ADVERTISEMENT

Tag: india

ভাৰতৰ পৰা অহা-যোৱা কৰাৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান সেৱা ৩১ ডিচেম্বৰ পৰ্যন্ত বন্ধ থাকিব ‌

কৰ'না সংক্ৰমণৰ সংক্ৰান্তত ভাৰতৰ পৰা বিদেশলৈ অহা-যোৱা কৰা সকলো ধৰণৰ আন্তৰ্জাতিক যাত্ৰীবাহী বিমানৰ সেৱা অহা ৩১ ডিচেম্বৰ পৰ্যন্ত বন্ধ থাকিব ...

Read moreDetails

ৰাজ্যত চাৰিমাহ পূর্বেই ভােট বিচাৰি ভােটাৰৰ ঘৰে ঘৰে বিজেপি

ৰাজ্যৰ আগন্তুক বিধানসভা নির্বাচনলৈ মাজত প্রায় পাঁচমাহ বাকী থকা অৱস্থাতে বিজেপিয়ে প্ৰতিটো বুথৰ ভােটাৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ ভােট বিচৰাৰ ...

Read moreDetails

কৃষকৰ প্ৰতিবাদী কণ্ঠত কঁপিছে ৰাজধানী দিল্লী

●দিল্লীত কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী ●বেৰিকেড ,কন্দুৱা গেছ আৰু পানীৰ যোগেদি প্ৰতিবাদী দলক নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীবাহিনীৰ । ●হাতত লাঠী জোং আৰু ...

Read moreDetails

ডাম্বেল হাতত লৈ শাৰীৰিক অনুশীলন কৰিবলে ৮২ বছৰীয়া পালোৱান আইতাই

৮০ বছৰ বয়সত পুনৰ নতুন জীৱন আৰম্ভ কৰাটো সম্ভৱ নে ? নিশ্চিতভাৱেই সম্ভৱ । চেন্নাইৰ এগৰাকী 'পালোৱান' আইতাই এই বিষয়ত ...

Read moreDetails

ৰামলালাৰ চহৰক বিশ্বমানৰ ধর্মীয় স্থানত পৰিগণিত কৰাৰ লক্ষ্য উত্তৰ প্ৰদেশ চৰকাৰৰ

শ্ৰীৰামচন্দ্ৰৰ জন্মস্থান অযােধ্যাক বিশ্বমানৰ ধৰ্মীয় স্থানত পৰিগণিত কৰাৰ সংকল্প লৈছে উত্তৰ প্ৰদেশৰ যােগী আদিত্যনাথ চৰকাৰে। বহু বিতৰ্কৰ অৱসান ঘটাই অযােধ্যাত ...

Read moreDetails

কন্টেইনমেন্ট সংক্রান্তীয় বিধি কার্যকৰীৰ ক্ষেত্ৰত কঠোৰ হােৱাৰ নির্দেশ

পহিলা ডিচেম্বৰৰ পৰা প্রযােজ্য হ’ব তলাবন্ধৰ পৰৱর্তী পর্যায়ৰ সপ্তম পর্বৰ নীতি-নির্দেশনা। আজি কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ তৰফৰ পৰা এই নির্দেশনা জাৰি ...

Read moreDetails
Page 101 of 156 1 100 101 102 156