Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

    আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

    ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

    Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

    পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

    পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

২০২৬! ক্রীড়াক্ষেত্রত ব্যাপক ব্যস্ততা: ১২ বছৰৰ ভিতৰত আটাইতকৈ ব্যস্ত ক্রীড়া কেলেণ্ডাৰ

publisher by publisher
January 3, 2026
in News, Sports
Reading Time: 1 min read
0
২০২৬! ক্রীড়াক্ষেত্রত ব্যাপক ব্যস্ততা: ১২ বছৰৰ ভিতৰত আটাইতকৈ ব্যস্ত ক্রীড়া কেলেণ্ডাৰ
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

ভাৰতত বিশ্বকাপ নেখেলে বাংলাদেশে

South Africa humiliate India by 408 runs:বর্ষাপাৰাৰ টেষ্টত দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ

Sportsmen Zubeen Garg:শিল্পী সত্তাৰ সমানে উদাৰ মনৰ বাবেও সহস্ৰজনৰ হৃদয়ত

Sports:✒️১২ বছৰৰ ভিতৰত ক্রীড়া ক্ষেত্রত আটাইতকৈ ব্যস্ত ক্রীড়াবর্ষৰূপে পৰিগণিত হৈছে ২০২৬ ।কিয়নো এই বর্ষটোত ক্রিকেট, ফুটবল আৰু হকীকে ধৰি পাঁচখন বিশ্বকাপ অনুষ্ঠিত হ’ব।

ADVERTISEMENT

অর্থাৎ আধুনিক যুগৰ ক্রীড়া প্রতিযোগিতাৰ ক্ষেত্ৰত ২০২৬ আটাইতকৈ ডাঙৰ ক্ৰীডা বছৰ হ’ব। ২০১৪ৰ পাছত প্রথমবাৰৰ বাবে একে বছৰতে অনুষ্ঠিত হ’ব ক্রিকেট, ফুটবল আৰু হকী বিশ্বকাপ। ইয়াৰ উপৰি এইবাৰ মহিলা টি-২০ বিশ্বকাপ আৰু পুৰুষৰ ১৯ বছৰ অনূর্ধ্ব ক্রিকেট বিশ্বকাপ অনুষ্ঠিত হ’ব।

কমনৱেলথ আৰু এছিয়ান গেমছৰ দৰে বহু ক্রীড়া, বহু ৰাষ্ট্রীয় মেগা ইভেন্ট অনুষ্ঠিত হ’ব এই বর্ষটোতে। আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাসমূহৰ ভিতৰত এই বর্ষটোত অনুষ্ঠিত হ’ব আইপিএল আৰু ডব্লিউপিএল। লগতে এইবৰ্ষত চাৰিখন টেনিছ গ্রেণ্ড শ্লেম অনুষ্ঠিত হ’ব। ২০২৬তে সিদ্ধান্ত লোৱা হ’ব কোনে পৰৱৰ্তী বিশ্ব দবা চেম্পিয়নশ্বিপৰ বাবে দবা বিশ্ব চেম্পিয়ন ডি গুকেশক প্রত্যাহ্বান জনাব।

উল্লেখ্য যে আইচিচি ১৯ বছৰ অনূর্ধ্ব পুরুষ বিশ্বকাপেৰে আৰম্ভ হ’ব এই নববর্ষ। মুঠ ১৬টা দলে অংশগ্রহণ কৰিবলগীয়া এই প্রতিযোগিতা ১৫ জানুৱাৰীৰ পৰা ছয় ফেব্ৰুৱাৰীলৈ জিম্বাব’বে আৰু নামিবিয়াত অনুষ্ঠিত হ’ব। একেদৰে আইচিচি টি-২০ বিশ্বকাপ অহা সাত ফেব্রুৱাৰীৰ পৰা আঠ মার্চলৈকে অনুষ্ঠিত হ’ব।

এই প্রতিযোগিতাৰ আয়োজক হৈছে ভাৰত আৰু শ্রীলংকা। এইবাৰৰ টি-২০ বিশ্বকাপত প্রথমবাৰৰ বাবে ২০টা দ’লে অংশগ্রহণ কৰিব।

