Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

    মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

    শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক

    আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ

    দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সংক্ৰমিত ৰোগী বৃদ্ধিৰ ফলত ক’ভিড হাস্পতালত হ্ৰাস পাইছে বিছনাৰ সংখ্যা

publisher by publisher
May 24, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
সংক্ৰমিত ৰোগী বৃদ্ধিৰ ফলত ক’ভিড হাস্পতালত হ্ৰাস পাইছে বিছনাৰ সংখ্যা
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা লোকৰ সংখ্যা। ইয়াৰ পৰিপ্ৰেক্ষিততে তলাবন্ধৰ ফলত বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক এই সময়ছোৱাত অসমলৈ উভতি অহাৰ সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিভিন্ন স্থানত থকা ক’ভিড হাস্পতালসমূহত বিছনাৰ সংখ্যা হ্ৰাস পোৱাৰ পিছতে এই আহ্বান জনাই স্বাস্থ্যমন্ত্রী ড° শৰ্মাই কয়, ‘বৃহৎ প্ৰত্যাহ্বানৰ মুখত থিয় হৈছে অসম। সকলোৱে ভাবি থকাৰ দৰে অসম এতিয়া সুৰক্ষিত নহয়। ইয়াৰ বাবে বহিঃ  ৰাজ্যৰ পৰা অসমলৈ আহিব বিচৰা সকলে এই সময়ছোৱাত সিদ্ধান্ত সলনি কৰক। অসমক নিৰাপদ বুলি ভবাটো ভুল হ’ব।’ বহিঃৰাজ্যত আৱদ্ধ লোকক লাহে লাহে অহাৰ বাবে আহ্বান জনাই তেওঁ পুনৰ কয় যে প্ৰয়োজন নহলে বহিঃৰাজ্যত আৱদ্ধ লোকসকলে এতিয়া অহাতকৈ কিছু পলমকৈ অহাটো নিজৰ লগতে ৰাজ্যখনৰ বাবে ভাল হ’ব। ইয়াৰ পাছতো যদি নাহিলে নহয়, তেন্তে বাছ ট্ৰাক আদিত পাণ জপা দি নাহিব। সামাজিক দূৰত্ব বজাই ৰাখি আহিব। অন্যথা ৰাজ্যখনৰ পৰিৱেশ শোচনীয় হৈ পৰিব।

ADVERTISEMENT

নতুনকৈ কৰ’না আক্ৰান্ত হোৱা সকলে সামাজিক দূৰত্ব বজাই নৰখাৰ ফল বুলি উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰীয়ে পুনৰ কয় যে ৰাজস্হানৰ কোটা, গুজৰাট আদিৰ পৰা ছাত্ৰ-ছাত্ৰী অনা হৈছে। মুম্বাইৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত লোককো অনাৰ ব্যৱস্থা কৰা হৈছে। মুম্বাইৰ অসম ভৱনত আক্ৰন্ত লোকৰ সংস্পৰ্শলৈ অহা বাবে সাত জন কৰ্কট ৰোগী কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে কোন এজনেই হোৱা নাই । সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে এই ফলাফল পোৱা গৈছে; কিন্তু নতুনকৈ কৰ’নাত আক্ৰন্ত হোৱা সকলৰ যিসকল হোজাইৰ লোক সেইসকলে বহিঃৰাজ্যৰ পৰা এখন গাড়ীত পাণ জপা দি আহিছে। ফলত আক্ৰান্তৰ ক্ষেত্ৰত হোজাই জিলাৰ হাৰ সৰ্বাধিক হৈছে। ইয়াৰ বাবে এতিয়াৰে পৰা যিসকল ৰাজ্যৰ পৰা অসমৰ লোক আহিব সেই সমূহ ৰাজ্যই এই মুহূৰ্তত যাতায়াতৰ অনুমতি দিব নালাগে।

সীমান্তৱৰ্তী স্হানত ৰখাৰ ব্যৱস্থা কৰিলেও এই ক্ষেত্ৰত পশ্চিমবংগ চৰকাৰে অনুমতি নিদিব আৰু সীমান্ততে এটা সময়ত হেজাৰ হেজাৰ লোক হৈ যাব। এইটো কোনো কাৰণতে সমাধানৰ সূত্ৰ নহয়। অসমৰ দুৱাৰমুখত উপস্থিত হোৱা এইসকল লোকক এটা সময়ত ৰাখিব পৰাও নাযাব। একেলগে যদি সীমান্তত ১০ হেজাৰ লোক গোট খায়, তেতিয়া ১০ হেজাৰ লোকে কৰ’নাত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ পৰাই যাতে আহিব নোৱাৰে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো এই মুহূৰ্তত প্ৰয়োজন হৈছে। লগতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে কভি’ড হস্পিতালত বিচনাৰ সংখ্যা হ্ৰাস পোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰি তেওঁ কয় যে কৰ’নাত আক্ৰান্তসকলৰ অধিকাংশই মুম্বাই আৰু চেন্নাইৰ পৰা অহা। কাইলৈৰ পৰা দিল্লী-গুজৰাটৰ মাজত বিমান সেৱা আৰম্ভ হব।তেতিয়া দেশৰ অন্য ৰাজ্যৰ মহানগৰৰ সংক্ৰমণৰ অধিক স্পষ্ট হব। এই সময়ছোৱাত ইতিমধ্যে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত কৰণাত আক্ৰান্ত পুৰুষ ৰোগীক ৰাখিব পৰাকৈ বিচনা নাই। আজিৰ পৰা কালাপাহাৰস্থিত আই ডি এছ পি হাস্পতালত কৰ’না আক্ৰান্ত ৰোগী ৰখাৰ ব্যৱস্থা কৰা হৈছে।

