Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

World Economic Forum:ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিবলৈ চুইজাৰলেণ্ডৰ জুৰিখত উপস্থিত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা

এই বাণিজ্য সন্মিলনত অংশ লোৱা মুখ্যমন্ত্ৰী ড: শর্মা প্রথম অসমীয়া, ৱৰ্ল্ড ইকনমিক ফ'ৰামত বিশ্বৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে তুলি ধৰিব ৰাজ্যৰ উন্নয়নমুখী পৰিকল্পনা, স্বাক্ষৰিত হ'ব একাধিক বুজাবুজি চুক্তি

publisher by publisher
January 19, 2026
in Assam
Reading Time: 1 min read
0
World Economic Forum:ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিবলৈ চুইজাৰলেণ্ডৰ জুৰিখত উপস্থিত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

World Economic Forum:

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা বিশ্বৰ অতি সন্মানজনক ৱৰ্ল্ড ইক’নমিক ফ’ৰামত (ডব্লিউ ই এফ) অংশ গ্ৰহণ কৰিবলৈ চুইজাৰলেণ্ডৰ জুৰিখত উপস্থিত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মা।

ADVERTISEMENT

উল্লেখযোগ্য যে, ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্রতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে এই সুযোগ প্রদান কৰিছে। পূৰ্বে দেশৰ আগশাৰীৰ ৰাজ্যসমূহে এই ৱর্ল্ড ইক’নমিক ফ’ৰামত ভাৰতক প্রতিনিধিত্ব কৰি আহিছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্রদান কৰিছে। এই সন্মিলনত অংশ গ্ৰহণৰ বাবে মুখ্যমন্ত্রী ড: শর্মাই অহা ১৯ জানুৱাৰীত ডাভোছলৈ যাব আৰু তাত চাৰিদিন থাকি বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ চি ই অ’, বিশ্ব বেংক, আন্ত:ৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ সৈতে হ’বলগীয়া ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অসমক প্রতিনিধিত্ব কৰিব। মুখ্যমন্ত্ৰী ড: শৰ্মাই হ’ব ৱর্ল্ড ইক’নমিক ফ’ৰামত অংশ লোৱা প্রথমগৰাকী অসমীয়া।

উল্লেখ্যযোগ্য যে, যিকোনো ৰাজ্য, উদ্যোগ প্রতিষ্ঠান বা দেশে ৱর্ল্ড ইক’নমিক ফ’ৰামত সঠিক বক্তব্য উপস্থাপন কৰিব পাৰিলে বিশ্বৰ প্ৰসিদ্ধ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ থাকে। এডভান্টেজ আছাম সন্মিলনৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰীৰ ডাভোছত ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্রহণে অসমৰ বিনিয়োগ, অর্থনীতি আদি বিষয়ত এক নিশ্চিত ৰূপত বিশেষ প্রভাৱ পেলাব। ৱর্ল্ড ইক’নমিক ফ’ৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। এইবেলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি ভিন্ন দেশৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব। পাঁচ দিনীয়া এই সন্মিলনখনত অসম তথা ভাৰতৰ অন্তর্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি উন্নয়নৰ বিভিন্ন বিষয় উপস্থাপন কৰা হ’ব। ইতিমধ্যে ভাৰতৰ দ্ৰুত অর্থনৈতিক বিকাশে বিশ্বজুৰি সকলোৰে দৃষ্টি আকর্ষণ কৰি আহিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ ক্ষিপ্ৰ উন্নয়ন আৰু সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ দিশত লোৱা পদক্ষেপে উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছে। তেনে প্ৰেক্ষাপটত এইবাৰ অসমেও সেই সুযোগ লাভ কৰিব। আনহাতে গুৰুত্বপূৰ্ণ ক্ষেত্রসমূহত উল্লেখযোগ্য অগ্রগতিৰ সৈতে বিশ্ব মঞ্চত আগশাৰীৰ শক্তি হিচাপে ভাৰতে নিজৰ স্থান অধিক দৃঢ় কৰি তুলিছে আৰু অসমেও এক দিশত মুখ্য ভূমিকা গ্রহণ কৰিব পাৰে। ৰাজ্যৰ উন্নয়নত নতুন মাত্ৰা প্ৰদানৰ বাবে মুখ্যমন্ত্রীয়ে ভিন্ন পৰিকল্পনা ফ’ৰামত উপস্থাপন কৰি অসমক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিব। মুখ্যমন্ত্রীৰ এই ফ’ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগকাৰীক আকর্ষিত কৰা, স্থায়ী উন্নয়ন আৰু প্রযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত অসমক আগশাৰীলৈ নিয়াৰ দিশত নিশ্চিত পদক্ষেপ ল’ব।

