●বিগত ২৪ ঘণ্টাত ভাৰতত ১২ হেজাৰ ২৮৬ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
●ইতিমধ্যে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১১ লাখ ২২ হেজাৰ ৫২৭ জন ।
●যোৱা ২৪ ঘণ্টাত ভাৰতত ৯১ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।
● ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৭ হেজাৰ ২৪৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●বিগত ২৪ঘণ্টাত পাঁচ লাখ ৫২হেজাৰ ৮৩৭০জন লোকৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছে।





























