Dainik Agradoot Today’s Edition : মেষ: ব্যৱসায়-বাণিজ্য আৰু কৰ্মত উন্নতি। আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকে নিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। শুভ ৰং কেশৰী। শুভ সংখ্যা-৩।
বৃষ: আজি শাৰীৰিক, মানসিক কিছু অশান্তি হ’ব পাৰে। ঘৰৰ বাহিৰত ওলোৱাৰ আগত সদায় বেশৰ অথবা হালধিৰ তিলক কপালত লগালে আপোনাৰ আৰ্থিক লাভজনক অৱস্থাত থাকিব। ঘৰুৱা অশান্তি বাঢ়িব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা-৬।
মিথুন: আজি সমস্যাৰ পৰা আঁতৰি থাকক বেপাৰ-বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব বিপদ হ’ব পাৰে। শুভ ৰং সোণালী। শুভসংখ্যা-১।
কর্কট: আজিৰ দিনটো আপোনাৰ কাৰণে বহুত শুভ দিন শিক্ষার্থীসকলৰ বাবে শুভ। ব্যৱসায়ত দ্বিধাহীনজনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক কম খৰচ নকৰিব। ঘৰুৱা অশান্তি বাঢ়িব পাৰে। শুভ ৰং মটিয়া। শুভ সংখ্যা ৪।
সিংহ: প্ৰেম আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্রায় লৈ থাকিব। পাৰিবাৰিক জীৱনত সুখ লাভৰ বাবে ভৈৰৱ মন্দিৰত গাখীৰ দান কৰক। শুভ ৰং হালধীয়া। শুভ সংখ্যা -৬।
কন্যা: আপোনাৰ দ্রুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক আন্দদিত কৰিব। আজি সন্তানৰ পৰা আর্থিক লাভ হোৱাৰ আশা আছে। কর্মক্ষেত্ৰ আৰু বাণিজ্যিক দিশত কিছু উন্নতিৰ যোগ। মনত অশান্তি হ’ব পাৰে। শুভ ৰং সোণালী। শুভ সংখ্যা-১।
তুলা: উন্নত দিনৰ অনুমান। ৰুক্ষ চিন্তা অত্যধিক খৰচ হ’লেও আয়ৰ পথ থাকিব। কোনোৱে প্ৰৱঞ্চকৰ কবলত পৰিবৰ কৃষক। ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলে নহ’ব। শুভ ৰং নীলা। শুভ সংখ্যা-৫।
বৃশ্চিক: এটা সুখ-শান্তিৰে ভৰা পাৰিবাৰিক জীৱন লাভৰ বাবে এক সুলভপৰিমাণৰ কেশৰ খোৱা বস্তুত ব্যৱহাৰ কৰিব। জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ। শিক্ষক বুদ্ধিজীৱৰ সুখ। কৰ্তব্যত আপোনাৰ যোগ্যতা থাকিব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
ধনু: ভঙা-পতা কৰি ভাল পাব। পুৰণি পৰিৱেশৰ সলনিৰ প্ৰতি মন কৰিব পাৰে। ভ্ৰমণত সষ্টম হওক। প্রিয় বন্ধু-বান্ধৱীৰ সংগত সুখ লাভ যিসকল যোগ্যবান সুনাম। শুভ ৰং বগা। শুভ সংখ্যা-২।
মকৰ: আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। শুভ ৰং বগা। শুভ সংখ্যা-২।
কুম্ভ: ধনৰ আগমনে আপোনাক বহুত আর্থিক সকাহ দিব। কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব। শুভ ৰং ৰঙা আৰু মেৰুণ। শুভ সংখ্যা ৯।
মীন: ঘৰুৱা সমস্যাই আপোনাক মানসিক অশান্তি দিব পাৰে। আর্থিক দিশত আপোনাৰ উন্নতি হ’ব। আজি বিপদ এটাৰ সন্মুখীন হোৱাৰ পাছত আপোনাৰ অনুভৱ হ’ব যে ভাল বন্ধুৰ এই জীৱনত বহুত দৰকাৰ। শুভ ৰং বগা। শুভ সংখ্যা-৭।

































