Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

publisher by publisher
September 12, 2026
in India, News
Reading Time: 1 min read
0
পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

HimalayanGlaciers : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: হিমবাহ বুলি ক’লেই সকলোৰে চকুত ভাহি উঠে বিশাল বিশাল আকাৰৰ বৰফৰ খণ্ড। অথচ সকলো হিমবাহ দৃশ্যমান নহয়। কোনো কোনো হিমবাহ মানুহৰ দৃষ্টিৰ আঁৰতো ৰৈ গৈছে। পাথৰৰ ডাঠ স্তৰৰ তলত শতাব্দীৰ পাছত শতাব্দী ধৰি যিবোৰ বৰফ তিষ্ঠি আছে, সেইবোৰক কোৱা হয় ‘শিলা হিমবাহ’।

ADVERTISEMENT

সম্প্রতি ইয়াক লৈ গৱেষণা কৰিছে আমেৰিকাৰ উটাহ বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীয়ে। পাথৰৰ তলত বৰফৰ পৰিমাণ জুখি চাইছে তেওঁলোকে। তাৰ ওপৰত গোলকীয় উষ্ণতাৰ প্ৰভাৱ আৰু পৰিণতিও ব্যাখ্যা কৰিছে।

শিলা হিমবাহ প্রধানকৈ পার্বত্য অঞ্চলৰ এক বিশেষ ভূমিৰূপ, য’ত বিপুল পৰিমাণৰ বৰফ আৰু পাথৰে সহাৱস্থান কৰে। শিলৰ কঠিন আবৰণৰ তলত লুকাই থাকে বৰফৰ স্তৰ, সেইবোৰ গলি নাযায়। উটাহ বিশ্ববিদ্যালয়ৰ হিমবাহ সংক্রান্তীয় গৱেষণাটোত নেতৃত্ব দিছে ভূতত্ত্ববিদ ব্রনছন ভিজান’ভিচে।

তেওঁলোকৰ গৱেষণা পত্র প্রকাশ পাইছে ‘জার্ণেল অর জিঅ’ফিজিকেল ৰিছাৰ্চ: আৰ্থ ছাৰফেচ’ত। পাথৰৰ তলত কিমান বৰফ এইদৰে গোট মাৰি থাকিব পাৰে, তাকে জুখি চাইছে এই গৱেষকৰ দলে।

সমগ্র বিশ্বত বিভিন্ন পার্বত্য অঞ্চলত অজস্র শিলা হিমবাহ সক্রিয় হৈ আছে। পৰিসংখ্যা অনুসৰি, কেৱল এছিয়াতেই এই ধৰণৰ হিমবাহৰ সংখ্যা ডেৰ লাখৰ অধিক। চীনা বিজ্ঞান বুলেটিনে সম্প্রতি তিব্বত মালভূমিৰ পৰিসংখ্যা প্রকাশ কৰিছিল। তাত কোৱা হৈছে যে সেই মালভূমিত এক লাখ ৩২ হেজাৰ ৮৬৭টা স্বতন্ত্র শিলা হিমবাহ আছে। হিমালয় পৰ্বতমালাৰ ভিতৰত আছে প্রায় ২৫ হেজাৰ শিলা হিমবাহ।

বিশেষকৈ পশ্চিমভাগত জম্মু আৰু কাশ্মীৰ, লাডাখ সংলগ্ন অঞ্চলত এই ধৰণৰ হিমবাহৰ সংখ্যা ৫৮০০টা।সক্রিয় শিলা হিমবাহ ইনভেণ্টৰীৰ পৰিসংখ্যা অনুসৰি, আমেৰিকাত এই ধৰণৰ হিমবাহ আছে ১০ হেজাৰৰ অধিক।

তদুপৰি, মধ্য ইউৰোপত প্রায় ১২ হেজাৰ আৰু ইউৰোপৰ অন্যান্য অংশত আৰু কে’বা হেজাৰ শিলা হিমবাহৰ সন্ধান পোৱা গৈছে। ফ্রেন্স আল্পছত ৩৩৭টা, অষ্ট্রিয়াত ১৪০০ৰ পৰা ১৫০০ শিলা হিমবাহ আছে। পাথৰৰ স্তৰৰ তলত অদৃশ্য হৈ থকাৰ বাবে এই ধৰণৰ হিমবাহৰ অস্তিত্বৰ উমান সচৰাচৰ পোৱা নাযায়।

উটাহ বিশ্ববিদ্যালয়ৰ হিমবাহবিদ লেইফ এণ্ডাৰছনে কয়, ‘পাহাৰৰ ওপৰত যেতিয়া আমি মাটিৰ পৰা এৰাই থকা শিল বা শিলগুটিৰ ওপৰেদি খোজকাঢ়ো, তেতিয়া বুজিবও নোৱাৰো যে আমাৰ ভৰিৰ তলত ১২০ ফুট বৰফ ঢাক খাই আছে।’

