Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

publisher by publisher
September 6, 2026
in International, News
Reading Time: 1 min read
0
পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

SindhuRiver :পহলগাম আক্ৰমণৰ পাছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত কৰে ভাৰতে। নতুন দিল্লীয়ে স্পষ্টভাৱে জনাই দিছে—ৰক্ত আৰু পানী একেলগে বৈ থাকিব নোৱাৰে। এনে সংঘাতপূৰ্ণ পৰিস্থিতিৰ মাজতে এইবাৰ লাদাখত সিন্ধু নদীৰ ওপৰত প্ৰথমটো পাথৰৰ বান্ধ নিৰ্মাণ কৰিলে ভাৰতে।

ADVERTISEMENT

তথ্য অনুসৰি, লেহৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত উপশি অঞ্চলত এই বান্ধটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ মূল লক্ষ্য হৈছে লাদাখৰ কৃষি আৰু জলসিঞ্চন ব্যৱস্থা শক্তিশালী কৰা। অৱশ্যে ভাৰতৰ এই পদক্ষেপক লৈ স্বাভাৱিকভাৱেই চিন্তিত পাকিস্তান।

চিমেণ্ট ব্যৱহাৰ নকৰাকৈ নদীৰ প্ৰস্থৰ দিশত বৃহৎ বৃহৎ পাথৰ স্থাপন কৰি প্ৰাকৃতিকভাৱে এই বান্ধটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত নদীৰ জলস্তৰ প্ৰায় ১০ ফুট বৃদ্ধি পাইছে। এই পানী ‘ইগু ফে’ খালৰ জৰিয়তে কৃষিভূমিলৈ যোগান ধৰা হৈছে।

ইয়াৰ ফলত এই অঞ্চলৰ কৃষকসকলৰ দীৰ্ঘদিনীয়া এটা ডাঙৰ সমস্যাৰ সমাধান হ’ব বুলি ধাৰণা কৰা হৈছে। আচলতে বসন্তকালত খেতিৰ সময়ত সিন্ধু নদীৰ জলস্তৰ কমি যোৱাৰ ফলত পাম্পৰ সহায়ত পানী তোলাটো কঠিন হৈ পৰে।

বিশেষকৈ যিবোৰ অঞ্চলত নদীখন গভীৰ গিৰিখাতৰ মাজেৰে বৈ গৈছে, তাত এই সমস্যা অধিক প্ৰকট হয়। ফলত কৃষিকাৰ্যৰ বাবে পৰ্যাপ্ত পানী লাভ কৰিবলৈ কৃষকসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

প্ৰাপ্ত তথ্য অনুসৰি, নতুনকৈ নিৰ্মাণ কৰা এই বান্ধটোৰ দৈৰ্ঘ্য ২০০ ফুট। ইয়াৰ পানী ধাৰণ ক্ষমতা প্ৰায় ৪ কোটি লিটাৰ। এই পানী গাঁৱৰ কৃষিভূমিসমূহলৈ যোগান ধৰা সম্ভৱ হ’ব। ফলত কৃষকসকল উপকৃত হ’ব।

উল্লেখ্য যে, শেহতীয়াকৈ নেদাৰলেণ্ডছৰ দ্য হেগস্থিত আন্তঃৰাষ্ট্ৰীয় সালিশী আদালতে ৰায় দিছিল যে পাকিস্তানৰ স’তে হোৱা সিন্ধু জলবণ্টন চুক্তি ভাৰতে মানি চলিব লাগিব। কিন্তু নতুন দিল্লীয়ে সেই ৰায় নাকচ কৰে। ইয়াৰ পিছতে চাপত পৰে পাকিস্তান।

এই পৰিস্থিতিত সিন্ধু জলবণ্টন চুক্তিক লৈ ভাৰতৰ স’তে আলোচনাৰ মেজত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ইছলামাবাদে। এই সকলোবোৰৰ মাজতে লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ বান্ধ নিৰ্মাণৰ খবৰ পোহৰলৈ আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং
India

অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

October 8, 2026
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d