Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?

publisher by publisher
September 12, 2026
in India, News
Reading Time: 1 min read
0
আপুনি ধাৰণ কৰা এআই অৱতাৰে পৰিৱেশৰ কিমান ক্ষতি কৰিলে জানেনে?
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত ১৯৮০ৰ কৃত্রিম বুদ্ধিমত্তাৰ ফটো ট্রেন্ড দেখা গ’ল। বহু ৰাজনীতিকৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকলৈ অগণনে ‘এআই অৱতাৰ’ ল’লে। কিন্তু ইয়াৰ ফলত পৰিৱেশৰ কি ক্ষতি হ’ল আপুনি জানেনে? বহুতৰে জ্ঞাত যে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ফটো সৃষ্টিৰ বাবে এআই ডেটা কেন্দ্রসমূহক বুজন পৰিমাণৰ বিদ্যুৎ শক্তিৰ প্রয়োজন হয়। অর্থাৎ পৰোক্ষভাৱে বিপুল পৰিমাণৰ পানীৰো প্রয়োজন হয়। এখন বা দুখন এআই ফটো তৈয়াৰ কৰিলে তেনে নগণ্য পৰিমাণৰ পানী বা বিদ্যুতৰ প্রয়োজন যে হয় সেয়া কোৱা বাহুল্য। কিন্তু ভাবি চাওক যেতিয়া কোটি কোটি লোকে ভাইৰেল ট্ৰেণ্ডৰ স’তে মিলি চলিবলৈ এআই অৱতাৰ সৃষ্টিত নামি পৰে তেন্তে অৱস্থা কি হ’ব পাৰে?

ADVERTISEMENT

কার্ণেগী মেলন বিশ্ববিদ্যালয় আৰু হাগিং ফেচৰ গৱেষণা অনুসৰি এআইত এখন ফটো সৃষ্টিৰ বাবে ঘণ্টাত ০.০১ৰ পৰা ০.২৯ কিলোৱাট বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয়। এয়া নিৰ্ভৰ কৰে এআই ছিষ্টেম আৰু ইমেজ সৃষ্টিৰ প্ৰক্ৰিয়াটোত। আনহাতে, ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়ৰ মতে দৈনন্দিন এআই মডেল ব্যৱহাৰৰ ফলত এআই তথ্য কেন্দ্ৰৰ বাবে প্রয়োজনীয় শক্তিৰ ৮০ৰ পৰা ৯০ শতাংশই ব্যৱহাৰ হয়।

এক তথ্য অনুসৰি ছেট জিপিটিৰ লেখীয়া জনপ্রিয় এআই প্লেটফর্মে বছৰি শ শ গিগাৱাট শক্তি ব্যৱহাৰ কৰে। স্বাভাৱিকতে কর্ম অনুসৰি এআই শক্তি শোষণ কার্য নিৰ্ভৰ কৰে। কোনো তথ্য জনাৰ বাবে সচৰাচৰ ব্যৱহৃত কৃত্রিম বুদ্ধিমত্তাক দুশ গুণ শক্তিৰ প্রয়োজন হয়। আনহাতে, মাথোঁ এখন একক চিত্র সৃষ্টিৰ বাবে প্ৰায় ১,৪৫০ গুণ অধিক শক্তি এআইক প্রয়োজন হয়।

তৎসত্ত্বেও অথচ বিগত কিছুদিনত ৮০ দশকলৈ ওভতাৰ নামত অগণন লোকে সামাজিক মাধ্যমত অজস্র এআই ফটো প্ৰদৰ্শন কৰিলে। উল্লেখ্য যে ‘ৱৰ্কাৰ ৰিছাৰ্চ’ত প্রকাশিত ‘কৃত্রিম বুদ্ধিমত্তাৰ পানীৰ পদচিহ্ন: বিকাশশীল সমাধান আৰু চৰকাৰী ব্যৱস্থা’ এক প্রতিবেদনত উল্লেখ থকা অনুসৰি এআই আন্তঃগাঁথনিত শীতলীকৰণৰ বাবে প্ৰাকৃতিক উৎস পানী ব্যৱহাৰ কৰা হয়।

