Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    এদিনৰ বাবে স্কুল বন্ধ ৰখাৰ পৰিকল্পনা

    ধোঁৱাৰ লগত উৰি গ’ল দ্বিতীয় বিশ্বযুদ্ধৰ ৰক্তাক্ত অধ্যায়ৰ সাক্ষী

    প্ৰথমবাৰলৈ সন্ধান ওলাল সেউজীয়া নক্ষত্ৰৰ

    দেশজুৰি ই-চিগাৰেটৰ নিচাত আসক্ত অসংখ্য যুৱতী, উদ্বেগৰ সৃষ্টি

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ৰাজ্যত চুপাৰি ছিণ্ডিকেটৰ ভয়ংকৰ চক্ৰ

    ডুমডুমা-চামডাং বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত তিনিগৰাকী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

FIFA World Cup 2026:মাৰ্কিন যুক্তৰাষ্ট্ৰত বিশ্বকাপ খেলিব ইৰাণে

ভেংকুভাৰত অনুষ্ঠিত ফিফা কংগ্ৰেছত ফিফা সভাপতি জিয়ানি ইনফান্টিনোৰ এই ঘোষণা

publisher by publisher
May 1, 2026
in Politics
Reading Time: 1 min read
0
FIFA World Cup 2026:মাৰ্কিন যুক্তৰাষ্ট্ৰত বিশ্বকাপ খেলিব ইৰাণে
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

FIFA World Cup 2026:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ইজৰাইল আৰু আমেৰিকাৰ সৈতে ইৰাণৰ সংঘটিত যুদ্ধই আগন্তুক ২০২৬ চনৰ বিশ্বকাপত বিৰূপ প্ৰভাৱ পৰিব বুলি বিভিন্ন মহলত সৰৱ চৰ্চা হৈ থকাৰ মাজতে ফিফা সভাপতি জিয়ানি ইনফান্টিনোৰে এক ডাঙৰ ঘোষণা কৰে যে মধ্য প্ৰাচ্য যুদ্ধৰ কোনো প্ৰভাৱ নপৰে । বৰং বিশ্বকাপ খেলিব ইৰাণে ৷

ADVERTISEMENT

উল্লেখ্য যে অহা জুন-জুলাইত আমেৰিকা, মেক্সিকো, কানাডাই যুটীয়াভাৱে আয়োজন কৰিব বিশ্বকাপ ফুটবল ২০২৬ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত ইৰাণকে ধৰি ৪৮টা দলে অংশগ্ৰহণ কৰিব। ২০২৬ চনৰ ফিফা বিশ্বকাপ ১১ জুনৰ পৰা ১৯ জুনলৈ চলিব। দুয়োখন দেশৰ মাজত অসুবিধাজনক সম্পৰ্কৰ বাবে ইৰাণৰ দলটোৱে আমেৰিকালৈ যাত্ৰা কৰিব নে নকৰে সেয়া সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে।

স্মতৰ্ৱ্য যে ২০২৬ চনৰ বিশ্বকাপত ইৰাণে অংশ গ্ৰহণ কৰিবনে এই বিষয়টোৱে ব্যাপকভাৱে চৰ্চিত হৈ থকাৰ মাজতে ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে ২০২৬ চনৰ বিশ্বকাপত ইৰাণে অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰি এক উল্লেখযোগ্য ঘোষণা কৰে। ভেংকুৱাৰত অনুষ্ঠিত হোৱা ফিফা কংগ্ৰেছৰ সময়ত ইনফান্টিনোৱে নিজৰ ভাষণৰ আৰম্ভণিতে কয় যে ইৰাণে কেৱল প্ৰতিযোগিতাখনতে খেলিবই নহয়, আমেৰিকাতো মেচ থাকিব। তেওঁ জোৰ দি কয় যে ফুটবল হৈছে মানুহক একত্ৰিত কৰাৰ এক মাধ্যম আৰু ইৰাণ নিজৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি বিশ্বকাপত অংশগ্ৰহণ কৰাৰ যোগ্য।

এছিয়ান কোৱালিফাইংৰ তৃতীয় ৰাউণ্ডত গ্ৰুপ এৰ শীৰ্ষ দল হিচাপে ২০২৬ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ইৰাণে। ইৰাণৰ এইখন ক্ৰমাগত চতুৰ্থবাৰৰ বাবে বিশ্বকাপত অংশগ্ৰহণ কৰা হ’ব। এই প্ৰতিযোগিতাখনৰ বাবে ইৰাণক বেলজিয়াম, ইজিপ্ত, আৰু নিউজিলেণ্ডৰ সৈতে গ্ৰুপ জিত স্থান দিয়া হৈছে। ইয়াৰ গ্ৰুপ পৰ্যায়ৰ সকলো মেচ আমেৰিকাত অনুষ্ঠিত হ’ব, দুখন লছ এঞ্জেলছত আৰু এখন ছিয়াটলত। ইৰাণে আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া খেলসমূহৰ বাবে নিৰপেক্ষ স্থানৰ বাবে অনুৰোধ জনাইছিল যদিও ফিফাই এই অনুৰোধ নাকচ কৰি মূল সূচীত অটল থকাৰ সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে ২০২৬ চনৰ ফিফা বিশ্বকাপতো আমেৰিকা আৰু ইৰাণৰ মাজত যুঁজ হ’ব পাৰে। দৰাচলতে যদি আমেৰিকা আৰু ইৰাণ দুয়োটা দলে নিজৰ নিজৰ গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে, তেন্তে ৩ জুলাইত ডালাছত অনুষ্ঠিত হ’বলগীয়া এলিমিনেচন মেচত দুয়োখন দেশৰ মুখামুখি হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FIFA World Cup 2026iran usa
publisher

publisher

Related Posts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ
India

BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

Houthi Attack:মধ্যপ্রাচ্যত উত্তাল পৰিৱেশ অব্যাহত, স্থানচ্যুত হ’ল অর্ধ লক্ষাধিক নিৰীহ লোক

September 12, 2026
BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

August 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d