ADVERTISEMENT

Tag: Assam

নুমলীগড়ৰ মৰঙী চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমনত মৃত্যু এগৰাকী যুৱতী

নুমলীগড়ৰ মৰঙী চাহ বাগিচাত অঘটন ।বন্যহস্তীৰ আক্ৰমনত এগৰাকী যুৱতীৰ কৰুণ মৃত্যু । ঘটনাক কেন্দ্ৰ কৰি বাগিচা খনত তীব্ৰ উত্তেজনা । ...

Read moreDetails

জলবায়ু পৰিবৰ্তনত সৰ্বাধিক ক্ষতি অসমৰ

ভাৰতত দ্রুতহাৰত হােৱা জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত অর্থনৈতিকভাৱে বৃহৎ ক্ষতিৰ সন্মুখীন হােৱাৰ দিশে আগবাঢ়িছে। অসমসহ দেশৰ কেবাখনাে ৰাজ্য। জলবায়ু পৰিৱর্তনৰ সর্বাধিক ...

Read moreDetails

By Election : ৩০ অক্টোবৰত পাঁচ সমষ্টিত উপ-নিৰ্বাচন : নীতিন খাড়ে

● ৩০ অক্টোবৰত পাঁচ সমষ্টিত উপ-নিৰ্বাচন ● শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ● ১১ অক্টোবৰত মনোনয়ন পৰীক্ষা মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম ...

Read moreDetails

সুৰামত্ত ৰাজকন্যাৰ বাহনৰ খুন্দাত আহত যােচেফে দুয়ােখন ভৰি হেৰুৱালে

সন্ধ্যা আইন ভংগ কৰি দুপৰ নিশা সুৰামত্ত হৈ বাহন চলাই আঠজনকৈ শ্রমিকক খুন্দিয়াই আহত কৰা মডেল তথা ২০১৬ এফ এফ ...

Read moreDetails

বিমানকোঠৰ বাবে গৃহহীন হ’ব বহু পৰিয়াল

পুনৰ বিপদৰ আগজাননী পাই ক্ষুব্ধ হৈ পৰিছে। বৰঝাৰ বিমানকোঠৰ দাঁতিকাষৰীয়া দুখন গাঁও পুখুৰীপাৰ আৰু বঙৰাৰ বাসিন্দাসকল। কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ ...

Read moreDetails

প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীৰ পত্নীৰ মৃত্যু

অসমৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা জনতা দলৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক তাৰিণীচৰণ দাসৰ পত্নী কামাখ্যা দাসৰ যোৱা নিশা এক বাজি ১০মিনিটত গুৱাহাটীত ...

Read moreDetails

শালবাৰীৰ আনন্দ বজাৰত চুৰি আঘাতত মৃত্যু যুৱক

বাগসাৰ শালবাৰীৰ আনন্দ বজাৰত যোৱা নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়৷ ১৭ বছৰীয়া কিশোৰৰ চুৰিআঘাতত মৃত্যু হয় এজন বিবাহিত ...

Read moreDetails

চিৰাঙৰ বেংতল বন বিভাগৰ বিট কাৰ্য্যালয়ত ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ বিটিআৰ প্ৰশাসনৰ ওচৰত

আজি দুই অক্টোবৰ অহিংসাৰ পূজাৰী তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী দিনাই চিৰাঙৰ বেংতলত বিটিআৰ বনবিভাগৰ উদ্যোগত বৃহৎ সংখ্যক চোৰাং ...

Read moreDetails
Page 87 of 324 1 … 86 87 88 … 324