Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

    নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

    নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

    জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত CJPৰ প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

910 MW Power Deficit In a Day:এদিনতে ৯১০ মেগাৱাট বিদ্যুৎ ঘাটি

লোডশ্বেডিঙৰ গ্ৰাসত ৰাজ্য, চাহিদা ২৫৪০ মেগাৱাট, এপিডিচিএলে যোগান ধৰিছে ১৬৩০ মেগাৱাট, বিদ্যুৎ ঘাটিৰ কাৰণ জনোৱাৰ অৱকাশ পোৱা নাই বিদ্যুৎ কোম্পানীয়ে, নিৰুত্তৰ শক্তিমন্ত্রী নন্দিতা গাৰ্লোচা, বিদ্যুৎ যোগানত ব্যৰ্থ ৰাজ্য চৰকাৰ, এপিডিচিত্রল অকর্মণ্য : আছু

publisher by publisher
September 6, 2023
in Assam, India, News
Reading Time: 3 mins read
0
910 MW Power Deficit In a Day:এদিনতে ৯১০ মেগাৱাট বিদ্যুৎ ঘাটি
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

চাৰিশ কোটি লাভ অর্জন কৰিও মাচুল বৃদ্ধিৰহে কৌশল এপিডিছিয়েল 

Purchase of electricity:পুঁজিপতিৰ পৰা বিদ্যুৎ ক্রয়ে লক্ষ্য দিছপুৰৰ

910 MW Power Deficit In a Day:

মঙলবাৰে দিনটোত সৰ্বোচ্চ তাপমাত্রা ৪০ ডিগ্রী ছেলচিয়াছলৈ উর্ধ্বগামী হোৱাৰ দিনটোতে ৰাজ্যত বিদ্যুৎ ঘাটি বৃদ্ধি পাইছে অভিলেখ সংখ্যক ৯১০ মেগাৱাটলৈ। ৰাজ্যখনত বিগত ২৪ ঘণ্টাত বিদ্যুতৰ সৰ্বমুঠ চাহিদা ২৫৪০ মেগাৱাটলৈ বৃদ্ধি পোৱাৰ বিপৰীতে এপিডিচিএলে চাহিদা অনুপাতে বিভিন্ন উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি আনি যোগান ধৰিব পাৰিছে মাথোঁ ১৬৩০ মেগাৱাটহে।

ADVERTISEMENT

মঙলবাৰে বিদ্যুৎ ঘাটিৰ পৰিমাণ ৯১০ মেগাৱাটলৈ বৃদ্ধি পাইছে। বিগত দুটা পষেক ধৰি অব্যাহত থকা সঘন লোডশ্বেডিঙৰ ধাৰা অক্ষুণ্ণ ৰাখি কালি আৰু আজিৰ দিনটোতো সমগ্র ৰাজ্যজুৰি ব্যাপক হাৰত বিদ্যুৎ কৰ্তনৰে অতিষ্ঠ কৰি তুলিছে জনজীৱন। প্রচণ্ড গৰমৰ বাবে ৰাজ্যত বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে ৷

যদিও দিন যোৱাৰ লগে লগে বিদ্যুৎ সংকটৰ পৰিস্থিতিৰ আৰু অধিক অবনতি ঘটাহে পৰিস্ফুট হৈছে। সমগ্ৰ ৰাজ্যজুৰি লোডশ্বেডিং অব্যাহত থকাত এপিডিচিএলৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে অব্যাহত ক্ষোভ।

বিগত দুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকে ধৰি সৰ্বসাধাৰণ জনতাই প্রতিবাদ অব্যাহত ৰখাৰ সময়তো পিছে বিদ্যুৎ সংকটৰ প্ৰকৃত কাৰণ সন্দৰ্ভত এতিয়া উপভোক্তা ৰাইজক জনোৱাৰ প্রয়োজন বোধ কৰা নাই এপিডিচিএল কর্তৃপক্ষই ।

ৰহস্যজনকভাবে এই বিষয়টো সদৰ্ভত স্থিতি স্পষ্ট কৰাৰ পৰা বিৰত আছে ৰাজ্যৰ শক্তিমন্ত্রী নন্দিতা গলোছাও।

