ADVERTISEMENT

Tag: CORONAVIRUS

ক’ভিড আপডেট

● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৬ হেজাৰ ৮৩৮ জন লোক নতুনকৈ ক'ভিড-১৯ত আক্ৰান্ত হৈছে । ...

Read moreDetails

ক’ভিড-১৯ক প্ৰতিহত কৰিবৰ বাবে ক’ভেক্সিন প্ৰতিষেধক ৮১ শতাংশ কাৰ্যকৰী

ভাৰত বায়'টেকে এক বিবৃতিত কয় যে, তৃতীয় পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষণৰ পাছত ক'ভিড-১৯ প্ৰতিহত কৰাত ক'ভেক্সিন প্ৰতিষেধক ৮১ শতাংশই কাৰ্যকৰী । ...

Read moreDetails

কৰ’নাৰ প্ৰকোপত প্ৰভাৱ পৰিছে শিক্ষা ব্যৱস্থাত

কৰ’না অতিমাৰীৰ বাবে নিম্ন-মধ্য অর্থনীতিৰ দেশসমূহে নিজৰ শিক্ষাখণ্ডৰ বাজেটত আবণ্টন হ্রাস কৰিছে ৬৫ শতাংশ। আনহাতে, উচ্চ আৰু উচ্চ-মধ্য অর্থনীতিৰ দেশসমূহেও ...

Read moreDetails

পুৰীলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ?

শেহতীয়াকৈ, উৰিষ্যা চৰকাৰে বিভিন্ন ৰাজ্যৰ পৰ্যটকসকলক তেওঁলোকৰ ৰাজ্যক ক'ভিডৰ দ্বিতীয় তৰংগৰ পৰা সুৰক্ষিত কৰিবলৈ ক'ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে। এতিয়াই ...

Read moreDetails

তিনি সক্ৰিয় ক’ভিড ৰোগী সুস্থ হোৱাৰ ‌পাছতেই ভাৰতৰ প্ৰথম কৰ’নামুক্ত ৰাজ্য হ’ল অৰুণাচল প্ৰদেশ

কৰ'না সংক্ৰমণ বৃদ্ধি হোৱাক লৈ উদ্বেগ সৃষ্টি হোৱাৰ সময়তে আশাৰ কিৰণ দেখা গ'ল অৰুণাচল প্ৰদেশত । তিনিজন সক্ৰিয় ক'ভিড ৰোগী ...

Read moreDetails

কৰ’না সংক্ৰমণ বৃদ্ধিৰ কাৰণ নতুন প্ৰজাতি নহয় ‘ছুপাৰ স্প্ৰেডাৰ’

ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাৰ পৰা কৰ'নাৰ নতুন প্ৰজাতি সোমাইছে ভাৰতত । ইয়াকে লৈ যথেষ্ক উদ্বেগো সৃষ্টি হৈছে । দেশৰ বিভিন্ন ...

Read moreDetails

 চীনৰ উহানত শহাপহুৰ জৰিয়তে মানৱ দেহলৈ সংক্রমিত হৈছিল ক’ৰনাৰ

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ উৎপত্তিস্থল আৰু ইয়াৰ বৈশ্বিক সংক্রমণৰ তথ্য বিচাৰি অনুসন্ধান চলােৱা বিশ্ব স্বাস্থ্য সংস্থাই এক চাঞ্চল্যকৰ তথ্য প্রকাশ কৰিলে। ...

Read moreDetails
Page 43 of 96 1 42 43 44 96