Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

MP Dilip Saikiaএনআইএ নাইবা চিবিআয়ে তদন্ত কৰক গৌৰৱ গগৈক

কংগ্ৰেছৰ নীতি আদর্শই পাকিস্তানক শক্তিশালী কৰি আহিছে

publisher by publisher
February 9, 2026
in Assam
Reading Time: 1 min read
0
MP Dilip Saikiaএনআইএ নাইবা চিবিআয়ে তদন্ত কৰক গৌৰৱ গগৈক
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

Hailakandi:পাক সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত হাইলাকান্দিত জেহাদী গ্ৰেপ্তাৰ

MP Dilip Saikia:

বৈৰী ৰাষ্ট্র পাকিস্তানৰ সৈতে থকা প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ গভীৰ সম্পৰ্কৰ বিষয়টো কেন্দ্রীয় তদন্তকাৰী সংস্থা এনআইএ নাইবা চিবিআই ৰ জৰিয়তে তদন্ত কৰাবৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে দৰং-ওদালগুৰিৰ সাংসদ তথা ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। দলৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত শইকীয়াই লগতে কয়, মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ৮ ফেব্ৰুৱাৰীৰ দিনা ৰাজহুৱা কৰা এছআইটি ৰ প্রতিবেদনত উল্লেখ থকা প্রতিটো তথ্য আৰু বক্তব্য ১০০ শতাংশ প্রমাণ আধাৰিত। কোনো কাৰণতেই গৌৰৱ গগৈয়ে এই প্রশ্নসমূহৰ উত্তৰ এৰাই চলিব নোৱাৰিব। তেওঁ পাকিস্তানলৈ কিয় গৈছিল আৰু কাক কাক লগ ধৰিছিল তাৰ স্পষ্ট উত্তৰ অসমবাসীক গৌৰৱ গগৈয়ে দিবই লাগিব বুলি শইকীয়াই দৃঢ়তাৰে কয়। গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ বিষয়টোৰ ৰাজনীতিৰ লগত কোনো সম্বন্ধ নাই। বৰঞ্চ ই এগৰাকী ৰাজনেতাৰ নিজৰ মাতৃভূমিৰ প্রতি থকা নৈতিক দায়িত্ব আৰু ৰাষ্ট্ৰীয় দায়বদ্ধতা তথা ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগতহে জড়িত বিষয় বুলি শইকীয়াই মত পোষণ কৰে। সেয়েহে এগৰাকী নির্বাচিত জনপ্রতিনিধিয়ে বৈৰী ৰাষ্ট্ৰৰ লগত গোপন সম্বন্ধ ৰক্ষা কৰা বিষয়টোক কেন্দ্রীয় তদন্তকাৰী সংস্থাই পুংখানুপুংশভাবে তদন্ত কৰি আইনীভাবে যথোচিত শাস্তিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে। কিয়নো দেশবিৰোধী কাৰ্যত জড়িত থকা ৰাজনৈতিক নেতাসকলৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়াৰ বাবেই কেন্দ্রীয় সংস্থাই তদন্ত কৰাৰ প্ৰয়োজন আছে বুলি ৰাজ্যিক সভাপতিজনে মন্তব্য কবে।

ADVERTISEMENT

ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ত কংগ্ৰেছৰ ভাষা আৰু পাকিস্তানৰ ভাষা সদায় একে হয়। সাধাৰণতে কংগ্ৰেছৰ ভাষা আৰু কাম-কাজ পাকিস্তান সমর্থিত মৌলবাদী শক্তি আৰু সন্ত্রাসবাদীৰ সৈতে একে। কংগ্ৰেছৰ নেতা সকলে সংসদত দিয়া ভাষণ পাকিস্তানৰ সংবাদ পত্রই অতি গুৰুত্ব সহকাবে প্রকাশ কৰে। কিয়নো কংগ্ৰেছৰ নেতাৰ ভাষা সদায় পাকিস্তানৰ সন্ত্রাসবাদী কাম-কাজৰ পৰিপূৰক হিচাপে চিহ্নিত হৈ আহিছে। উল্লেখযোগ্য যে, ড: মনমোহন সিঙৰ চৰকাৰৰ সময়ত পাকিস্তানক দিয়া সকলো ডজিয়াৰ পাকিস্তানে ভাৰত বিৰোধী কামত ব্যৱহাৰ কৰিছিল। এটা কথা স্পষ্ট যে, চৰকাৰ হিচাপে হওক বা দল হিচাপেই হওক কংগ্রেছ সদায় পাকিস্তানৰ পক্ষত আছে। কংগ্ৰেছৰ সকলো কাম পাকিস্তানৰ মৌলবাদী আৰু সন্ত্রাসবাদী কাৰ্য্যকলাপৰ পৰিপূৰক হিচাপে প্রমাণিত হৈ আহিছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে মত পোষণ কৰে। অসমৰ সাংসদ তথা বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ সামজিক মাধ্যমৰ বক্তব্যবোৰ পাকিস্তানৰ সংবাদ মাধ্যম আৰু বৈৰী ৰাষ্ট্ৰখনৰ নাগৰিকে ব্যৱহাৰ কৰা সামাজিক মাধ্যমৰ হেন্ডেলসমূহত যথেষ্ট প্রশংসা বুটলিবলৈ সক্ষম হয়। পাকিস্তানৰ বুকুৰ কুটুম কাৰণেই দেশখনৰ সংবাদ মাধ্যমৰ বাবে গৌৰৱ গগৈ হিয়াৰ আমঠু। সেয়েহে গৌৰৱ গগৈৰ সকলো কথা পাকিস্তানত সদায় সংবাদ শিৰোনামাত থাকে বুলি শ্রীশইকীয়াই মত পোষণ কৰে।