সোণাপুৰ হাস্পতালত অব্যহত কাম-কাজ অহা ২৫ মে’ৰ  ভিতৰত সম্পূৰ্ণ হ’ব, কিন্তু কৰ’না  আক্ৰান্ত সংখ্যা বৃদ্ধি পালে কভিদ হাস্পতালৰ বিচনা হ্ৰাস পোৱাটো স্বাভাৱিক। অৱশ্যে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও ৰাস্তা ওলাব বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, “সৰুসজাইৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকাসকল গুৱাহাটীৰ নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক। জিলা ভিত্তিত ভাগ কৰিলে হোজাই জিলাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। তৎসত্ত্বেও এই মূহূৰ্তত বেয়া চিন্তা নকৰো। কি কৰি আছো দেখি আছে আপোনালোকে। এটা নোহোৱা হলে আন এটা ৰাস্তা ওলাই আছে। এটা ৰাস্তা বন্ধ হলে আন এটা ৰাস্তা ওলাব, ৰাস্তা উলিয়াই থাকিম।’ লগতে হোটেলৰ কৰ্মচাৰী সকলক কোৱাৰেন্টাইন সন্দৰ্ভত তেওঁ কয় যে হোটেলত কোৱাৰেন্টাইনত থকাসকলৰ ওচৰলৈ হোটেলৰ কৰ্মচাৰীয়ে অহা যোৱা নকৰে। নিজ নিজ কোঠাৰ কাষতে খাদ্য সামগ্ৰী দিয়ে। বাকী সময়ত সংশ্লিষ্ট লোকসকল কোঠাৰ ভিতৰতে থাকে আৰু কৰ’নাত আক্রান্ত হ’লে কোঠাৰ পৰাই হাস্পতাললৈ নিয়া হয়। তেনেস্থলত এতিয়া হোটেলৰ কোৱাৰেন্টাইন বন্ধ কৰিব লাগিব নেকি? হোটেলৰ কোৱাৰেন্টাইন বন্ধ কৰিলে হাস্পতালো বন্ধ কৰিব লাগিব। হাস্পতালসমূহত কৰ্তব্যৰত চিকিৎসসকলেও বজাৰৰ পৰা আৰম্ভ কৰি ঘৰলৈকে অহা যোৱা কৰিছে। কেৱল ক’ভিড ৱাৰ্ডত থকা চিকিৎসক নাৰ্ছ তথা চিকিৎসাকৰ্মীৰ কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰা হৈছে।

‘হোটেল এখনৰ ভূমি মহলাত থকা প্ৰবন্ধকজন নতুবা ৰান্ধনিশালৰ ৰান্ধনী জনকো যদি কোৱাৰেন্টাইনত থব লাগে ময়ো থাকিব লাগিব আৰু হাস্পতালৰ পৰা আৰম্ভ কৰি সকলোতে বিচৰণ কৰা সাংবাদিকসকলেও কোৱাৰেন্টাইনত প্ৰথমতে যাব লাগিব। এনেকুৱা চিন্তা কৰা উৰ্বৰ মস্তিষ্কত কেনেকৈ সোমাল মই নাজানো। কিন্তু এয়া উদ্দেশ্য প্ৰণোদিত চিন্তা। মোক ভয় খুৱাই লাভ নাই । মই ভয় নাখাওঁ। এনে চিন্তা কৰিবলৈ মানুহজনৰ মগজটো বিজ্ঞানসন্মত হ’ব লাগিব। ইয়াৰ উত্তৰো বহুত ডাঙৰ বিজ্ঞানসন্মত মগজুৰ হ’ব, যিটো মই বুজি নাপাওঁ।’ তেওঁ এইদৰে কয়। হোটেলত কোৱাৰেন্টাইন বন্ধ কৰি দিলে গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব কৰ’নাৰ সামাজিক সংক্ৰমণ। গতিকে হোটেলত কোৱাৰেন্টাইন প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি মুহূৰ্তে মুহূৰ্তে এই সম্পৰ্কত নতুন নতুন চিন্তা কৰিব পৰাকৈ আইজাক নিউটন নহয় বুলি স্বাস্থ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamASSAM FIGHTS CORONACorona VirusCovid-19FIGHT AGAINST COVID-19Himanta Biswa Sarma
publisher

publisher

Related Posts

মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’
India

October 11, 2026
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু
India

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

October 11, 2026
শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়
India

শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে কাকো বেআইনীভাৱে আটক কৰিব নোৱাৰিব : উচ্চতম ন্যায়ালয়

October 11, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ দ্বিতীয় দিনা দিল্লীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ প্ৰতিবাদকাৰী আটক

October 11, 2026
আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ
India

আৰক্ষীৰ ভানত বহিয়েই ‘Jaane Tu… Ya Jaane Na’ৰ দৃশ্য পুনৰ সৃষ্টি ইমৰান খানৰ

October 11, 2026
দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ
India

দিল্লী আৰক্ষীৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ CJP আহ্বায়ক অভিজিৎ দীপকেৰ পৰিয়ালৰ

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d