আনহাতে, ফুটবলৰ আটাইতকৈ বৃহৎ প্রতিযোগিতা ফিফা বিশ্বকাপ এই বর্ষতে অনুষ্ঠিত হ’ব। ১১ জুনৰ পৰা ২৯ জুলাইলৈকে অনুষ্ঠিত হ’বলগা এইবাৰৰ ফিফা বিশ্বকাপৰ আয়োজক হৈছে আমেৰিকা, কানাডা আৰু মেক্সিকো। প্রতিযোগিতাত মুঠ ৪৮টা দলে অংশগ্রহণ কৰিব। একেদৰে ষষ্ঠদশ পুৰুষ হকী বিশ্বকাপ এই বছৰতে অনুষ্ঠিত হ’ব।

এই প্রতিযোগিতা ১৪ আগষ্টৰ পৰা ৩০ আগষ্টলৈ বেলজিয়াম আৰু নেদাবলেণ্ডত অনুষ্ঠিত হ’ব। উল্লেখ্য যে প্রতি চাৰি বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই বিশ্বকাপ আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেছনে আয়োজন কবে। সমান্তবলভাৱে ইন্ডিয়ান প্রিমিয়াৰ লীগ চমুকৈ আইপিএল ২০২৬ৰ দিন অৱশ্যে এতিয়ালৈকে ঘোষণা হোৱা নাই যদিও পূর্বৰ দতে এই টুর্ণামেন্ট মার্চতে অনুষ্ঠিত হোবাৰ সম্ভাবনা আছে।

ইয়াৰ উপৰি ছয় ফেব্রুবাৰীৰ পৰা ২২ ফেব্রুবাৰীলৈ ইটালীৰ মিলান আৰু ক’টিনাত শীতকালীন অলিম্পিক গেমছ অনুষ্ঠিত হ’ব। উল্লেখ্য যে উইম্বলডন হৈছে টেনিছৰ এক বিশ্বজনীন প্রতিযোগিতা। বিশ্বৰ তাৰকা টেনিছ খেলুৱৈসকলে এই টুর্ণামেন্টত অংশগ্রহণ কৰে।

উইম্বলডনৰ আয়োজন ইংলণ্ডে কৰিব। এই টুর্ণামেন্ট ২৯ জুনব পন্য ১২ জুলাইলৈকে অনুষ্ঠিত হ’ব। অস্ট্রেলিয়ান অপেন টেনিছ টুর্ণামেন্ট জানুৱাৰীতে অস্ট্রেলিয়ার মেলবর্ণত অনুষ্ঠিত হ’ব। একেদবে ফুটবলৰ ইউইএফএ চেম্পিয়নছ লীগৰ ফাইনেল ৩০ মে’ত হাংগেৰীৰ বুডাপেষ্টত অনুষ্ঠিত হ’ব।

লগতে জুন-জুলাইত অনুষ্ঠিত হ’ব আইচিচি মহিলা টি-২০ বিশ্বকাপ। এইবাৰ টি-২০ বিশ্বকাপৰ আয়োজক হৈছে ইংলণ্ড। আনহাতে, শীতকালীন পেৰা অলিম্পিক ছয় মার্চৰ পৰা ১৫ মার্চলৈ ইটালীৰ মিলানত অনুষ্ঠিত হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sports
publisher

publisher

Related Posts

পত্নীক হত্যা কৰি ছিন্নমুণ্ড ভৰাই থ’লে ফ্রীজত-কাটি টুকুৰা টুকুৰ কৰিলে আঙুলি
Assam

September 8, 2026
Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী
Assam

Dr.Bhupen Hazarika 100th anniversary:ভাৰত ৰত্ন ড:ভূপেন হাজৰিকা জন্ম-শতবার্ষিকী উপলক্ষে জালুকবাৰীৰ সমন্বয় তীৰ্থত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী

September 8, 2026
আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
Assam

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

September 8, 2026
Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড
Assam

Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

September 7, 2026
পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d