উল্লেখযোগ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজহুৱা কৰা এছআইটি প্রতিবেদনত উল্লেখ থকা ভয়ংকৰ তথ্যই আমাক আজি স্বাভিমানি অসমীয়া তথা ভাৰতীয় নাগৰিক হিচাপে লজ্জিত কৰিছে। এই তথ্যসমূহে অসমৰ লগতে সমগ্র দেশৰ জনতাৰ মাজত গভীৰ উদ্বেগ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতিয়ে মত পোষণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে স্পষ্টভাবে কয় যে, কি পৰিস্থিতিত গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ বৈদেশীক মন্ত্রালয়ৰ বিশেষ আদৰ-সাদৰ লাভকৰিছিল তাৰ উত্তৰ তেওঁ দেশবাসীক দিবই লাগিব। যি সময়ত ভাৰতীয় খেলুৱৈ তথা সাংবাদিকৰ ভিছাও পাকিস্তানৰ বৈদেশীক মন্ত্রালয়ে সীমিত কৰি ৰাখিছিল সেই সময়তো কিয় গৌৰৱ গগৈক পাকিস্তানে ৰঙা দলিচা পাৰি স্বাগতম জনাইছিল, তাৰ উত্তৰ জনাৰ অধিকাৰ প্ৰতিগৰাকী নাগিৰকৰ আছে। এই উত্তৰ গৌৰৱ গগৈয়ে দিবই লাগিব বুলি শইকীয়াই দৃঢ়তাৰে কয়।

গৌৰৱ গগৈৰ পাকিস্তান প্রীতিৰ বাবেই প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ দুয়োটা নাতি-নাতিনী বিদেশী হ’ল। তেওঁৰ বোৱাৰী গৰাকীও বিদেশী। অর্থাৎ চাৰিজনীয়া পৰিয়ালটোত আজি গৌৰৱ গগৈ সংখ্যালঘু। সেয়ে হয়তো গৌৰৱ গগৈৰ সংখ্যালঘু মিঞাৰ প্ৰতি দৰদ আমি সকলো ক্ষেত্ৰতে প্রত্যক্ষ কৰি আহিছো বুলিও শ্রীশইকীয়াই কটাক্ষ কৰে। কংগ্ৰেছৰ মিঞাৰ প্ৰতি থকা দৰদে অসমৰ সমাজ জীৱনলৈ সংকট মতাই অনাৰ দৰে গৌৰৱ গগৈৰ কাম-কাজে অসমীয়া স্বাভিমানৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। সেয়ে আমাৰ স্থিতি স্পষ্ট বুলি কৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়- “মিঞাৰ প্ৰতি থকা দৰদৰ বাবেই বিগত ৫ দশকৰ কংগ্ৰেছী শাসনকালত অসমৰ সমাজ জীৱনলৈ বিপদ নামি আহিছিল।

আজিও তেওঁলোকৰ তুষ্টিকৰণ আৰু মিত্ৰাৰ ভোট বেংকৰ ৰাজনীতিৰ প্ৰতি থকা অগাধ বিশ্বাসৰ বাবেই ৰাজ্যখনৰ খিলঞ্জীয়া মানুহ সংখ্যালঘুত পৰিণত হৈ ৰাজনৈতিক প্রভূত্ব হেৰুৱাৰ উপক্ৰম হৈছে। আমাৰ কৃষ্টি-সংস্কৃতি, মাটি-ভেটিত মিঞাসকলে আগ্রাসন কৰিছে। মিত্ৰাৰ এই আগ্রাসনক বল প্রদান কৰিছে কংগ্ৰেছী নেতাৰ কার্যকলাপে। গতিকে আমাৰ যুঁজ কেৱল গৌৰৱ গগৈ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে নহয়, আমাৰ যুঁজ হৈছে কংগ্ৰেছৰ ৰাষ্ট্ৰবিৰোধী, জাতিবিৰোধী আদৰ্শৰ বিৰুদ্ধেহে। আমাৰ যুঁজ হৈছে ভাৰতৰ বিপক্ষে স্থিতি লোৱা ৰাজনৈতিক দলৰ বিৰুদ্ধে। গৌৰৱ গগৈৰ পাকিস্তানৰ লগত থকা পোপন মিতিৰালিৰ কথা এছআইটিৰ প্রতিবেদনত ফাদিল হোৱাৰ পিছত তাক লৈ আজি অসমবাসী ক্ষোভিত, ব্যথিত হৈ পৰা আমি দেখা পাইছো। সেয়েহে গৌৰৱ গগৈৰ দেশ বিৰোধী কাৰ্য্যকলাপৰ সৰ্বত্রে ধিক্কাৰ দিয়া আমি দেখা পাইছো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gaurav GogoiMp Dilip SaikiaPakistan linkPress release
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d