মুখ্যমন্ত্রীগৰাকীয়ে ফ’ৰামত ১৭খনতকৈও অধিক বৈঠকত অংশ ল’ব আৰু বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎমুখী পৰিকল্পনা প্ৰস্তুত, কৰ্মশক্তিৰ সুৰক্ষা, ভ্রমণ আৰু পর্যটন-১০ ট্রিলিয়ন ডলাৰৰ সম্ভাৱনামূলক গন্তব্যস্থলী, স্বাস্থ্য আৰু স্বাস্থ্য সেৱা মঞ্চকে ধৰি চাৰিখনকৈ আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব। তেওঁ ভাৰতৰ দ্ৰুত অৰ্থনৈতিক ৰূপান্তৰৰ অংশ হিচাপে অসমৰ উদ্যোগিক অগ্রগতি, বিনিয়োগৰ সুযোগ আৰু সাফল্যৰ বিভিন্ন তথ্য উপস্থাপন কৰিব। বিশ্বৰ অন্যতম সর্ববৃহৎ বাণিজ্য সম্মিলনত মুখ্যমন্ত্রীয়ে বিদেশৰ বহু উদ্যোগপতিৰ সৈতে একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰো সম্ভাৱনা আছে।
উল্লেখ্যযোগ্য যে ৱৰ্ল্ড ইক’নমিক ফ’ৰাম এক ‘নন প্রফিট অর্গেনাইজেশ্যন’ আৰু এই সংস্থা প্ৰতিষ্ঠা হৈছিল ১৯৭১ চনত । ই প্ৰকৃততে বিশ্বৰ সৰ্ববৃহৎ কার্যকৰী বাণিজ্যিক সম্মিলন। আনহাতে ই বাণিজ্যতে সীমাবদ্ধ নহয়, ইয়াৰ পৰিসৰ অধিক ব্যাপক। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বজুৰি ভূ-ৰাজনীতি, শিক্ষা-প্রযুক্তি, আর্থিক নীতি, বিনিয়োগ আদিৰে সমৃদ্ধ কৰি বিশ্বৰ অর্থনৈতিক বিকাশ সুনিশ্চিত কৰা তথা সামৰি লোৱা।

অসমৰ লগতে এইবাৰ ভাৰতবৰ্ষৰ পৰা আন নখন ৰাজ্যয়ো অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে, য’ত পাঁচগৰাকী মুখ্যমন্ত্রী আৰু চাৰিজন কেন্দ্রীয় মন্ত্রীয়ে অংশগ্রহণ কৰিব। ‘স্পিৰিট অৱ ডায়লগ’ বিষয়বস্তুৰে ইক’নমিক ফ’ৰামৰ এই সংস্কৰণত অসমে নিজৰ প্ৰকল্প আৰু ধাৰণা ইয়াত উপস্থাপন কৰিবলৈ পোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ দ্বাৰা অসমত নতুন বিনিয়োগ, ছেমি কণ্ডাক্টৰৰ দৰে নতুন প্রকল্প আৰু যুৱপ্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি আদিকে ধৰি ভিন্ন দিশেৰে অসম সমৃদ্ধ হ’ব। তদুপৰি ভাৰতৰ লগতে এই ফ’ৰামত বিশ্বৰ আন প্রায় ৫০খন দেশেও ভাগ ল’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaSwitzerlandworld economic forumZurich airport
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d