Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Horoscope

দিনটোৰ ৰাশিফল

publisher by publisher
September 6, 2026
in Horoscope
Reading Time: 1 min read
0
দিনটোৰ ৰাশিফল
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Horoscope: মেষ: দৈনন্দিন কাম-কাজৰ ক্ষেত্ৰত শুভ ফলদায়ক হ’ব। বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে। গুৰুত্বপূৰ্ণ কামত সমস্যা আহিব। শাৰীৰিক দিশত বিশেষ চিন্তা নাই যদিও ৰক্তজনিত ৰোগ থকা সকলোৰ বাবে সমস্যা আহিব পাৰে।

ADVERTISEMENT

বৃষ: দিনটো শুভভাবেই আৰম্ভ হ’ব যদিও মাজভাগৰ পৰা সাৱধানে থকা ভাল। হঠাৎ আঘাতপ্রাপ্তি, কাজিয়া-পেচাল আদিৰ যোগ দেখা যায়। ব্যৱসায়-বাণিজ্যত শুভ যদিও আজি নতুনকৈ অর্থ বিনিয়োগ নকৰিব। মানসিক অৱস্থা ভাল-বেয়াৰ মাজেৰে যাব। প্রেমত শুভ।

মিথুন: দৈনন্দিন কাম-কাজত ব্যাঘাত ঘটিব পাৰে। চুবুৰিয়াৰ লগত কাজিয়া -পেচালৰ সম্ভাৱনা দেখা যায়। সন্তানৰ মানসিক অৱস্থা ভালেৰে নাযাব। যান-বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। ব্যৱসায়ত মধ্যম ফল।

কর্কট: শাৰীৰিক দিশত সতর্কতা অৱলম্বন আৱশ্যক। পুৰণি ৰোগত পুনৰায় আক্ৰান্ত হোৱাৰ সম্ভাৱনা দেখা যায়। দুচকীয়া যান-বাহনৰ পৰা সতর্কতা অৱলম্বন কৰিব। ব্যৱসায়-বাণিজ্যত ভবা মতে ফল নাপাব।

সিংহ: দৈনন্দিন কর্মত মধ্যম ফল। মানসিক অৱস্থা ঠিকেই থাকিব যদিও শৰীৰে সকলো সময়ত সহযোগ নকৰিব। সন্তান সম্ভৱা মহিলাসকলে সাৱধানতা অৱলম্বন কৰিব। ব্যৱসায়-বাণিজ্যত শুভ যদিও অর্থ সঞ্চয় নহ’ব।

কন্যা: চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। বুধৰ শুভপ্ৰভাৱত আয়ৰ পৰিমাণ কিছু হ’লেও বৃদ্ধি পাব। পুৰণি কোনো বেমাৰে আমনি কৰিব পাৰে। কোনো বেয়া সংবাদ প্রাপ্তিৰ ফলত মানসিক আঘাত পাব পাৰে।

তুলা: কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। নতুন কোনো কামৰ প্ৰতি মন আকৃষ্ট হ’ব পাৰে। সন্তান লাভৰ যোগ। হঠাৎ দুর্ঘটনাৰ যোগ দেখা যায়। গতিকে সাৱধানেৰে চলাফুৰা কৰিব। প্ৰেমত সন্দেহৰ কাৰক।

বৃশ্চিক: ঘৰুৱা পৰিৱেশ বিশেষ ভাল বুলি ক’ব নোৱাৰি। পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব। ব্যৱসায়-বাণিজ্যত উন্নতিৰ যোগ। সন্তানৰ লগত মত বিৰোধ হ’ব পাৰে। দিনটোত আয়তকৈ ব্যয়ৰ মাত্রা বৃদ্ধিৰ ফলত মানসিক উদ্বেগ দেখা দিব। বিদ্যার্থীৰ মধ্যম ফল।

ধনু: দৈনন্দিন কর্মত মধ্যম ফল। বহুদিনৰ মনৰ কোনো আশা পূৰণ হ’ব পাৰে। কোনো বিশ্বাসী লোকে বিশ্বাসঘাতকতা কৰাৰ সম্ভাৱনা আছে। আর্থিক দিশত সৰু-সুৰা বাধা আহিব পাৰে। হৃদৰোগীসকলে সাৱধানতা অবলম্বন কৰিব। প্ৰেমত কাজিয়া-পেচালৰ সম্ভাৱনা। বিদ্যার্থীৰ শুভ।

মকৰ : কৰ্মক্ষেত্ৰত অশান্তি। অন্তিম মুহূর্তত গৈ গুৰুত্বপূৰ্ণ কামত ব্যাঘাত ঘটিব পাৰে। শাৰীৰিক অসুস্থতাৰ কাৰণে ডাক্তৰৰ পৰামৰ্শ ল’ব লগা হ’ব পাৰে। ওচৰ-চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফল।

কুম্ভ: কর্মক্ষেত্রত চলি অহা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে। নিবনুৱা জাতক-জাতিকাৰ কৰ্ম প্ৰাপ্তিৰ যোগ দেখা যায়। দুর্ঘটনা আদিৰ ফলত ৰক্তপাতৰ যোগ দেখা যায়। গতিকে চলা-ফুৰাত সতর্কতা অৱলম্বন কৰিব। প্রাপ্য ধন প্রাপ্তিৰ যোগ। দিনটোত কিবা শুভ সংবাদ পাব পাৰে।

মীন: দৈনন্দিন কর্মত শুভ ফল। চাকৰিয়ালৰ উন্নতিৰ যোগ। নিবনুৱা জাতক-জাতিকা সকলৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে। হিংস্র জীৱ-জন্তুৰ পৰা সতৰ্ক থাকিব। নিজৰ যোগ্যতাৰ প্ৰমাণ দেখুৱাব পাৰিব। শাৰীৰিক দিশত শুভ যদিও সৰু-সুৰা বেমাৰে আমনি দিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #Virgo #Libra #Scorpio #Sagittarius #Capricorn #Aquarius #Pisces #AstrologyNews #Zodiac #HoroscopeToday #DailyAstrology
publisher

publisher

Related Posts

দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope: দিনটোৰ ৰাশিফল

September 5, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 5, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 3, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 2, 2026
দিনটোৰ ৰাশিফল
Horoscope

দিনটোৰ ৰাশিফল

September 1, 2026
দিনটোৰ ৰাশিফল
Horoscope

Today’s Horoscope: দিনটোৰ ৰাশিফল

August 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d