Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণ আসন্ন

publisher by publisher
August 29, 2020
in Uncategorized
Reading Time: 1 min read
0
এবছৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন, বাতিল মৰগীয়া বানছ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দীৰ্ঘদিন নানা জল্পনা কল্পনা অব্যাহত থকাৰ পাছত অৱশেষত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দিশে আগবাঢ়িছে অসম ৷সংসদৰ আগন্তুক অধিবেশনত কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনামৰ্মে সংশোধন কৰা হ’ব জনপ্ৰতিনিধি আইন,১৯৫০ ৷কিয়নো অসম,অৰুণাচল,মণিপুৰ আৰু নাগালেণ্ডত সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন ৰ পূৰ্বৰ সিদ্ধান্তক বৈধতা প্ৰদানৰ বাবে তৎপৰ হৈছে কেন্ চৰকাৰ ৷

ADVERTISEMENT

যোৱা ছয় মাৰ্চত এই সম্পৰ্কে গ্ৰহণ কৰা সিদ্ধান্তক বৈধতা প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে জনপ্ৰতিনিধি আইন ১৯৫০ ৰ সংশোধনীৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছে ।যোৱা ছয় মাৰ্চত কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে উত্তৰ পূবৰ চাৰিখন ৰাজ্য আৰু জম্মু কাশ্মীৰৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠনৰ জাননী জাৰি কৰিছিল ৷এই আয়োগৰ অধ্যক্ষ হৈছে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাই ।

নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই ইয়াত নিৰ্বাচন আয়োগৰ প্ৰতিনিধিৰূপে আছে। এই জাননীয়ে জনপ্ৰতিনিধি আইনৰ ধাৰা ৮ ক ভংগ কৰিছে বুলি নিৰ্বাচন আয়োগত ৫০ বছৰে কৰ্মৰত তথা এই ক্ষেত্ৰত বিশেষজ্ঞৰূপে খ্যাত এছ কে মেন্দিৰাট্টাই প্ৰেৰণ কৰা এখন পত্ৰই তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷জুনত তেওঁ তিনিজন নিৰ্বাচন আয়ুক্তলৈ উক্ত পত্ৰ প্ৰেৰণ কৰে। পত্ৰত মেন্দিৰাট্টাই উল্লেখ কৰে যে উত্তৰ পূবৰ চাৰি ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগৰ আওতাত পৰে।

সেয়েহে অৰুণাচল,মণিপুৰ,অসম আৰু নাগালেণ্ডত নতুন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে গ্ৰহণ কৰা যিকোনো পদক্ষেপ আদালতৰ দ্বাৰা অবৈধ ঘোষিত হ’ব ৷ফলত বৃহৎ পৰিমাণৰ ৰাজহুৱা ধনৰ অপচয় হ’ব। সম্প্ৰতি আইন মন্ত্ৰণালয়ে এই সম্পৰ্কত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ স’তে আলোচনাৰ অন্তত জনপ্ৰতিনিধি আইন সংশোধনৰ পদক্ষেপ গ্ৰহণ কৰে।

এই সংশোধনীয়ে ছয় মাৰ্চৰ সিদ্ধান্তক বৈধতা দিব ৷২০০২ ত আৰম্ভ কৰি ২০০৮ ত অন্ত পৰা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হৈছিল উত্তৰ পূবৰ চাৰি ৰাজ্যক। কিয়নো এই প্ৰক্ৰিয়াৰ বাবে ব্যৱহৃত ২০০১ ৰ লোকপিয়ল ক্ৰুটিযুক্ত বুলি বিভিন্ন সংগঠনে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰজু কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCentral GovernmentElection
publisher

publisher

Related Posts

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d