Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান

publisher by publisher
September 8, 2026
in Assam, News
Reading Time: 1 min read
0
আৰক্ষী থানাৰ পাছত চৰকাৰী কাৰ্যালয়তো চলিব দালাল বিৰোধী অভিযান
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

HimantaBiswaSarma : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: আৰক্ষী থানাৰ পৰা আৰম্ভ কৰি চৰকাৰী বিভাগৰ কাৰ্যালয়লৈকে পিয়াপি দি ফুৰা দালালৰ তথ্য সাধাৰণ নাগৰিকে নিজেই চৰকাৰক দাখিল কৰিব পাৰিব। ইয়াৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই এটা প’ৰ্টেল আৰম্ভ কৰিব বুলি সোমবাৰে দিছপুৰত এক সংবাদমেলত সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব বিশ্ব শর্মাই। তেওঁ এই বুলিও কয় যে আৰক্ষী থানাবোৰত থকা দালালৰ বিৰুদ্ধে ২০২২ত অভিযান চলোৱা হৈছিল।

ADVERTISEMENT

সেই অভিযানত থানাবোৰত থকা দালালৰ বিৰুদ্ধে ২০২২ত অভিযান প্ৰায় দুশজন দালাল গ্ৰেপ্তাৰ হৈছিল। তাৰ পাছত থানাবোৰত দালাল নোহোৱা হৈছিল যদিও লাহে লাহে পুনৰ গা কৰি উঠে। মুখ্যমন্ত্রীয়ে কয়, ‘সেই কাৰণে শেহতীয়াকৈ পুনৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱা হয়। ইয়াৰ বাবে যোৱা এবছৰ ধৰি তথ্য সংগ্ৰহ কৰি থকা হৈছিল। সংবাদ মাধ্যমকে ধৰি বিভিন্ন উৎসৰ জৰিয়তে প্রায় ৪১০ জন দালালৰ নাম সংগ্ৰহ কৰা হয়। তাৰে ভিতৰৰ ৩৮০ জনক এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু কেৱল থানাতেই দালাল নহয়, চৰকাৰৰ বিভিন্ন কার্যালয়তো দালাল আছে। জিলা পৰিবহণ বিষয়াৰ কার্যালয়, পেন্সন কার্যালয়, অসম সচিবালয়, বিভিন্ন বিভাগৰ সঞ্চালকালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আদি ওপৰৰ পৰা তললৈ বিভিন্ন কার্যালয়ত দালালবোৰ আছে। এইবাৰ আমাৰ ইয়াৰ বিৰুদ্ধে অভিযান চলিব। একে সময়তে আমি ৰাইজৰ পৰাও দালালৰ তথ্য বিচাৰিম। চৰকাৰী কাৰ্যালয়ত থকা দালালৰ তথ্য ৰাইজে নিজে প’র্টেলত সন্নিবিষ্ট কৰিব পাৰিব। দালাল বিৰোধী অভিযান আমাৰ চলিব। আমাৰ স্পষ্ট কথা প্রত্যক্ষ আৰু পৰোক্ষভাৱে আৰক্ষী থানাত মধ্যভোগী থাকিব নোৱাৰিব।

এই সংবাদমেলতে মুখ্যমন্ত্রীয়ে সমাগত নগাঁও লোকসভাৰ উপ-নির্বাচন বিজেপিৰ বাবে সহজ নহয় বুলি পুনৰ মন্তব্য কৰে। বিশেষকৈ চাৰে তিনি লাখ ধর্মীয় সংখ্যালঘু ভোটাৰ সমষ্টিটোত অধিক হোৱাৰ ফলত বিজেপিৰ বাবে বিজয় দৃঢ়তাৰে পাব পৰা অৱস্থাত নাই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

শিশুৰ বাবে খেল মহাৰণ

ইপিনে, কালি দিছপুৰত অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত কে’বাটাও সিদ্ধান্ত গ্রহণ কৰা হয়। ক্রীড়া প্রতিভা চিনাক্তকৰণ, পদোন্নতিৰ ব্যৱস্থা ত্বৰান্বিত কৰা আদিকে ধৰি কে’বাটাও বিষয়ত এই সিদ্ধান্ত গ্রহণ কৰা হয়। কেবিনেট বৈঠকৰ পাছত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে এইবাৰো ৰাজ্যত খেল মহাৰণ অনুষ্ঠিত হ’ব। এইবাৰ শিশুৰ বাবেও পৃথকে খেল মহাৰণ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