#বিদ্যুৎ যোগানত ব্যৰ্থ ৰাজ্য চৰকাৰ, এপিডিচিত্রল অকর্মণ্য : আছু

ৰাজ্যজুৰি ব্যাপক হাৰত লোডশ্বেডিঙ অব্যাহত থকাৰ সময়তো এই বিষয়টো সমাধানৰ তিলমানো আগ্রহ প্রদর্শন নকৰা এপিডিডিএলৰ বিৰুদ্ধে আজিও বিভিন্ন দল-সংগঠনে ব্যাপক প্রতিবাদ সাব্যস্ত কৰিছে।

সদৌ অসম ছাত্র সন্থাই বিদ্যুৎ যোগানত ব্যর্থ হোৱা ৰাজ্য চৰকাৰক আজি ক্ষুৰধাৰ সমালোচনাৰ লগতে এপিডিডিএলক চূড়ান্ত অকর্মণ্য কোম্পানীৰূপে চিহ্নিত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃত্তিযোগে কয়, ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে অসমৰ জনসাধাৰণক নিয়মীয়াকৈ বিদ্যুৎ যোগানত ব্যর্থ হৈছে।

এপিডিসিএলে চূড়ান্ত অকর্মণ্যতা প্রদৰ্শন কৰিছে। ফলত সঘন লোডশ্বেডিঙে ৰাজ্যখনৰ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। ছাত্ৰ সন্থাৰ স্পষ্ট – অসম চৰকাৰ তথা এপিডিডিএল নিয়মীয়া বিদ্যুৎ যোগানৰ বাবে শীঘ্রেই ফলপ্রসূ পদক্ষেপ গ্ৰহণ কৰক।

ইফালে, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই বিবৃতিটোত কয়, “নিয়মীয়া বিদ্যুৎ যোগানত অসম চৰকাৰ আৰু এপিডিচিএলৰ অকর্মণ্যতাৰ প্ৰতিবাদত ৰাইজে ৰাজপথলৈ ওলাই আহিছে। ছাত্ৰ সন্থাৰ বিভিন্ন গোটে ৰাইজৰ অভিভাৱকত্বত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্রতিবাদ সাব্যস্ত কৰিছে। বিবৃতিটোত আছু নেতাদ্বয়ে পুনৰ কয় পাৰাস্তই ৩৭ ডিগ্রী ছেলচিয়াছ স্পৰ্শ কৰিছে।

এনে পৰিস্থিতিত ভুতৰ ওপৰত দানহ পৰাদি ঘনে ঘনে হোৱা লোডশেডিঙে ৰাইজক জৰ্জৰিত পৰিছে। ২৪ ঘন্টাই বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতিও অসাৰ হৈ পৰিছে।  বছৰটোত দুই-তিনিবাৰকৈ বিদ্যুতৰ মাচুল বৃদ্ধি কৰি ৰাইজক ৰামটাঙোন সোধোৱা এপিডিডিএলৰ অদূৰদৰ্শিতা আৰু অকর্মণ্যতা স্পষ্ট হৈছে।

ৰাজ্যখনত বিশ্বৰ নাটনি দূৰ কৰাৰ দায়িত্ব অসম চৰকাৰ আৰু এপিডিচিএলৰ  কিন্তু বিদুৎ যোগানৰ দায়িত্ব পালনত এপিডিচিএল আৰু চৰকাৰ সম্পূৰ্ণৰূপে ব্যর্থ হোৱা বুলি অভিহিত কৰি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ চৰকাৰক দাবী জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 910 MW PowerAPDCLDeficit In a DayLoad-SheddingPower Minister Nandita GorlosaShortage of Electricity
publisher

publisher

Related Posts

হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যু: উচিত তদন্তৰ দাবীৰে ‘এক্স’যোগে ক্ষোভ প্ৰকাশৰ লগতে ৰে’ল মন্ত্ৰীলৈ জৰুৰী পত্ৰ সাংসদ গৌৰৱ গগৈৰ
Assam

October 9, 2026
সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ
India

সন্ত্ৰাসবাদী বুৰহান ৱানিক ‘শ্বহীদ’ আখ্যা পিডিপি নেতাৰ, গ্ৰেপ্তাৰ আব্দুল কবিৰ

October 9, 2026
মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক
Assam

মাত্ৰ এটকাতে তিনি বিঘা ভূমি লাভলীনাক

October 9, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘যন্তৰ মন্তৰ ২.০’ প্ৰতিবাদ

October 9, 2026
নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে
India

নয়ডাৰ জেৱাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে

October 9, 2026
নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান
International

নাভি পিল্লাইক ২০২৬ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান

October 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d