পাথৰৰ তলত কিদৰে বৰফ গোট মাৰি থাকে? বিজ্ঞানীসকলে দাবী কৰিছে যে পাথৰৰ আৱৰণটোৱেই বৰফ সংৰক্ষণত সহায়ক হৈ উঠে। বাহিৰৰ সূৰ্যৰ পোহৰ আৰু তাপ ভিতৰত উপস্থিত হ’ব নোৱাৰে। উটাহ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে আমেৰিকাৰ মাউন্ট টিম্পানোগোছৰ পাদদেশত অৱস্থিত টিম্পানোগোছ হিমবাহটোৰ বৰফৰ পৰিমাণ জুখি চাইছে।

শিলা হিমবাহত সঞ্চিত বৰফৰ পৰিমাণ নিৰ্ণয়ৰ নতুন পদ্ধতিও বিচাৰি উলিয়াইছে তেওঁলোকে। বিজ্ঞানীৰ দলৰ মতে, গ্রাউণ্ড পেনিট্রেটিং ৰেডাৰ ব্যৱহাৰ কৰি হিমবাহৰ প্ৰচলিত চিত্ৰ তৈয়াৰ কৰিব পাৰি; কিন্তু সেই কৌশল শিলা হিমবাহৰ ক্ষেত্রত প্রযোজ্য নহয়। কাৰণ বৰফৰ লগত মিহলি হৈ থকা পাথৰে ৰেডিঅ’ তৰংগক বিক্ষিপ্ত কৰে।

বিকল্পৰূপে গৱেষকসকলে গ্রেভিমিটাৰ ব্যৱহাৰ কৰাৰ কথা কৈছে। এই গ্রেভিমিটাৰ ভূগৰ্ভত লুকাই থকা ভৰ চিনাক্ত কৰাত সক্ষম। টিম্পানোগোছ হিমবাহৰ সমীপৰ বিভিন্ন স্থানৰ পৰা ২৩২টা নমুনা সংগ্ৰহ কৰিছিল গৱেষকৰ দলে। তাৰ সহায়তে হিমবাহত কিমান বৰফ হৈছে, তাৰ এক ত্রিমাত্রিক চিত্ৰ তৈয়াৰ কৰা হয়।

দেখা যায় যে টিম্পানোগোছ হিমবাহ প্রায় ৮৩ শতাংশ বৰফ আৰু ১৭ শতাংশ পাখৰৰে তৈয়াৰী। বৰফৰ স্তৰ তাত গড়ে ১৮.৮ মিটাৰ (৬১.৭ ফুট) ডাঠ। সকলো মিলাই টিম্পানোগোছ হিমবাহত ১৫ লাখ ঘনমিটাৰ বৰফ আছে। বিজ্ঞানীসকলে দাবী কৰিছে যে সেয়া গিজাৰ পিৰামিডৰ আয়তনৰ প্ৰায় সমান।

উটাহ প্রদেশত মুঠ ৮৩৬টা শিলা হিমবাহ আছে। তাত সঞ্চিত বৰফৰ পৰিমাণ প্রায় এশ কোটি টন। বিশ্বৰ অন্যান্য প্ৰান্তৰ শিলা হিমবাহসমূহতো এই পদ্ধতিৰে বৰফৰ পৰিমাণ জোখাতো সম্ভৱ।

গৱেষকৰ দলে দাবী কৰিছে যে বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ প্ৰভাৱত শিলা হিমবাহত বৰফৰ পৰিমাণ জোখাৰ প্রয়োজনীয়তা দিনে দিনে বৃদ্ধি পাইছে। কিয়নো শিলৰ তলত সঞ্চিত এই বৰফেই যিকোনো দিনত বৃহৎ প্ৰাকৃচিক বিপৰ্যয়ৰ কাৰণ হৈ পৰিব পাৰে।

নেপালৰ ভোটেকোশী নদীত কিছুদিনৰ পূৰ্বে যি আকস্মিক বান আহিছিল, তাৰ অন্তৰালতো আছিল শিলা হিমবাহৰ হাত। তিব্বত সীমান্তৰ সমীপত যি হিমবাহ ভাঙি প্ৰৱল বোকামাটিৰ সোঁত লোকালয়লৈ আগুৱাই আহিছিল, তাৰ তলত শিলা হিমবাহো আছিল।

সেই বৰফ গলিয়েই আকস্মিক বানৰ পানীত কোবামাটিৰ পৰিমাণ কে’বাগুণে বৃদ্ধি কৰে। আগন্তুক দিনত সেয়ে পার্বত্য পৰিৱেশ নিৰীক্ষাত শিলা হিমবাহকো অতিৰিক্ত গুৰুত্ব দিব লাগিব বুলি গৱেষকৰ দলে মত প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d