ADVERTISEMENT

Tag: Keshab Mahanta

শালবাৰী মহকুমাৰ বৃহত্তৰ অঞ্চলৰ ভিন্ন সমস্যা পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ৰ

"সাম্প্ৰতিক সময়ৰ পৰিস্থিতি অনুযায়ী অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ স্বাস্থ্য খণ্ডত যিদৰে নতুন ধাৰাৰ ...

Read more

গোলাঘাটত নিশা ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা স্বাস্থ্যমন্ত্ৰীৰ, এসপ্তাহত কাৰ্যক্ষম হ’ব ১০খন বিচনাৰ আইচিইউ

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে নিশা গোলাঘাট জিলাৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ ক'ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে । তেওঁ ক'ভিড-১৯ ...

Read more

সােমবাৰৰ পৰা এসপ্তাহলৈ নতুন নির্দেশনা, হটস্পট হিচাপে চিহ্নিত ২৪৭ টা অঞ্চল

ৰাজ্যত ক’ভিডৰ সংক্রমণ সামগ্রিকভাৱে হ্রাস পালেও এতিয়াও বহু অঞ্চলৰ পৰিস্থিতি অধিক উদ্বেগজনক হৈ আছে। সেয়েহে এনে অঞ্চলসমূহক চিনাক্ত কৰি সংক্রমণ ...

Read more

গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ জিলাখনৰ বাবে ভিজন ডকুমেণ্ট যুগুত কৰা সন্দৰ্ভত পৰ্যালোচনা

স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰত জিলাখনৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ সৰ্বাংগীন ...

Read more

গোলাঘাটত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান শিবিৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ

স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি গোলাঘাটৰ গজানন্দ জালান সেৱা সদনত বিশ্ব ৰক্তদাতা দিৱসৰ স'তে সংগতি ৰাখি ...

Read more

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মৰিগাঁও ভ্ৰমণ

জিলা অভিভাৱক মন্ত্ৰী ৰূপে উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনেৰে বৈঠক, খতিয়ান ল'লে উন্নয়নমূলক কামকাজ-ক'ভিড পৰিস্থিতিৰ, মৰিগাঁও অসামৰিক চিকিৎসালয়-ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ...

Read more

সম্ভাব্য তৃতীয় সংক্ৰমণ মোকাবিলাৰ বাবে প্ৰস্তুত ৰাজ্য চৰকাৰ

অসমত ক'ভিড অতিমাৰীৰ সম্ভাব্য তৃতীয় পৰ্যায়ৰ সংক্ৰমণৰ স'তে মোকাবিলাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । সৰুসজাই ষ্টেডিয়াম চৌহদত ...

Read more

১০ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব সৰুসজাই ষ্টেডিয়ামৰ নতুন ক’ভিড চিকিৎসালয়

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনত পৰিচালিত হ'ব তিনিশখন আইচিইউ-অক্সিজেন বিচনাৰ চিকিৎসালয়   ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে সৰুসজাই ষ্টেডিয়াম চৌহদত ৰাজ্যৰ স্বাস্থ্য ...

Read more

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে

বিশিষ্ট সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু তথ্য ...

Read more
Page 4 of 5 1 3 4 5