তদুপৰি এআই ডেটা কেন্দ্রসমূহত বিদ্যুৎ উৎপাদনৰ বাবে পৰোক্ষভাৱে পানী ব্যৱহাৰ কৰা হয়। সেয়েহে উক্ত অধ্যয়নত কোৱা হৈছে যে অহা বছৰৰ ভিতৰত সমগ্ৰ বিশ্বৰ এআই ডেটা কেন্দ্রসমূহত বছৰি ৪.২ৰ পৰা ৬.৬শ কোটি ঘনমিটাৰ পানীৰ প্ৰয়োজন হয়। এই ক্ষেত্রত সবাতোকৈ উদ্বেগজনক কথাটো হ’ল এআই ডেটা কেন্দ্ৰসমূহ ঘাইকৈ পানীৰ নাটনি থকা স্থানত স্থাপিত।

সেয়েহে ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়ে এআই ব্যৱহাৰৰ ক্ষেত্ৰত সকলোকে সাৱধান হ’বলৈ আহ্বান জনাইছে। আনহাতে, এক তথ্য অনুসৰি সচৰাচৰ ব্যৱহৃত এআইত এখন ফটো সৃষ্টিৰ বাবে যিমান বিদ্যুৎ শক্তিৰ প্ৰয়োজন হয় সেই শক্তিৰে ১০ ৱাটৰ এটা এলইডি বাল্ব ১৭ মিনিট সময় ধৰি জ্বলি থাকিব।

ইয়াৰ বিপৰীতে এআইত উচ্চমানৰ এটা ভিডিঅ’ সৃষ্টিৰ বাবে যিমান বিদ্যুৎ শক্তিৰ প্রয়োজন হয় সিয়ে ১০ বাটৰ এটা এলইডি বাল্ব ৪২ ঘণ্টা ধৰি জুলাই ৰাখিব পাৰে। সেই অনুসৰি পানীৰো বহু প্রয়োজন হয়। গতিকে যিসকলে এই শেহতীয়া এআই অৱতাৰ সৃষ্টিত অংশ ল’লে সেইসকলে স্বাভাৱিকতে পানী তথা পৰিৱেশৰো প্ৰচুৰ ক্ষতিসাধন কৰিলে।

এক তথ্য অনুসৰি মাথোঁ এখন একক এআই ফটো সৃষ্টিৰ বাবে ২০ মিলিলিটাৰ অৰ্থাৎ দুখন টেবুল চামুচত যিমান পানী ধৰে তাৰ সমান পানীৰ প্ৰয়োজন হয়। ফলত যোৱা বছৰ বিশ্বৰ বৃহৎ ডেটা চেণ্টাৰসমূহে ৪৪৮ টেৰাৱাট/ঘণ্টাত বিদ্যুৎ শক্তি ব্যৱহাৰ কৰে।

একেদৰে বছৰটোত এই ডেটা কেন্দ্রসমূহে ৪.৫ ত্রিলিয়ন লিটাৰ পানীও ব্যৱহাৰ কৰে। ফলত এই ডেটা কেন্দ্ৰসমূহৰ পৰা যোৱা বছৰটোতে মানুহকে ধৰি প্ৰাণীজগতৰ বাবে ক্ষতিকাৰক ১৮৯ নিযুত টন কাৰ্বন-ডাই-অক্সাইড নির্গত হয়। এনেদৰে আগন্তুক ২০৩০ৰ ভিতৰত বৃহৎ ডেটা কেন্দ্রসমূহত ব্যৱহৃত হ’ব লগা বিদ্যুৎ শক্তিৰ পৰিমাণ ৯৪৫ টেৰাৱাটলৈ বৃদ্ধিৰ সম্ভাৱনা আছে।

যদি সেয়া হয় তেন্তে আগন্তুক চাৰি বছৰত ডেটা চেণ্টাৰসমূহত ৯.৩ ত্ৰিলিয়ন লিটাৰ পানী ব্যৱহাৰ হ’ব আৰু এইসমূহৰ পৰা ৩৯৯ নিযুত টন কার্বন-ডাই-অক্সাইড নির্গত হ’ব। গতিকে সময় থাকোতে এআই ব্যৱহাৰক লৈ সচেতন হোৱা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d