তেওঁ কয় যে দুটা পর্যায়ত অহা পহিলা নৱেম্বৰৰ পৰা এইবাৰৰ খেল মহাৰণ অনুষ্ঠিত হ’ব। ইয়াৰে এটা পৰ্যায়ৰ খেল মহাৰণ ১২ বছৰ অনূর্ধ্বৰ খেলুৱৈৰ মাজত অনুষ্ঠিত হ’ব। আনটো পৰ্যায়ত ১২ বছৰ ঊর্ধ্বৰ খেলুৱৈৰ মাজত মহাৰণ অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রীয়ে কয়, ‘শিশুৰ বাবে যি খেল মহাৰণ অনুষ্ঠিত হ’ব তাৰ পৰা তিনিশ প্রতিভাবান খেলুৱৈক চিনাক্ত কৰি তেওঁলোকক জলপানি দিয়া হ’ব। তেওঁলোকক ভাল কেন্দ্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা লোৱা হ’ব। আনহাতে, পূৰ্বৰ দৰে এইবাৰো গাঁও পঞ্চায়ত পর্যায়ত, সমষ্টি পর্যায়ত, জিলা পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত খেল মহাৰণ অনুষ্ঠিত হ’ব। ৰাজ্যিক পৰ্যায়ত খেল মহাৰণ ১৮ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব। এইবাৰৰ খেল মহাৰণ অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাবোৰ হ’ল এথলেটিকছ, যোগাসন, দবা, বক্সিং, একুৱাথলন, ফুটবল, ভলীবল আৰু সাঁতোৰ।’

খেল মহাৰণ অনুষ্ঠিত কৰিবলৈ আজিৰ কেবিনেটে অনুমোদন দিয়ে। কেবিনেটে আজি কে’বাটাও খণ্ডত ‘সেউজ উপ-কৰ’ আৰোপৰ সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে এইবাৰৰ বাজেটত এই উপ-কৰ আৰোপৰ বিষয়টো উল্লেখ কৰা হৈছে। সেই অনুসৰি সোমবাৰে যিকেইটা খণ্ডত উপকৰ আৰোপৰ সিদ্ধান্ত গ্রহণ কৰা হয় সেইবোৰৰ ভিতৰত আছে শিলভঙা গোট, ইটাভাটা, আমদানি কৰা কাঠ, ভূজল ব্যৱহাৰ কৰা উদ্যোগ আৰু প্ৰদূষণ সৃষ্টি কৰা উদ্যোগ। অৱশ্যে উপ-কৰৰ পৰিমাণ পৰৱৰ্তী সময়ত নিৰ্ধাৰণ কৰা হ’ব। সংগৃহীত উপ-কৰ মথাউৰিৰ নিৰ্মাণ, নবীকৰণ বিদ্যুৎ উৎপাদন ব্যৱস্থা আদি শিতানত ব্যয় কৰা হ’ব।

অসম চৰকাৰৰ কৰ্মচাৰীৰ পদোন্নতিক লৈ আন এক সিদ্ধান্ত গ্রহণ কৰা হয়। ৰাজ্যত নতুন নিযুক্তিৰ বাবে পদ সৃষ্টিত অংশ হিচাপে কালি অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰ পদৰ পৰা কনিষ্ঠ প্রশাসনিক সহায়ক পদলৈ পদোন্নতিৰ সময় চাৰি বছৰৰ পৰা তিনি বছৰলৈ হ্ৰাস কৰাত কেবিনেটে অনুমোদন জনায়।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা আন এক সিদ্ধান্ত অনুসৰি সামৰিক বাহিনীত কৰ্মৰত অসমৰ যুৱক-যুৱতীয়ে নিয়ম অনুসৰি ৪২ বছৰত অৱসৰ লোৱাৰ পাছত ৰাজ্য চৰকাৰৰ পদত যোগদানৰ বয়সৰ উচ্চসীমা আজি ৪৫ বছৰলৈ বৃদ্ধি কৰা হয়। এইবাৰো নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল যোগান আঁচনিখন ৰূপায়ণ কৰা হ’ব আৰু কেবিনেটে ইয়াক অনুমোদন জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #HimantaBiswaSarma #AssamGovernment #AntiCorruption #AntiMiddlemenDrive #DalalFreeAssam #AssamPolice #PoliceAction #GovernmentOffices #GovernmentOffice #Dispur #KhelMaharan #KhelMaharan2026
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d