। এই একেই পৰিৱেশ ডিব্ৰুগড় আৰু নামৰূপতো গঢ়ি তোলা হৈছে। উল্লেখ্য যে ডিব্ৰুগড় মহানগৰৰ উপৰি প্ৰধানমন্ত্ৰীয়ে নামৰূপত সাৰ কাৰখানাৰ শিলান্যাস কৰিবলৈ যি পথেৰে যাব সেই পথবোৰ সজাই তোলাৰ সমান্তৰালকৈ কালিৰ পৰাই নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ তথ্য অনুসৰি, প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈকে আজি লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ হৈ বিজেপিৰ ৰাজ্যিক কার্যালয়লৈ বৃহৎ জনসমাগম গঢ়ি তুলিবলৈ পদক্ষেপ লোৱা হৈছে। এনে বৃহৎ সংখ্যক লোকক সমৱেত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু বিজেপিয়ে দলৰ বিভিন্ন জিলা সিমিতিক দায়িত্ব অর্পণ কৰিছে।

মধ্য অসমৰ পৰা আৰম্ভ কৰি পশ্চিম অসমৰ বঙাইগাঁও পর্যন্ত জিলা সমিতিসমূহক এই দায়িত্ব বিশেষভাৱে অর্পণ কৰা হৈছে। তাৰ বাবে যানবাহন অধিগ্রহণ কালিয়ে সম্পন্ন কৰা হয়। জিলা সমিতিবোৰে গুৱাহাটীলৈ আনিবলগীয়া মানুহবোৰে পথৰ কাষে কাষে থিয় হৈ প্রধানমন্ত্রীক সম্ভাষণ জনাব। আকৌ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পলৈকে দলৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীক গীত-নৃত্যৰে আদৰণি জনোৱাৰো ব্যৱস্থা গ্রহণ কৰিছে। সেইবাবে পথৰ কাষে কাষে অস্থায়ী মঞ্চ সজোৱা হৈছে আৰু সেইবোৰত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলে প্রধানমন্ত্রীক নিজা নিজা স্বকীয় সংস্কৃতিৰে আদৰণি জনাব। সৰুসজাইৰ পৰা বিজেপিৰ কাৰ্যালয়লৈ সন্ধিয়া প্রধানমন্ত্রীব এনেদৰেই ৰোড শ্ব’ অনুষ্ঠিত হ’ব।

অৱশ্যে এই ধৰণৰ আদৰণি ২১ জানুৱাৰীৰ পুৱা অনুষ্ঠিত নহ’ব। সেইদিনা পুৱা আঠ বজাত প্রধানমন্ত্রীয়ে নিশা কটাবলগীয়া ৰাজ্যিক অতিথিশালাৰ পৰা পাণবজাৰৰ গেটৱে অব আছামলৈ যাব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নদী বন্দৰেৰে প্ৰধানমন্ত্ৰীয়ে চৰাইদেউ নামৰ বিশেষভাবে সজ্জিত জাহাজত উঠিব। সেই সময়ত জাহাজত প্রধানমন্ত্রীয়ে ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগত ‘পৰীক্ষা পে চর্চা’ কৰিব। ব্ৰহ্মপুত্ৰৰ বুকুত প্রায় ৪০ মিনিট ধৰি প্রধানমন্ত্রীৰ এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সেই স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্রীয়ে আয়োজনৰ বুজ লোৱাৰ লগতে নিজৰ পৰামৰ্শও আগবঢ়ায়। পাণবজাৰৰ পৰা প্রধানমন্ত্রী নৱনির্মিত ছহিদ স্মাবকক্ষেত্রত উপস্থিত হ’ব আৰু অসম আন্দোলনৰ ছহিদসকলক শ্রদ্ধাঞ্জলি জনাব।

প্রধানমন্ত্রীৰ এই আগমনক লৈ নিশ্ছিদ্র নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হৈছে। আজিৰ পৰা অতিৰিক্ত আৰক্ষীও নিয়োগ কৰা হৈছে গুৱাহাটী মহানগৰীত। কাষৰীয়া কে’বাখনো জিলাৰ পৰা অতিৰিক্ত আৰক্ষীৰ দল আনি প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দিশটোত নিয়োজিত কৰা হৈছে। যিহেতু প্রধানমন্ত্রীয়ে গুৱাহাটীৰ ভিতৰত কে’বাটাও পথেৰে যাত্রা কৰিব, সেয়েহে তেনে পথবোৰৰ কাষৰীয়া বহু অট্টালিকাৰ ছাদত কালিৰ পৰাই নিৰাপত্তা বাহিনীৰ লোকক নিয়োগ কৰা হৈছে।

এই প্রসংগতে গুৱাহাটীৰ যানবাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই কয় যে আজি পুৱাৰ পৰা ২১ ডিচেম্বৰৰ পুৱা প্ৰায় ১০ বজালৈকে নির্দিষ্ট একাংশ পথত যানবাহন চলাচলত কিছু নিয়ন্ত্ৰণ কৰা হ’ব। বিশেষকৈ ৰাষ্ট্ৰীয় পথেৰে মালবাহী গধুৰ যানবাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হ’ব বুলি তেওঁ কয়। ইয়াৰ বিপৰীতে সাধাৰণ লোকৰ চলাচলত প্ৰধানমন্ত্ৰীৰ যাতায়াতৰ আগমুহূৰ্তৰ পৰাহে নির্দিষ্ট পথবোৰত নিয়ন্ত্ৰণ কৰা হ’ব। সেই সময়ছোৱাত বিকল্প পথেৰে ৰাইজৰ যাতায়াত ব্যৱস্থা কৰা হ’ব বুলি বৰাই সদৰী কৰে।

২১ ডিচেম্বৰৰ পুৱা ১০ বজাৰ পৰা গুৱাহাটীৰ যাতায়াত ব্যৱস্থা পুনৰ স্বাভাৱিক হ’ব বুলিও তেওঁ কয়। বিশেষকৈ আজি বিয়লি ভাগত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত নকৰিবলৈ আৰক্ষী বিষয়াজনে ৰাইজক আহ্বান জনায়। তেওঁ কয়, ‘যান-জটৰ পৰা হাত সাৰিবলৈকে আমি ৰাইজক এই আহ্বান জনাইছো। একেদৰে বিমানকোঠলৈ যাবলগীয়া যাত্রীসকলকো আজিৰ দিনটোত অলপ আগতীয়াকৈ ওলাই যাবলৈ আমি আহ্বান জনাইছো। যিহেতু আজি বিয়লি বিমানকোঠত প্রধানমন্ত্রীৰ কাৰ্যসূচী আছে, সেয়েহে আৰক্ষীয়ে নিয়ম অনুসৰি যানবাহনৰ স্বাভাৱিক চলাচলত নিয়ন্ত্রণ কৰিব লাগিব।’

উল্লেখ্য যে প্রধানমন্ত্রীয়ে আজি বিয়লি গুৱাহাটী বিমানকোঠত উপস্থিত হৈ চৌহদত স্থাপন কৰা লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্রতিমূর্তি উন্মোচন কৰাৰ লগতে বিমানকোঠৰ নতুন টার্মিনেল উদ্বোধন কৰিব। দেশৰ প্ৰথমটো প্রকৃতিক বিষয়বস্তু হিচাপে লৈ এই টার্মিনেলটো নিৰ্মাণ কৰা হৈছে। ১.৩ কোটি যাত্রীৰ ক্ষমতা সম্পন্ন এই টার্মিনেলটো নিৰ্মাণ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra Modi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d