Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

তলাবন্ধৰ ফলত কৃষি উৎপাদনত মাধমাৰ: ১৬ খন জিলাত লোকচান

publisher by publisher
April 7, 2020
in Uncategorized
Reading Time: 1 min read
0
তলাবন্ধৰ ফলত কৃষি উৎপাদনত মাধমাৰ: ১৬ খন জিলাত লোকচান
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

এতিয়াই খেতি নকৰিলে ৰাজ্যত সৃষ্টি হ’ব ভয়াবহ সংকটৰ: কৃষিমন্ত্ৰী অতুল বৰাৰ আশংকা

ADVERTISEMENT

তলাবন্ধৰ ফলত ৰাজ্যৰ কৃষি ক্ষেত্ৰ ব্যাপক লোকচানৰ সন্মুখীন হৈছে। উৎপাদন, উৎপাদক সকলোৱে বৃহৎ ক্ষতিৰ কবলত পৰা বুলি এক সংবাদমেলত সদৰী কৰে ৰাজ্যৰ কৃষি আৰু পশুপালন- পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই। তেওঁ সদৰী কৰা অনুসৰি ৰাজ্যৰ ১৬ খন জিলাত এই ক্ষতিৰ ব্যাপক প্রভাৱ পৰিছে আৰু প্রাথমিক হিচাপ অনুসৰি ৩,৫৭১ মেট্ৰিক টন কেৱল ফলমূল আৰু পাচলিয়েই নষ্ট হৈছে। বৃহৎ পৰিমানত লোকচান হোৱা পাচলি আৰু ফলমূলৰ ভিতৰত আছে বিলাহী, বেঙেনা, ফুলকবি, বন্ধাকবি, কল আৰু ষ্ট্ৰবেৰী।

উৎপাদন অনুসৰি বিক্ৰী নোহোৱা, মানুহে অপ্ৰচাৰত শংকিত হৈ পাচলি ক্ৰয় কৰিবলৈ অনিচ্ছুক হোৱা, হোটেল-ৰেস্তোৰাঁ আদি বন্ধ হৈ থকা, বহিঃ ৰাজ্যলৈ ৰপ্তানি বন্ধ হোৱা আদিয়েই এনে লোকচানৰ মূল কাৰণৰ উপৰিও উৰাবাতৰিয়ে উৎপাদকসকলক বিশেষভাৱে ক্ষতি কৰিছে। অন্যহাতে, চৰকাৰে ভাইৰাছ সংক্ৰমণ নহ’বলৈ সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰি কৃষকক কৃষি কাৰ্যৰ বাবে উৎসাহিত কৰিছে। কাৰণ এতিয়াই খেতি নকৰিলে পাছত যথেষ্ট সংকট আহিব। চৰকাৰে ইতিমধ্যে কৃষকসকলৰ সুবিধাৰ্থে বিভিন্ন পদক্ষেপ ৰূপায়ন কৰাৰ লগতে আৰ কে ভি ৱাইৰ আঁচনিৰ অধীনত ৪.১৭ কোটি টকা মোকলাই দিয়া হৈছে বুলি জনায়। তদুপৰি ৰাজ্যৰ পঞ্জীয়ন থকা ছয় লাখ কৃষকক আঢ়ৈ হেজাৰ টকাকৈ আগবঢ়োৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে আৰু এতিয়ালৈ ২.১১ লাখক সেই ধন আদায় দিয়া হৈছে।

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰসংগত মন্ত্ৰী বৰাই জনাই যে কণী আৰু গাখীৰৰ যোগান বৰ্তমান স্বাভাৱিক হৈ উঠিছে। মাংসৰ যোগানো আৰম্ভ কৰাৰ ভবা-চিন্তা কৰা হৈছে। কৃষিৰ ক্ষেত্ৰত কৃষকক বীজ যোগান, আৰ্থিক সহায় আদিৰ দৰে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে তেনেদৰে পশুপালনৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা লব বুলি মন্ত্ৰী বৰাই আশ্বাস দিয়ে। প্ৰসংগক্ৰমে তেওঁ কয় যে পশু খাদ্য যোগানৰ বাবে অসমত থকা ১৪ টা মিল খোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে। অৱশ্যে তেওঁ দাবী কৰে যে অসমত পশু খাদ্য যোগান পৰ্যাপ্ত আছে, কিন্তু সৰবৰাহত অসুবিধা হৈছে। বৰো ধানৰ খেতিত প্ৰয়োজন হোৱা সাৰ-ডিজেল আদিৰ ক্ষেত্ৰতো হোৱা বুলি তেওঁ কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONAVIRUSAtul BoraCovid-19FIGHT AGANIST COVID-19STAY HOME STAY SAFE
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d