অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত অস্ত্ৰ সম্বৰণত আলফাকে ধৰি চাৰিটা সংগঠন মূলসূতিলৈ উভতি আহে ।
ADVERTISEMENT
উক্ত অনুষ্ঠানত দৃষ্টি ৰাজখোৱাই কয়, ‘আমি ১৬ জন সতীৰ্থই একেলগে অসম চৰকাৰে অনুষ্ঠিত কৰা অস্ত্ৰ সম্বৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলো । মূলসূতীলৈ আহি মই অত্যন্ত সুখি । মোৰ দুটা পথে আছিল এটা মৃত্যু আৰু আনটো মূলসূতি ।’
আৰক্ষী বিষয়াই জনায়, ‘অস্ত্ৰ সম্বৰণ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ ৬৩ জন উগ্ৰপন্থী আৰু আলফাত বিশ্বাস কৰা যুৱক আৰু যুৱতীয়ে মূলসূতিলৈ প্ৰত্যাৱৰ্তন কৰে । লগতে বহু সংখ্যক অত্যাধুনিক মৰণাস্ত্ৰ জমা দিয়ে ।’






























